ধন্যমালিনী
অৱয়ব
ধন্যমালিনী | |
---|---|
ৰাৱণৰ অন্ত্যেষ্টিক্ৰিয়াত মন্দোদৰী (বাঁওফালে) আৰু ধন্যমালিনী (সোঁফালে)৷ | |
দেৱনাগৰী | धन्यामालिनी |
নিবাস | লংকা |
সন্তান |
হিন্দু শাস্ত্ৰত ধন্যমালিনী (ইংৰাজী: Dhanyamalini) ৰাৱণৰ দ্বিতীয়গৰাকী পত্নী আছিল। তেওঁ এগৰাকী নম্ৰ আৰু যত্নশীল মহিলা আছিল। তেওঁৰ প্ৰকৃত পৰিচয় অজ্ঞাত যদিও কিছুমান কাহিনীয়ে তেওঁক মায়াসুৰৰ জীয়ৰী আৰু মন্দোদৰীৰ ভগ্নী বুলি উল্লেখ কৰে।[1] ধন্যমালিনী আৰু ৰাৱণৰ পুত্ৰ চাৰিগৰাকী; অতিকায়, নৰান্তক-দেৱান্তক আৰু ত্ৰিশিৰা।[2][3]
=তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2022-12-10. https://web.archive.org/web/20221210010725/https://kivabeguide.com/wives-of-ravana/। আহৰণ কৰা হৈছে: 2022-06-28.
- ↑ https://www.dek-d.com/board/view/1665174/
- ↑ Nāyuḍū, Su Śaṅkara Rājū; Shankar Raju Naidu, S. (1971). "A Comparative Study of Kamba Ramayanam and Tulasi Ramayan". https://books.google.com/books?id=YmUOAAAAYAAJ&q=atikaya+dhanyamalini.
|