প্ৰহস্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰহস্ত
ৰামায়ণৰ চৰিত্ৰ
তথ্য
পৰিয়াল সুমালী (পিতৃ)
কেতুমতী (মাতৃ)
সন্তান জম্বুমালী[1]

হিন্দু মহাকাব্য ৰামায়ণ অনুসৰি প্ৰহস্ত (ইংৰাজী: Prahasta, সংস্কৃত: प्रहस्त) আছিল লংকাৰ ৰজা ৰাৱণৰ সেনাৰ মুখ্য কমাণ্ডাৰ তথা এগৰাকী শক্তিশালী ৰাক্ষস যোদ্ধা। তেওঁ সুমালী আৰু কেতুমতীৰ পুত্ৰ আছিল।[2] পৰজনমত তেওঁ মহাভাৰতদুৰ্যোধনৰ বিশ্বস্ত সহযোগী পুৰোচন নামেৰে জন্মলাভ কৰে, যিয়ে পৰৱৰ্তী সময়ত দুৰ্যোধন আৰু তেওঁৰ দুষ্ট পৰামৰ্শদাতা শকুনিৰ আদেশত লক্ষগ্ৰাহ সৃষ্টি কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

কিংবদন্তি[সম্পাদনা কৰক]

প্ৰহস্ত সুমালী আৰু কেতুমতীৰ দহজন পুত্ৰৰ ভিতৰৰ এজন আছিল। তেওঁৰ চাৰিজন ভনীও আছিল। তেওঁলোকৰ ভিতৰত এজন আছিল ৰাৱণৰ মাতৃ কৈকেষী[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]