কোকৰাঝাৰ
অৱয়ব
(Kokrajharৰ পৰা পুনঃনিৰ্দেশিত)
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে কোকৰাঝাৰ জিলা চাওক।
কোকৰাঝাৰ | |
— নগৰ — | |
স্থানাঙ্ক | 26°24′N 90°16′E / 26.4°N 90.27°E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
পৌৰপতি | |
জনসংখ্যা | 31,152 (2001[update]) |
লিঙ্গ অনুপাত | 52:50 ♂/♀ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 38 m (125 ft) |
ৱেবছাইট | kokrajhar.gov.in |
কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। কোকৰাঝাৰৰ বড়োফা নগৰত "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
শিক্ষা
[সম্পাদনা কৰক]কোকৰাঝাৰত বহুতো বিদ্যালয় আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত সকলো মহাবিদ্যালয় কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত। কোকৰাঝাৰৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
বিদ্যালয়
[সম্পাদনা কৰক]- কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
- কোকৰাঝাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ডন বস্ক' বিদ্যালয়, কোকৰাঝাৰ
- জৱাহৰ নৱোদয় বিদ্যালয়, কোকৰাঝাৰ
মহাবিদ্যালয়
[সম্পাদনা কৰক]- কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
- বাণিজ্য মহাবিদ্যালয়, কোকৰাঝাৰ
- বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়
[সম্পাদনা কৰক]- বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
- কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কোকৰাঝাৰ
- বড়োলেণ্ড বিশ্ববিদ্যালয়
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|