পৰ্তুগীজ ৱিকিপিডিয়া
অৱয়ব
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | পৰ্তুগীজ |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | pt.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
পৰ্তুগীজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পৰ্তুগীজ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১১,৪০,৭১৩ টা প্ৰবন্ধ আছে।
পৰিসংখ্যা
[সম্পাদনা কৰক]২০২৪ চনত পৰ্তুগীজ ৱিকিপিডিয়াৰ ১১,৪০,৭১৩টা প্ৰবন্ধ, ৩১,৬৭,০০০ গৰাকী সম্পাদক, ৫০ গৰাকী প্ৰশাসক আৰু ৬৪,৩৫৯টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৬,৯০,৬০,০৬২।[1]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|