দাপ'ৰিজ'
দাপ'ৰিজ' | |||
— নগৰ — | |||
স্থানাঙ্ক | 27°59′10″N 94°23′25″E / 27.98611°N 94.39028°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | অৰুণাচল প্ৰদেশ | ||
জিলা | উজনি সোৱণশিৰি | ||
প্ৰতিষ্ঠা | ১৯ জুন ১৯৯১ | ||
জনসংখ্যা | 15,468 (2001[update]) | ||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি • উচ্চতা |
• 600 m (1,969 ft) | ||
ক'ড
|
দাপ'ৰিজ' উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]দাপ'ৰিজ' সোৱণশিৰি নৈৰ পাৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ মিটাৰ উচ্চতাত অৱস্থিত। দাপ'ৰিজ' উপত্যকা পাহাৰেৰে আগুৰি আছে। এই চহৰৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে মেংগা (Menga) মন্দিৰ, চিপি (Sippi) ইত্যাদি।
জনসংখ্যা
[সম্পাদনা কৰক]২০০১ চনৰ লোকপিয়ল অনুসৰি দাপ'ৰিজ'ৰ জনসংখ্যা ১৫,৪৬৮ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। দাপ'ৰিজ'ৰ গড় সাক্ষৰতাৰ হাৰ ৫৯%; পুৰুষৰ ৬৬% আৰু মহিলাৰ ৫১%। দাপ'ৰিজ'ৰ মুঠ জনসংখ্যাৰ ১৯% ছবছৰ বয়সৰ অনূৰ্ধ্বৰ।[1]
দাপ'ৰিজ'ত বসবাস কৰা সংখ্যাগিৰষ্ঠ লোক টাগিন (Tagin), গাল’ (Galo) আৰু নিচি (Nyishi) জনাজতিৰ।
উৎসৱ
[সম্পাদনা কৰক]এই চহৰত ছি-দঞি উৎসৱ, মোপিন উত্সৱ, bori yullo, ন্যোকুম আদি উৎসৱ উদযাপন কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 16 June 2004. https://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 1 November 2008.
|