২০২৪
অৱয়ব
<< | জানুৱাৰী | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২০২৪ চনটো এটা অধিবৰ্ষ, যিটো সোমবাৰৰ পৰা আৰম্ভ হয়। গোটেই বছৰটোত ৪০টাতকৈও অধিক ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগে লগে ২০২৪ চনটো অস্বাভাৱিকভাৱে ব্যস্ত নিৰ্বাচনী বছৰ হ’ব বুলি আশা কৰা হৈছে। শীৰ্ষ দহখন সৰ্বাধিক জনবহুল দেশৰ ভিতৰত সাতখন দেশত গোটেই বছৰটোত নিৰ্বাচন অনুষ্ঠিত হ’ব। [1]
২০২৪ চনৰ ঘটনাৱলী
[সম্পাদনা কৰক]- ১ জানুৱাৰী - জাপানৰ পশ্চিম উপকূলত হোৱা ৭.৫ প্ৰাৱল্যৰ ভূমিকম্পত কমেও ১২৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬১১জন আহত হয়। [2]
- ১৫-১৭ মাৰ্চ – ২০২৪ ৰাছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচন: বৰ্তমানৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন পঞ্চমবাৰৰ বাবে পুনৰ নিৰ্বাচিত হয়। [3]
- ৫ আগষ্ট - বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পদত্যাগ কৰে আৰু ভাৰতলৈ পলায়ন কৰে।
- ২৮ আগষ্ট – ৮ ছেপ্টেম্বৰ – ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিক ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হয়।
- ৯ অক্টোবৰ - ভাৰতীয় উদ্যোগপতি তথা সমাজহিতৈষী ব্যক্তি ৰতন টাটাৰ দেহৱসান।
নোবেল পুৰস্কাৰ
[সম্পাদনা কৰক]- ৰসায়ন - ডেভিড বেকাৰ।[4]
- অৰ্থনীতি - দাৰোন আজেমোলু, ছাইমন জনছন আৰু জেমছ এ. ৰবিনছন।[5]
- সাহিত্য - হান কাং।[6]
- শান্তি - নিহন হিদানকিঔ।[7]
- পদাৰ্থবিজ্ঞান -জন হপফিল্ড আৰু জেফৰি হিণ্টন।[8]
- চিকিৎসাবিজ্ঞান - ভিক্টৰ এমব্ৰোছ আৰু গেৰি ৰাভকান।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "In 2024, It's Election Year in 40 Countries" (en ভাষাত). Bloomberg. November 1, 2023. https://www.bloomberg.com/news/newsletters/2023-11-01/2024-is-election-year-in-40-countries-and-podcast-elon-inc-launches-next-week.
- ↑ "M 7.5 - 42 km NE of Anamizu, Japan". United States Geological Survey. 1 January 2024. https://earthquake.usgs.gov/earthquakes/eventpage/us6000m0xl/executive। আহৰণ কৰা হৈছে: 1 January 2024.
- ↑ "Putin wins Russia election in landslide with no serious competition". Reuters. 18 March 2024. https://www.reuters.com/world/europe/russias-presidential-vote-starts-final-day-with-accusations-kyiv-sabotage-2024-03-17/। আহৰণ কৰা হৈছে: 18 March 2024.
- ↑ "The Nobel Prize in Chemistry 2024". The Nobel Prize. 9 October 2024. https://www.nobelprize.org/prizes/chemistry/2024/summary/। আহৰণ কৰা হৈছে: 9 October 2024.
- ↑ "The Sveriges Riksbank Prize in Economic Sciences in Memory of Alfred Nobel 2024". The Nobel Prize. 14 October 2024. https://www.nobelprize.org/prizes/economic-sciences/2024/summary/। আহৰণ কৰা হৈছে: 14 October 2024.
- ↑ "The Nobel Prize in Literature 2024". The Nobel Prize. 10 October 2024. https://www.nobelprize.org/prizes/literature/2024/summary/। আহৰণ কৰা হৈছে: 10 October 2024.
- ↑ "Nobel Peace Prize 2024 – Nihon Hidankyo". The Nobel Prize. 11 October 2024. https://www.nobelprize.org/nobel-peace-prize-2024-nihon-hidankyo/। আহৰণ কৰা হৈছে: 11 October 2024.
- ↑ "The Nobel Prize in Physics 2024". The Nobel Prize. 8 October 2024. https://www.nobelprize.org/prizes/physics/2024/summary/। আহৰণ কৰা হৈছে: 8 October 2024.
- ↑ "The Nobel Prize in Physiology or Medicine 2024". The Nobel Prize. 7 October 2024. https://www.nobelprize.org/prizes/medicine/2024/summary/#:~:text=The%20Nobel%20Prize%20in%20Physiology%20or%20Medicine%202024%20was%20awarded,post%2Dtranscriptional%20gene%20regulation.%22। আহৰণ কৰা হৈছে: 7 October 2024.