ইটালীয় ৱিকিপিডিয়া
অৱয়ব
(ইতালীয় ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | it.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
ইটালীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৮,৯৬,৪৭৩ টা প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত ইটালীয় ৱিকিপিডিয়াৰ ১৮,৯৬,৪৭৩টা প্ৰবন্ধ, ২৫,৮৪,০০০ গৰাকী সম্পাদক, ১২০ গৰাকী প্ৰশাসক আৰু ১,২২,৪০৭টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১৪,২৩,৭৪,৭৯৬।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|