পূব ছিয়াং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূব ছিয়াং জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
অৰুণাচল প্ৰদেশত পূব ছিয়াংৰ অৱস্থান
অৰুণাচল প্ৰদেশত পূব ছিয়াংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
সদৰ পাছিঘাট
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি ৫ খন (পাংগিং, নাৰি-কয়ো, পশ্চিম পাছিঘাট, পূব পাছিঘাট, মেব’)
মাটিকালি
 - মুঠ ৪,০০৫ কি.মি. 
(১,৫৪৬.৩ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৯৯,০১৯ জন
 - জনঘনত্ব ২৪.৭ প্ৰতি বৰ্গ কি.মি. 
(৬৪ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৭৩.৫%[1]
 - লিংগ অনুপাত ৯৬২[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতঅৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

ইতিহাস[সম্পাদনা কৰক]

১৯৯৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ পূব ছিয়াং জিলা গঠন কৰা হৈছিল৷[2] ১৯৯৯ চনত এই জিলাক পুনৰ বিভক্ত কৰি উজনি ছিয়াং জিলা গঠন কৰা হয়৷[2] এই জিলাত ঐতিহাসিকভাৱে চুতীয়া ৰাজতন্ত্ৰৰ শাসন আছিল৷

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

পূব ছিয়াং জিলাৰ সদৰঠাই পাছিঘাট৷ এই জিলাৰ মাটিকালি ৪০০৫ বৰ্গ কিলোমিটাৰ৷[3]

প্ৰশাসনিক বিভাগ[সম্পাদনা কৰক]

এই জিলাত অৰুণাচল বিধানসভাৰ পাঁচাটা সমষ্টি আছে: পাংগিং (Panging), নাৰি-কয়ো (Nari-Koyu), পশ্চিম পাছিঘাট (Pasighat West), পূব পাছিঘাট (Pasighat East), আৰু মেব’ (Mebo)৷ এই সকলোবোৰ অঞ্চল [অৰুণাচল পূব (লোকসভা সমষ্টি)|পূব অৰুণাচল লোকসভা সমষ্টিৰ]] অন্তৰ্ভুক্ত৷[4]

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৯৯,০১৯ জন৷[5] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৫।[5] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৭ জন।[5] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৩.৩%৷[5] পূব ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬২ গৰাকী[5] আৰু সাক্ষৰতাৰ হাৰ ৭৩.৫৪%।[5]

পূব ছিয়াং জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷

ভাষা[সম্পাদনা কৰক]

এই জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে চীন-তিব্বতীয় মূলৰ আদি, মিচিং[6] আৰু গাল' ভাষা৷[7]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

১৯৭৮ চনত এই জিলাৰ ১৯০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি ডেৰিং মেম'ৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্য (D’Ering Memorial (Lali) Wildlife Sanctuary) গঠন কৰা হয়৷[8]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "District Census 2011". Census2011.co.in. http://www.census2011.co.in/district.php. 
  2. 2.0 2.1 Law, Gwillim (25 September 2011). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Arunachal Pradesh: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1113. ISBN 978-81-230-1617-7. 
  4. "Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies". Chief Electoral Officer, Arunachal Pradesh website. Archived from the original on 13 August 2011. https://web.archive.org/web/20110813085549/http://ceoarunachal.nic.in/Information/ACwiseDistrictwisePCwise.htm। আহৰণ কৰা হৈছে: 21 March 2011. 
  5. 5.0 5.1 5.2 5.3 5.4 5.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. M. Paul Lewis, ed. (2009). "Adi: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  7. M. Paul Lewis, ed. (2009). "Galo: A language of India". Ethnologue: Languages of the World (16th ed.). Dallas, Texas: SIL International. Retrieved 2011-09-28. 
  8. Indian Ministry of Forests and Environment. "Protected areas: Arunachal Pradesh". Archived from the original on 23 August 2011. https://web.archive.org/web/20110823163836/http://oldwww.wii.gov.in/envis/envis_pa_network/index.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]