লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
লাভ ইন বেংকক ২০১৫ চনৰ ১০ জুলাই তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে অসীম বৈশ্য-ই। ড্ৰীমছ্ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনুপম হাজৰিকা। বিদেশৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনৰ কাহিনী বিকুল দত্তৰ। ছবিখনত অভিনয় কৰিছে বিকুল দত্ত, সংগীতা, নন্দিতা বৰা, প্ৰাণকৃষ্ণ মহন্ত, পল্লৱী বৰুৱা, কৰৱী শৰ্মা, ৰূপলেখা কোঁৱৰ, মনালিছা বৈশ্য, মাইনু গগৈ, চাজু, মানস, উজ্জ্বল বৰা, দেৱ কলিতা, গুণ কলিতা, ৰাঘৱী দত্ত আদিয়ে। অতিথি শিল্পী আকাশদীপ। সংগীত পৰিচালনা অজয় ফুকন আৰু প্ৰাঞ্জল প্ৰদীপ ভৰালীৰ। [1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ কল্যাণ কুমাৰ কলিতা, লাভ ইন বেংকক, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ১২ জুলাই, ২০১৫
|