কেতুমতী (ৰামায়ণ)
অৱয়ব
(কেতুমতীৰ পৰা পুনঃনিৰ্দেশিত)
কেতুমতী | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
তথ্য | |
দাম্পত্যসঙ্গী | সুমালী |
সন্তান | প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস, ভাস্কৰ্ণ, ৰাকা, পুষ্পট্কটা, কৈকেষী, কুম্ভনাশী |
আত্মীয় | নৰ্মদা (মাতৃ) সুকেশ (শহুৰ) দেৱৱতী (শাহু) বসুদা (ভনী) সুন্দৰী (ভনী) |
কেতুমতী (ইংৰাজী: Ketumati) ৰাক্ষষ ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ পুত্ৰ সুমালীৰ দাম্পত্য সঙ্গী আছিল৷[1] তেওঁ আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ কন্যা৷ তেওঁ ১০ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷[2]
তেওঁৰ ভনী দুগৰাকীৰ নাম হৈছে- বসুদা আৰু সুন্দৰী,[2] যাক মালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷ তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ http://ancientvoice.wikidot.com/src-vrm:ram7-5.
- ↑ 2.0 2.1 "Ketumati wife sumali.". Indianetzone.com. https://www.indianetzone.com/34/ketumati_wife_sumali.htm। আহৰণ কৰা হৈছে: 19 July 2021.
- ↑ Mittal, J. P. (2006) (en ভাষাত). History Of Ancient India (a New Version) : From 7300 Bb To 4250 Bc. Atlantic Publishers & Dist. ISBN 978-81-269-0615-4. https://books.google.com/books?id=b7gOBW8oDFgC&q=sumali+ravana&pg=PA200.
|