পূব কামৰূপ মহাবিদ্যালয়
অৱয়ব
(পূৱ কামৰূপ মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
| পূব কামৰূপ মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৭২ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | ড০ ভূপেন কুমাৰ শৰ্মা |
| স্থান | বাইহাটা চাৰিআলি, কামৰূপ, অসম, ভাৰত |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | www |
পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান।[1] অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল । মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ। শেহতীয়াকৈ মহাবিদ্যালয়খনত জৈৱপদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান আদি বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছ।
বিভাগসমূহ
[সম্পাদনা কৰক]বিজ্ঞান
[সম্পাদনা কৰক]- পদাৰ্থবিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- জৈৱ পদাৰ্থবিজ্ঞান
- ফুড প্ৰচেচিং এণ্ড কোৱালিটি মেনেজমেন্ট
- ছফটৱেৰ ডেভেলপমেন্ট এণ্ড চিষ্টেম এডমিনিষ্ট্ৰেশ্যন
কলা
[সম্পাদনা কৰক]- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি বিজ্ঞান
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল বিজ্ঞান
তথ্যসূত্ৰ
[সম্পাদনা কৰক]
| |||||||||||||||||||||||