কেতুমতী (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেতুমতী
ৰামায়ণৰ চৰিত্ৰ
তথ্য
দাম্পত্যসঙ্গী সুমালী
সন্তান প্ৰহস্ত, অকম্পন, বিকট, কালিকামুখা, ধুমৰক্ষ, দণ্ড, সুপ্ৰস্ব, সংৰাদি, প্ৰঘাস, ভাস্কৰ্ণ, ৰাকা, পুষ্পট্‌কটা, কৈকেষী, কুম্ভনাশী
আত্মীয় নৰ্মদা (মাতৃ)
সুকেশ (শহুৰ)
দেৱৱতী (শাহু)
বসুদা (ভনী)
সুন্দৰী (ভনী)

কেতুমতী (ইংৰাজী: Ketumati) ৰাক্ষষ ৰজা সুকেশ আৰু গন্ধৰ্ব ৰাজকুমাৰী দেৱৱতীৰ পুত্ৰ সুমালীৰ দাম্পত্য সঙ্গী আছিল৷[1] তেওঁ আছিল গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ কন্যা৷ তেওঁ ১০ গৰাকী পুত্ৰ আৰু ৪ গৰাকী কন্যা সন্তানৰ মাতৃ আছিল৷[2]

তেওঁৰ ভনী দুগৰাকীৰ নাম হৈছে- বসুদা আৰু সুন্দৰী,[2] যাক মালী আৰু মাল্যবানে বিবাহ কৰাইছিল৷ তেওঁৰ কন্যা কৈকেষী ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এটি কন্যা শূৰ্পনখাৰ জন্ম হয়।[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]