মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়
অৱয়ব
(মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় | |
---|---|
স্থাপিত | ২০১৩ |
উপাচাৰ্য | ডাঃ মৃণাল কুমাৰ বৰা |
স্থান | নগাঁও, অসম, ভাৰত |
ভুক্তি | ইউ.জি.চি. |
ৱেবছাইট | www |
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত গুৰুজনাৰ নামত স্থাপিত বিশ্ববিদ্যালয় । বৰ্তমান নগাঁও চহৰত অৱস্থিত সংঘৰ মূল কাৰ্য্যালয় চৌহদতে আৰু গুৱাহাটীৰ ৰূপনগৰত এই বিশ্ববিদ্যালয়খন অস্থায়ী ভাৱে পৰিচালিত হৈ আহিছে । বৰ্তমান ১৩টা বিভাগত পাঠদান কৰি থকা হৈছে ।
প্ৰতিষ্ঠা
[সম্পাদনা কৰক]সংঘৰ আবেদন মৰ্মে অসম চৰকাৰে "Assam Private Universities Act, 2007"ৰ অধীনত অসম বিধান সভাত ‘The Mahapurusha Srimanta Sankaradeva Viswavidyalaya Act, 2013’ বিলখন গৃহীত কৰি ২০১৩ চনত এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হয় । [1]
বিভাগ সমূহ
[সম্পাদনা কৰক]নগাঁও চৌহদঃ
- অৰ্থনীতি
- অসমীয়া
- ইংৰাজী
- কম্পিউটাৰ এপ্লিকেশ্বন
- দৰ্শন
- শংকৰদেৱ অধ্যয়ন
- শিক্ষাতত্ত্ব
- সমাজতত্ত্ব
গুৱাহাটী চৌহদঃ
- আইন অধ্যয়ন
- ইংৰাজী
- পৰিবেশ্য কলা (সংগীত/নৃত্য/নাটক)
- সামাজিক কৰ্ম
- যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-07-02. https://web.archive.org/web/20160702211213/http://www.mssv.co.in/about111u.html। আহৰণ কৰা হৈছে: 2015-03-20.
|