সমললৈ যাওক

পঞ্জাবী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia পঞ্জাবী ৱিকিপিডিয়া

Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in পঞ্জাবী ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL pa.wikipedia.org (eastern)
pnb.wikipedia.org (western)
Commercial নহয়
Registration বৈকল্পিক

পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। এই ৱিকিপিডিয়া দুভাগত বিভক্ত (পূব পঞ্জাবী আৰু পশ্চিম পঞ্জাবী)। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৫,৫৫৩ টা পূব পঞ্জাবী আৰু ৭৩,৬৩৮ টা পশ্চিম পঞ্জাবী প্ৰবন্ধ আছে।

পৰিসংখ্যা

[সম্পাদনা কৰক]

২০২৪ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৫৫,৫৫৩টা প্ৰবন্ধ, ৫২,০০০ গৰাকী সম্পাদক, ৯ গৰাকী প্ৰশাসক আৰু ১,৮৪০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৭৭,২৮৮।[1]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

পঞ্জাবী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]