সমললৈ যাওক

লিংগ অনুপাত অনুসৰি দেশৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লিংগ অনুপাত অনুসৰি দেশসমূহৰ মানচিত্ৰ
  পুৰুষতকৈ মহিলা বেছি থকা দেশ
  পুৰুষ আৰু মহিলা সমানে থকা দেশ
  মহিলাতকৈ পুৰুষ বেছি থকা দেশ
  তথ্য নাই
মুঠ জনসংখ্যা অনুসৰি দশসমূহৰ লিংগ অনুপাত।
নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ গড় লিংগ অনুপাত= ১.০১)
১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬)
৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ লিংগ অনুপাত।
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯)

জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।

লিংগ অনুপাত

[সম্পাদনা কৰক]

তালিকাখনৰ কিছুমান তথ্য The World Factbook (২০১২)[1]ৰপৰা সংগ্ৰহ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰCIA নামৰ সংস্থাটোৱে এই পুৰুষ-মহিলাৰ লিংগ অনুপাতৰ তথ্যখিনি যুগুত কৰিছে। The World Factbook-ৰ তথ্যসমূহ আৰু নিজ নিজ দেশসমূহৰ লোকপিয়লৰ তথ্যসমূহৰ মাজত পাৰ্থক্য থাকিব পাৰে। উদাহৰণস্বৰূপে ২০০১ চনত The World Factbook-ৰ তথ্য অনুসৰি ছুইজাৰলেণ্ডৰ শিশুৰ জন্মৰ লিংগ অনুপাত আছিল ১.০৫[2], কিন্তু ছুইজাৰলেণ্ডৰ চৰকাৰী পৰিসংখ্যা মতে এই অনুপাত আছিল ১.০৭[3]ছুইডেন, নৰৱে, আয়াৰলেণ্ড, ভাৰত আৰু জাপানৰ লিংগ অনুপাতৰ ক্ষেত্ৰতো এনে বিসংগতি দেখা গৈছিল।

অনুপাত ১-তকৈ বেছি হ'লে মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক, আৰু অনুপাত ১-তকৈ কম হ'লে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক। অনুপাত ১ হ'লে পুৰুষ আৰু মহিলাৰ সংখ্যা সমান।

দেশ/অঞ্চলজন্ম (CIA-ৰ তথ্য)[1]১৫ বছৰৰ অনূৰ্ধ্ব১৫-৬৪৬৫ বছৰৰ উৰ্দ্ধসৰ্বমুঠজন্ম (WDB-ৰ তথ্য)[4]
 বিশ্ব১.০৭১.০৬১.০২০.৭৮১.০১১.০৭
 আফগানিস্তান১.০৫১.০৫১.০৫০.৯২১.০৫১.০৬
 আলবেনিয়া১.১১৮১.১১.০৫০.৮৭১.০৪১.০৭
 আলজেৰিয়া১.০৫১.০৪১.০২০.৮৬১.০১১.০৫
 আমেৰিকান চমোৱা১.০৬১.০৪১.০৩০.৮৮১.০২
 আন্দৰা১.০৬৬১.০৬১.০৯০.৯৯১.০৭
 আংগলা১.০৫১.০২১.০৩০.৭৯১.০২১.০৩
 আংগুইলা১.০৩১১.০৫০.৯০.৯৩০.৯৪
 এণ্টিগুৱা আৰু বাৰ্বুডা১.০৫১.০৩০.৮৭০.৭৬০.৯
 আৰ্জেণ্টিনা১.০৫২১.০৫০.৭০.৯৭১.০৪
 আৰ্মেনিয়া১.১২৪১.১৫০.৮৮০.৬২০.৮৯১.১৫
 আৰুবা১.০২১১.০১০.৯২০.৬৬০.৯১.০৫
 অষ্ট্ৰেলিয়া১.০৫৫১.০৫১.০৩০.৮৪১.০৬
 অষ্ট্ৰিয়া১.০৫১১.০৫১.০১০.৭১০.৯৫১.০৬
 আজেৰবাইজান১.১১৬১.১৩০.৯৭০.৫৮০.৯৭১.১৬
 বাহামাছ১.০৩১.০৩০.৯৭০.৬২০.৯৬১.০৬
 বাহৰেইন১.০২৮১.০২১.৩৩১.১৩১.২৪১.০৫
 বাংলাদেশ১.০৪১.০১০.৮৯০.৯৩০.৯৩১.০৫
 বাৰ্বাড'ছ১.০১৩০.৯৭০.৬৪০.৯৪১.০৪
 বেলাৰুছ১.০৬২১.০৬০.৯৪০.৪৭০.৮৭১.০৬
 বেলজিয়াম১.০৪৫১.০৪১.০২০.৭১০.৯৬১.০৫
 বেলাইজ১.০৫১.০৪১.০২০.৯১১.০৩১.০৩
 বেনিন১.০৫১.০৪০.৯৯০.৬৯১.০৪
 বাৰ্মুদা১.০১৫১.০১০.৯৭০.৭১০.৯৪
 ভূটান১.০৫১.০৪১.১৩১.১২১.১১.০৪
 বলিভিয়া১.০৫১.০৪০.৯৬০.৭৯০.৯৮১.০৫
 বচনিয়া আৰু হাৰজেগ’ভিনা১.০৭৪১.০৭১.০২০.৬৯০.৯৭১.০৭
 বৎচোৱানা১.০৩১.০৪১.০২০.৬৮১.০১১.০৩
 ব্ৰাজিল১.০৫১.০৪০.৯৮০.৭৩০.৯৮১.০৫
 ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ১.০৫১.০৩১.০৫১.০৭১.০৫
 ব্ৰুণেই১.০৪৭১.০৬০.৯৯০.৯৪১.০৬
 বুলগেৰিয়া১.০৬১.০৫০.৯৭০.৬৮০.৯২১.০৬
 বাৰ্কিনা ফাছো১.০৩১.০১০.৬৪০.৯৯১.০৫
 বাৰ্মা১.০৬১.০৪০.৯৯০.৭৭০.৯৯
 বুৰুণ্ডী১.০৩১.০১০.৯৭০.৬৭০.৯৮১.০৩
 কম্বোডিয়া১.০৪৫১.০২০.৯৫০.৬০.৯৬১.০৫
 কেমেৰুন১.০৩১.০২১.০১০.৮৫১.০১১.০৩
 কানাডা১.০৫৬১.০৫১.০২০.৭৮০.৯৮১.০৫
 কেপ ভাৰ্ডে১.০৩১.০১০.৯৪০.৬১০.৯৪১.০৩
 কেমেন দ্বীপপুঞ্জ১.০১৬১.০১০.৯৫০.৮৯০.৯৬
 চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক১.০৩১.০১০.৯৮০.৬৭০.৯৮১.০৩
 চাদ১.০৪১.০৩০.৮৫০.৭৩০.৯২১.০৩
 চিলি১.০৫১.০৫০.৭২০.৯৮১.০৪
 চীন১.১৩৩১.১৭১.০৬০.৯৩১.০৬১.১৯
 কলম্বিয়া১.০৬১.০৫০.৯৭০.৭৪০.৯৮১.০৫
 কম'ৰছ১.০৩১.০১০.৯৮০.৮৩০.৯৮১.০৫
 কংগো গণৰাজ্য১.০৩১.০১০.৯৯০.৬৯০.৯৯১.০৩
 কংগো১.০৩১.০১০.৯৯০.৭০.৯৯১.০৩
 কুক দ্বীপসমূহ১.০৪৮১.১৩১.০৭০.৯৬১.০৭
 কষ্টা ৰিকা১.০৫১.০৫১.০১০.৮৬১.০১১.০৫
 আইভৰি ক’ষ্ট১.০৩১.০২১.০৪০.৯৯১.০৩১.০২
 ক্ৰয়েছিয়া১.০৫৫১.০৬০.৯৯০.৬৪০.৯৩১.০৬
 কিউবা১.০৬১.০৬০.৮৩০.৯৯১.০৬
 চাইপ্ৰাছ১.০৫১.০৬১.০৮০.৭৭১.০৪১.০৭
 চেক গণৰাজ্য১.০৫৯১.০৬১.০১০.৬৬০.৯৫১.০৬
 ডেনমাৰ্ক১.০৫৫১.০৫১.০১০.৭৮০.৯৮১.০৬
 দীজিবৌটি১.০৩০.৮০.৮১০.৮৬১.০৪
 ডমিনিকা১.০৫১.০৪১.০৫০.৭৬১.০২
 ডমিনিকান গণৰাজ্য১.০৪১.০৪১.০৪০.৮৬১.০৩১.০৫
 ইকুৱেডৰ১.০৫১.০৪০.৯৭০.৯৩০.৯৯১.০৫
 ইজিপ্ত১.০৫১.০৫১.০৩০.৮৩১.০৩১.০৫
 এল চালভাড’ৰ১.০৫১.০৫০.৮৯০.৮১০.৯৩১.০৫
 বিষুৱীয় গিনি ১.০৩১.০৩০.৯৭০.৭৮০.৯৯১.০৩
 এৰিট্ৰিয়া১.০৩১.০১০.৯৬০.৮২০.৯৮১.০৩
 এষ্ট’নিয়া১.০৬৩১.০৬০.৯১০.৪৯০.৮৪১.০৬
 ইথিঅ'পিয়া১.০৩০.৯৬০.৭৫০.৯৭১.০৩
 ইউৰোপিয়ান ইউনিয়ন১.০৬১.০৫০.৭৩০.৯৫১.০৬
 ফাৰো দ্বীপপুঞ্জ১.০৭১১.০৭১.১৫০.৯১.০৯
 ফিজি১.০৫১.০৪০.৮১১.০৬
 ফিনলেণ্ড১.০৪১.০৪১.০২০.৬৯০.৯৬১.০৫
 ফ্ৰান্স১.০৫১১.০৫০.৭২০.৯৬১.০৫
 ফ্ৰান পলিনেছিয়া১.০৫১.০৪১.০৭১.০২১.০৬১.০৫
 গেবন১.০৩১.০১০.৭২০.৯৯১.০৩
 গাম্বিয়া১.০৩১.০১০.৯৮০.৯৮১.০৩
 গাজা ষ্ট্ৰীপ১.০৬১.০৬১.০৫০.৬৮১.০৪১.০৫
 জৰ্জিয়া১.১১৩১.১৫০.৯৩০.৬৬০.৯১১.১১
 জাৰ্মানী১.০৫৫১.০৫১.০৪০.৭২০.৯৭১.০৬
 ঘানা১.০৩১.০২০.৮৪১.০৬
 গিব্ৰালটাৰ১.০৭১.০৬১.০২০.৯৩১.০১
 গ্ৰীচ১.০৬৪১.০৬০.৭৮০.৯৬১.০৭
 গ্ৰীনলেণ্ড১.০৫১১.০৩১.১৫১.০৫১.১২
 গ্ৰেনেডা১.০৯৮১.০৫১.০৪০.৮২১.০২১.০৫
 গুৱাম১.০৬১.০৭১.০৪০.৮৫১.০৩১.০৬
 গুৱেটমালা১.০৫১.০৪০.৯৪০.৮৬০.৯৭১.০৫
 গুৱেৰনছে১.০৫১.০৩০.৯৮০.৭৭০.৯৫
 গুইনিয়া১.০৩১.০২০.৭৮১.০৬
 গুইনিয়া-বিচ্চাও১.০৩০.৯৩০.৬৬০.৯৫১.০৩
 গুৱানা১.০৫১.০৪০.৭১১.০৫
 হাইটি১.০১১১.০২০.৯৯০.৬২০.৯৮১.০৫
 হন্দুৰাছ১.০৫১.০৪১.০১০.৮১১.০১১.০৫
 হংকং১.০৭৫১.০৯০.৯৪০.৮৮০.৯৫১.০৭
 হাংগেৰী১.০৫৭১.০৬০.৯৮০.৫৭০.৯১১.০৬
 আইচলেণ্ড১.০৪১.০৩১.০২০.৮৩১.০৫
 ভাৰত১.১২১.১৩১.০৭০.৯১.০৮১.০৮
 ইণ্ডোনেছিয়া১.০৫১.০৩১.০১০.৮১.০৫
 ইৰান১.০৫১.০৫১.০২০.৯২১.০২১.০৫
 ইৰাক১.০৫১.০৩১.০৩০.৯১.০২১.০৭
 আয়াৰলেণ্ড১.০৭১.০৭০.৮১০.৯৯১.০৭
 আইল অৱ মেন১.০৫১.০৫১.০১০.৭০.৯৬
 ইজৰাইল১.০৫১.০৫১.০৩০.৭৭১.০৫
 ইটালী১.০৭১.০৬১.০৩০.৭২০.৯৬১.০৬
 জামাইকা১.০৫১.০৩০.৯৭০.৮১০.৯৮১.০৫
 জাপান১.০৬১.০৬১.০২০.৭৪০.৯৫১.০৬
 জাৰ্ছে১.০৮১.০৮০.৮০.৯৭
 জৰ্ডান১.০৬১.০৪১.১৫০.৯৩১.১১.০৫
 কাজাখাস্তান১.০৬১.০৪০.৯৫০.৫৪০.৯৩১.০৭
 কেনিয়া১.০২১.০১১.০১০.৮৪১.০৩
 কিৰিবাছ১.০৫১.০৩০.৯৮০.৭৪০.৯৯১.০৫
 উত্তৰ কোৰিয়া১.০৬১.০৩০.৯৮০.৬৩০.৯৫১.০৫
 দক্ষিণ কোৰিয়া১.০৭১.১১.০৪০.৬৭১.১০
 কুৱেইট১.০৪১.০৪১.৭৮১.৬৬১.৫৪১.০৩
 কিৰগিজস্তান১.০৫১.০৪০.৯৬০.৬৪০.৯৬১.০৬
 লাউচ১.০৫১.০১০.৯৮০.৭৬০.৯৮১.০৫
 লাটভিয়া১.০৫১.০৫০.৯৫০.৪৯০.৮৬১.০৫
 লেবানন১.০৫১.০৪০.৯৮০.৮২০.৯৭১.০৫
 লেছথ’১.০৩১.০১০.৯৬০.৬৬০.৯৬১.০৩
 লাইবেৰিয়া১.০৩০.৯৮০.৯৪০.৯৯১.০৬
 লিবিয়া১.০৫১.০৪১.০৬০.৯৬১.০৫১.০৬
 লাইচটেনষ্টাইন১.০১০.৯৯০.৯৮০.৭৬০.৯৪
 লিথুৱানিয়া১.০৬১.০৫০.৯৬০.৫৩০.৮৯১.০৫
 লাক্সেমবাৰ্গ১.০৭১.০৬১.০২০.৭০.৯৭১.০৬
 মাকাও১.০৫১.১৪০.৮৮০.৮৮০.৯২১.০৫
 মেছেদনীয়া১.০৮১.০৮১.০২০.৭৭১.০৮
 মাদাগাস্কাৰ১.০৩১.০১০.৯৯০.৮০.৯৯১.০৩
 মালাৱী১.০২১.০১০.৭৪১.০৩
 মালয়েছিয়া১.০৭১.০৬১.০১০.৭৯১.০১১.০৬
 মালদ্বীপ১.০৫১.০৪১.০৪১.০৫১.০৬
 মালি১.০৩১.০২০.৯৯০.৬৪০.৯৯১.০৫
 মালটা১.০৬১.০৬১.০৩০.৭৬০.৯৯১.০৬
 মাৰ্ছাল দ্বীপপুঞ্জ১.০৫১.০৪১.০৫০.৯৪১.০৪
 মৌৰিতানিয়া১.০৩১.০১০.৮৯০.৭৪০.৯৩১.০৫
 মৰিছাছ১.০৫১.০৩০.৯৯০.৬৭০.৯৭১.০৪
 ময়ত্তে১.০৩১.০১১.১৬১.০৪১.০৮১.০৩
 মেক্সিকো১.০৫১.০৪০.৯৪০.৮২০.৯৬১.০৫
 মাইক্ৰ’নেছিয়া১.০৫১.০৩০.৯৯০.৭৪১.০৭
 মলডভা১.০৬১.০৬০.৯৪০.৫৮০.৯১১.০৬
 মনাকো১.০৬১.০৫০.৯৮০.৬৮০.৯১
 মংগোলিয়া১.০৫১.০৪০.৭৭১.০৩
 মণ্টেনেগ্ৰ১.০৭২০.৯৬১.০৮০.৬৮০.৯৯১.০৮
 মণ্টচেৰাট১.০৩১.০৮০.৯২১.৯৫১.০১
 মৰক্কো১.০৫১.০৪০.৭৫০.৯৯১.০৬
 মজাম্বিক১.০২১.০১০.৯৬০.৭১০.৯৭১.০৩
 নামিবিয়া১.০৩১.০২১.০২০.৮১১.০১১.০৩
 নাউৰু১.০৫১.০৪০.৯৭১.০৪
 নেপাল১.০৪১.০৪০.৯২০.৮৯০.৯৬১.০৫
 নেডাৰলেণ্ডচ১.০৫১.০৫১.০২০.৭৬০.৯৮১.০৬
 নেডাৰলেণ্ডচ এনটাইল্লেচ১.০৫১.০৫০.৯৩০.৬৮০.৯৩
 নিউ কেলেডনিয়া১.০৫১.০৪১.০১০.৮৬১.০১১.০৫
 নিউজিলেণ্ড১.০৫১.০৫০.৮৪০.৯৯১.০৬
 নিকাৰাগুৱা১.০৫১.০৪০.৭৮১.০৫
 নাইজাৰ১.০৩১.০২০.৯৯০.৮১১.০৫
 নাইজেৰিয়া১.০৬১.০৫১.০৪০.৯৪১.০৪১.০৬
 দক্ষিণ মাৰিয়ানা দ্বীপপুঞ্জ১.০৬১.১০.৬৭১.০৮০.৭৪
 নৰৱে১.০৫১.০৫১.০৩০.৭৫০.৯৮১.০৬
 ওমান১.০৫১.০৪১.৩৮১.৩২১.২২১.০৫
 পাকিস্তান১.১০১.০৬১.০৫০.৮৮১.০৯১.০৫
 পালাউ১.০৬১.০৬১.২৬০.৪৫১.১৪
 পানামা১.০৪১.০৪১.০২০.৮৭১.০২১.০৫
 পাপুৱা নিউগিনি১.০৫১.০৩১.০৬০.৮৬১.০৪১.০৮
 পাৰাগুৱে১.০৫১.০৩১.০১০.৮৬১.০১১.০৫
 পেৰু১.০৫১.০৪১.০১০.৮৯১.০১১.০৫
 ফিলিপাইন১.০৫১.০৪০.৭৬১.০৬
 পোলেণ্ড১.০৬১.০৬০.৯৯০.৬২০.৯৪১.০৬
 পৰ্তুগাল১.০৭১.০৯০.৯৯০.৭০.৯৫১.০৬
 পুৱেৰ্ট’ ৰিক’১.০৫১.০৫০.৯৩০.৭৬০.৯২১.০৫
 কাটাৰ১.০৬১.০৬২.৪৬১.৩৮১.০৪
 ৰোমানিয়া১.০৬১.০৫০.৯৯০.৬৯০.৯৫১.০৬
 ৰাছিয়া১.০৬১.০৫০.৯২০.৪৪০.৮৬১.০৬
 ৰুৱাণ্ডা১.০৩১.০১০.৬৬০.৯৯১.০১
 ছেইণ্ট বাৰ্থেলেমি১.০৫১.০৬১.১৯০.৯৯১.১৪
 ছেইণ্ট হেলেনা১.০৫১.০৪১.০৪০.৯১.০৩
 ছেইণ্ট কিট্টিচ আৰু নেভিচ১.০৬১.০৫০.৭২০.৯৯
 ছেইণ্ট লুছিয়া১.০৬১.০৫০.৯৪০.৮২০.৯৬১.০৩
 ছেইণ্ট-মাৰ্টিন১.০৪০.৯৯০.৯১০.৮১০.৯২
 ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন১.০৫১.০৪১.০৩০.৮৬১.০১
 ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ১.০৩১.০২১.০৬০.৮২১.০৩১.০৩
 চামোৱা১.০৫১.০৪১.১০.৮১.০৬১.০৮
 ছান মাৰিণ'১.০৯১.০৮০.৯২০.৭৬০.৯১
 চাও টমে আৰু প্ৰিন্সিপে১.০৩১.০৩০.৯৪০.৮২০.৯৮১.০৩
 চৌদি আৰৱ১.০৫১.০৪১.২৯১.০৬১.১৮১.০৩
 ছেনেগাল১.০৩১.০১০.৯৮০.৮৮০.৯৯১.০৩
 ছাৰ্বিয়া১.০৭১.০৭০.৭০.৯৫১.০৮
 ছেচেল্লেচ১.০৩১.০৫১.০৮০.৫৯১.০৩
 ছিয়েৰা লিয়ন১.০৩০.৯৬০.৯২০.৮৪০.৯৪১.০২
 ছিংগাপুৰ১.০৮১.০৮০.৯৫০.৮০.৯৫১.০৭
 শ্ল'ভাকিয়া১.০৫১.০৫০.৯৯০.৬০.৯৪১.০৫
 শ্ল’ভেনিয়া১.০৭১.০৬১.০২০.৬৪০.৯৫১.০৫
 চল’মন দ্বীপপুঞ্জ১.০৫১.০৪১.০২০.৯১.০২১.০৯
 ছোমালিয়া১.০৩০.৭২১.০৩
 দক্ষিণ আফ্ৰিকা১.০২১.০২০.৬৯০.৯৯১.০৩
 স্পেইন১.০৭১.০৬১.০১০.৭২০.৯৬১.০৬
 শ্ৰীলংকা১.০৪১.০৪০.৯৬০.৮৭০.৯৭১.০৪
 ছুদান১.০৫১.০৪১.০১১.০৭১.০৩১.০৫
 ছুৰিনাম১.০৭১.০৪০.৯৯০.৭৬০.৯৯১.০৮
 স্বাজিলেণ্ড১.০৩১.০২০.৯৩০.৫৯০.৯৫১.০৩
 ছুইডেন১.০৬১.০৬১.০৩০.৭৯০.৯৮১.০৬
 ছুইজাৰলেণ্ড১.০৫১.০৮১.০২০.৭১০.৯৭১.০৬
 ছিৰিয়া১.০৬১.০৬১.০৫০.৮৯১.০৫১.০৫
 টাইৱান১.০৯১.০৮১.০২০.৯৪১.০২
 তাজিকিস্তান১.০৫১.০৪০.৯৮০.৭৪০.৯৯১.০৫
 তাঞ্জানিয়া১.০৩০.৯৭০.৭৮০.৯৮১.০৩
 থাইলেণ্ড১.০৫১.০৫০.৯৮০.৮৩০.৯৮১.০৬
 টিমুৰ লেষ্টে১.০৫১.০৩১.০৪০.৯১১.০৩১.০৫
 তগ’১.০৩১.০১০.৯৬০.৬৫০.৯৭১.০২
 টংগা১.০৫১.০৪০.৯৯০.৭১০.৯৯১.০৫
 ট্ৰিনিদাদ আৰু ট'বেগ'‎১.০৩১.০৫১.০৫০.৭৫১.০২১.০৪
 তুনিছিয়া১.০৭১.০৭১.০১০.৮৭১.০১১.০৫
 তুৰস্ক১.০৫১.০৫১.০২০.৮৪১.০২১.০৫
 তুৰ্কমেনিস্তান১.০৫১.০২০.৯৮০.৭৭০.৯৮১.০৫
 তুৰ্কছ আৰু কেইকছ দ্বীপপুঞ্জ১.০৫১.০৪১.১০.৯৫১.০৭
 টুভালু১.০৫১.০৪০.৯৬০.৫৯০.৯৬
 উগাণ্ডা১.০৩১.০১১.০১০.৭১১.০৩
 ইউক্ৰেইন১.০৬১.০৬০.৯২০.৫০.৮৬১.০৬
 সংযুক্ত আৰৱ আমিৰাত১.০৫১.০৫২.৭৪১.৮২২.১৯১.০৫
 যুক্তৰাজ্য১.০৫১.০৫১.০৩০.৭৬০.৯৮১.০৫
 আমেৰিকা যুক্তৰাষ্ট্ৰ১.০৫১.০৪১.০০০.৭৫০.৯৭১.০৫
 ভাৰ্জিন দ্বীপপুঞ্জ১.০৬১.০৩০.৮৮০.৮২০.৯১.০৬
 উৰুগুৱে১.০৪১.০৩০.৯৯০.৬৭০.৯৫১.০৫
 উজবেকিস্তান১.০৬১.০৫০.৯৯০.৭৫০.৯৯১.০৫
 ভানুৱাটু১.০৫১.০৪১.০৪১.০৬১.০৪১.০৭
 ভেনিজুৱেলা১.০৫১.০৩০.৯৭০.৮০.৯৮১.০৫
 ভিয়েটনাম১.০৭১.০৮০.৯৯০.৬৩০.৯৮১.০৫
 ৱাল্লিচ আৰু ফুটুনা১.০৫১.১১০.৮৩১.০১
 পশ্চিম বেংক১.০৬১.০৫১.০৫০.৭১১.০৪১.০৫
 পশ্চিম চাহাৰা১.০৪১.০৩০.৯৭০.৭৩০.৯৯
 য়েমেন১.০৫১.০৪১.০৩০.৯২১.০৩১.০৫
 জাম্বিয়া১.০৩১.০১০.৭১.০৩
 জিম্বাৱৱে১.০৩১.০২০.৮১০.৭৮০.৯১১.০২

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Sex Ratio Archived 2013-10-16 at the Wayback Machine". The World Factbook.
  2. "Europe-Switzerland-People-Sex Ratio-at birth". Archived from the original on 2007-06-12. https://web.archive.org/web/20070612201655/https://www.cia.gov/library/publications/the-world-factbook/geos/sz.html আহৰণ কৰা হৈছে: 2012-09-18.
  3. "Statistical Data on Switzerland 2011, see page 6 for sex ratio at birth". Switzerland Federal Statistics Office. http://www.bfs.admin.ch/bfs/portal/en/index/themen/00/01/blank/02.html.
  4. "Gender Statistics Highlights from 2012 World Development Report". World DataBank, a compilation of databases by the World Bank. February 2012. http://databank.worldbank.org/ddp/home.do.