ইউক্ৰেনীয় ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | ইউক্ৰেনীয় |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | uk.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
ইউক্ৰেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ইউক্ৰেনীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৩,৫৭,৪২৭ টা প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত ইউক্ৰেনীয় ৱিকিপিডিয়াৰ ১৩,৫৭,৪২৭টা প্ৰবন্ধ, ৭,৭৯,০০০ গৰাকী সম্পাদক, ৪৯ গৰাকী প্ৰশাসক আৰু ১,১৫,৫৮৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,৪১,০২,৩৩০।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|