ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (সকলো)
এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাৰ সকলো পৃষ্ঠা একেলগে চাব পাৰিব। শিতানবোৰ আছুতীয়াকৈ চাবলৈ অনুগ্ৰহ কৰি ৰাইজৰ চ'ৰা পৃষ্ঠালৈ যাওক।
| অসমীয়া ৱিকিপিডিয়া-সমাজৰ আলোচনা কক্ষলৈ স্বাগতম। ইংৰাজী ৱিকিপিডিয়াত এই পৃষ্ঠাটোক "ভিলেজ পাম্প" বোলা হয়। অসমীয়াত সেয়ে অনেকে এই পৃষ্ঠাক ৱিকি-সমাজ, মুখ্য সদন, আড্ডা, ৰাইজৰ চ'ৰা, মেল আদি বিভিন্ন নামেৰে উল্লেখ কৰে।
(This page is not for discussions.) |
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
|||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
৭ দিনতকৈ পুৰণা আলোচনাবোৰ (অন্তিম মন্তব্যৰ দিনৰ পৰা) প্ৰতিটো অধ্যায়ৰ উপ−পৃষ্ঠালৈ স্থানান্তৰ কৰা হয় ((অধ্যায় নাম)/সংৰক্ষণ বুলি কয়)।
সাময়িকভাৱে সাল-সলনি কৰিবলগীয়া পৃষ্ঠাসমূহৰ নিৰীক্ষণ[সম্পাদনা কৰক]অসমীয়া ৱিকিপিডিয়াত এনে বহুতো পৃষ্ঠা আছে যাৰ তথ্য সময়ে সময়ে সলনি কৰি থকাৰ প্ৰয়োজন, যেনে জীৱিত ব্যক্তি, কোনো দেশৰ জনগাঁথনি, বৈজ্ঞানিক অনুসন্ধান, দীঘলীয়া সামাজিক পৰিঘটনা যেনে যুদ্ধ, আন্দোলন ইত্যাদিৰ ওপৰত লিখা প্ৰবন্ধ। যিহেতু এনে পৃষ্ঠাৰ সংখ্যা বহুত আৰু অসমীয়া ৱিকিপিডিয়ানসকলৰ সংখ্যা সীমিত, এনে পৃষ্ঠাসমূহৰ ওপৰত অনানুষ্ঠানিকভাৱে চকু ৰখা, আৰু কোন পৃষ্ঠা কেতিয়া সলনি কৰিব লাগে সেই কথা মনত ৰখা কঠিন। সেয়ে, এনে বহু প্ৰবন্ধ সৃষ্টি কৰাৰ পাছত বিশেষভাৱে সলনি কৰা নহয়, আৰু পাঠকে কেইবাবছৰ পুৰণি তথ্যহে পঢ়িবলৈ পায়। মই এটি সাঁচ তৈয়াৰ কৰি চাইছোঁ: সাঁচ:সাময়িক সংশোধনৰ প্ৰয়োজন। এই সাঁচ কোনো পৃষ্ঠাত যোগ কৰিলে:
সম্পাদসকলে মাজে মাজে শ্ৰেণী:সাময়িক সংশোধন—১ বছৰতকৈ আগৰ পৃষ্ঠাখন চাই থাকিলে, কি কি পৃষ্ঠাত সংশোধনৰ প্ৰয়োজন, সেই কথা সহজে জানিব পাৰিব। কিছু স্পষ্টীকৰণ[সম্পাদনা কৰক]
অনুৰোধ[সম্পাদনা কৰক]
মন্তব্য[সম্পাদনা কৰক]
|
ৱিকি-জন্মদিন, ২০২৬ উদ্যাপন[সম্পাদনা কৰক]সন্মানীয় সদস্যসকল, আমি জানো যে, অহা ১৫ জানুৱাৰীত ৱিকিপিডিয়াৰ ২৫বছৰীয়া জন্মদিন। বিগত ২৪ বছৰ ধৰি ৱিকিপিডিয়াই আমাক এখন গোলকীয় গাঁৱৰ অনুভৱ আনি দিছে। ৱিকিপিডিয়াৰ সৈতে সংযুক্ত হৈ ব্যক্তিগতভাৱে মই তৃপ্ত। সেয়ে, উক্ত শুভ দিনটোত মই ২৫টা পৃষ্ঠা সৃষ্টিৰে উদ্যাপন কৰিম বুলি থিৰাং কৰিছোঁ। ১৪ জানুৱাৰীৰ ৰাতি ১২ বজাৰ পিছৰপৰা ১৫ জানুৱাৰী ৰাতি ১২ বজালৈ মোৰ এই উদ্যাপন চলিব। সন্মানীয় সদস্যসকলৰ কোনোবাই যদি সহযোগ কৰে ইয়াতেই সংযুক্ত হৈ কিবা সংকল্প ল’ব পাৰে বা মোৰ দৰে আপোনালোকেও নিজা নিজা সংকল্প লৈ একোটা পৃষ্ঠা সৃষ্টি কৰি ৱিকি-জন্মদিন উদ্যাপন কৰিব পাৰে। আহক আমি সকলোৱে মিলি গৌৰৱেৰে মুক্ত জ্ঞানৰ এই যাত্ৰাক উদ্যাপন কৰোঁ। -Pranamikaadhikary (বাৰ্তা) 18:06, 12 January 2026 (ইউ.টি.চি.) মতামত[সম্পাদনা কৰক]
সামৰণি[সম্পাদনা কৰক]ৱিকিপিডিয়াৰ জন্মদিন উপলক্ষ্য্যে তলৰ লিংকটোত দিয়া পৃষ্ঠাসমূহ সৃষ্টি কৰা হ’ল। সতীৰ্থ-মিলন[সম্পাদনা কৰক]সন্মানীয় সতীৰ্থ, অহা ইং ৩১ জানুৱাৰী ২০২৬ তাৰিখে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দিনৰ ১১:০০ বজাৰপৰা ০১:০০ বজাৰ ভিতৰত সম্ভৱপৰ সকলোৱে মুখা-মুখি হোৱাৰ মানস কৰিছোঁ। সকলোৰে উপস্থিতিয়ে আমাৰ মনৰ উদ্যম বৃদ্ধি কৰিব বুলি ভবা হৈছে। যাতায়াত আৰু অন্যান্য খৰচ নিজৰ। সহমত হ’লে তলত সন্মতি দি ৱিকি-স্ৱাক্ষৰ কৰিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 14:35, 23 January 2026 (ইউ.টি.চি.) সহমত[সম্পাদনা কৰক]
উপস্থিতিৰ স্বাক্ষৰ[সম্পাদনা কৰক]নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৬[সম্পাদনা কৰক]১ ফেব্ৰুৱাৰী ২০২৬ৰপৰা আৰম্ভ হ'ব নাৰীবাদ আৰু লোকগাথা এডিটাথন-২০২৬ প্ৰবন্ধ লিখন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনৰ এগৰাকী স্থানীয় আয়োজক হিচাপে মই প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰিবলৈ সদস্য জোনালী বৰুৱা, প্ৰণামিকা অধিকাৰী আৰু চাণক্য কুমাৰ দাস অনুৰোধ জনাইছোঁ। লগতে সদস্যসকলক এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। অংশগ্ৰহণৰ বাবে ইয়াত ক্লিক কৰক। -Nayan j Nath (বাৰ্তা) 11:07, 31 January 2026 (ইউ.টি.চি.) মতামত[সম্পাদনা কৰক]প্ৰস্তাৱটো মই দেখাই নাছিলোঁ। সদস্যসকলৰ আপত্তি নাথাকিলে দায়িত্ব পালন কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:11, 1 February 2026 (ইউ.টি.চি.) ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল, ৱিকিপিডিয়া এছিয়ান মাহত সৃষ্টি কৰা প্ৰবন্ধসমূহ প্ৰতিযোগিতাৰ বাবে খৰধৰকৈ লিখাৰ বাবে কোনো কোনো প্ৰবন্ধত কিছু খুঁটি-নাটি ৰৈ যায়, এই খুঁটি-নাটি সমূহ নাইকিয়া কৰি ইতিমধ্যে লেখা প্ৰবন্ধসমূহ উন্নত কৰাৰ উদ্দেশ্যেৰে ৱিকিপিডিয়া এছিয়ান মাহ ফেজ-২ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সম্পাদনা মেলাত নতুন প্ৰবন্ধ সৃষ্টি কৰা নহয়, ইতিমধ্যে ৱিকিত থকা এছীয় বিষয়ক প্ৰবন্ধসমূহ বিচাৰি উলিয়াই সেইসমূহ সংশোধন আৰু পৰিৱৰ্ধন কৰা হ'ব। এপ্ৰিল মাহৰ ১৫ তাৰিখৰপৰা মে' মাহৰ ১ তাৰিখলৈ অনুষ্ঠিত হ'ব লগা ১৫ দিনীয়া এই সংশোধনী মেলাৰ বাবে মই আয়োজক ৰূপে ৱিকিপিডিয়া এছিয়ান মাহ ২০২৫-ৰ বিজয়ী নৰুনা বৰুৱা আৰু কন্দৰ্পজিৎ কল্লোলৰ নাম প্ৰস্তাৱ কৰিলোঁ আৰু আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা আশা কৰিলোঁ। অংশগ্ৰহণকাৰীসকলক অৱদান অনুসৰি একোটিকৈ ৱিকিপিডিয়া এছিয়ান মাহ টি-চাৰ্ট প্ৰদান কৰা হ'ব। সমান্তৰালকৈ যোৰহাটত এখন অফলাইন কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিনয়েৰে, JyotiPN (বাৰ্তা) 07:28, 13 March 2026 (ইউ.টি.চি.) সমৰ্থন[সম্পাদনা কৰক]মন্তব্য[সম্পাদনা কৰক]চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা[সম্পাদনা কৰক]সন্মানীয় সদস্যসকল, অহা ২৭ এপ্ৰিল, চন্দন বিয়োগৰ দিনটোৰ সৈতে সংগতি ৰাখি এটা প্ৰস্তাৱ দিয়া হৈছে। অনুগ্ৰহ কৰি লিংকত গৈ মতামত দিব বুলি আশা কৰিলোঁ।Pranamikaadhikary (বাৰ্তা) 13:43, 26 March 2026 (ইউ.টি.চি.) বড়ো ভাষা আৰু সংস্কৃতি দৃশ্যমানতা প্ৰকল্প[সম্পাদনা কৰক]আমি অসমৰ জনগণে ইয়াৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধ আৰু সৌহাৰ্দ্যৰে বসবাস কৰি গৌৰৱ অনুভৱ কৰি আহিছোঁ। বড়ো জনগোষ্ঠী ইয়াৰ ভিতৰত আমাৰ অন্যতম গৌৰৱৰ উৎস, আৰু তেওঁলোকৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। সাম্প্ৰতিক সময়ত বড়ো সমাজে ৱিকিমিডিয়া প্লেটফৰ্মসমূহত নিজৰ দৃশ্যমানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে কাম কৰি আছে। দক্ষিণ এছিয়াৰ অংশীদাৰিত্ব ব্যৱস্থাপক, Wikimedia Foundationৰ প্ৰবীণ দাসৰ সৈতে এক দীঘলীয়া আলোচনা আৰু তেখেতৰ পৰামৰ্শৰ পাছত, মই "Bodo Language & Culture Visibility Project" নামৰ এটা প্ৰকল্প পৰিচালনাৰ পৰিকল্পনা কৰিছোঁ। অসমীয়া ৱিকিসমাজৰ এজন সদস্য হিচাপে, এই পৰিকল্পনাটোৰ বাবে আপোনালোকৰ সমৰ্থন, পৰামৰ্শ আৰু মূল্যৱান মতামত আন্তৰিকতাৰে আশা কৰিছোঁ। -Nayan j Nath (বাৰ্তা) 13:31, 29 March 2026 (ইউ.টি.চি.) সমৰ্থন[সম্পাদনা কৰক]
মতামত[সম্পাদনা কৰক]পাঠ্যক্ৰমত ৱিকিপিডিয়া[সম্পাদনা কৰক]সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পাঠ্যক্ৰমত ৱিকিপিডিয়াৰ অন্তৰ্ভূক্তিৰ প্ৰস্তাৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা পোৱা গৈছে৷ এই সংক্ৰান্তত আলোচনা কৰিবলৈ জৰুৰীভাৱে আমি মিলিত হোৱাৰ প্ৰয়োজন৷ সেয়ে আজি নিশা ৯ বজাৰ পৰা আধাঘণ্টামানৰ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে৷ আশাকৰোঁ সৰহসংখ্যক সদস্যই আলোচনাটিত সহযোগ কৰিব৷ -Nayan j Nath (বাৰ্তা) 07:10, 11 May 2026 (ইউ.টি.চি.) মিটিঙৰ লিংক- meet.google.com/1A5Sve84Jc3Psxv26 উপস্থিত সদস্যৰ স্বাক্ষৰ[সম্পাদনা কৰক]পাঠ্যক্ৰম সম্বন্ধীয় বিশেষ সভা[সম্পাদনা কৰক]সন্মানীয় সদস্যসকলৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে, যোৱা ১১ মে, ২০২৬ তাৰিখৰ নিশা ৯ বজাত এখন বিশেষ জৰুৰী সভা আহ্বান কৰা হৈছিল আৰু তাত ভালেকেইগৰাকীমান সদস্যৰ উপস্থিতিত নগাঁও বিশ্ববিদ্যালয়ে “ৱিকিমিডিয়া’’ক এক পাঠ্য বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ কৰা ইচ্ছাৰ ওপৰত আলোচনা কৰা হৈছিল। সভাত নীতেশ গীলকো আমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁ উপস্থিত থাকি বিষয়টোত আগবঢ়াত উৎসাহিত কৰিছিল। সেইমৰ্মে, আমি নগাঁও বিশ্ববিদ্যালয়ৰ সৈতে কথা-বতৰা কিছু আগুৱাই নিয়া হৈছে। এইটো বিষয়কে পুনৰ আলোচনা কৰিবলৈ অহা ৩১ মে’ ২০২৬ তাৰিখৰ সন্ধিয়া ৮ বজাৰ পৰা ৯ বজালৈ এখনি গুগল মিটৰ আয়োজন কৰা হৈছে। সন্মানীয় সকলো সদস্যই এই সভাখনত উপস্থিত থাকি নিজ নিজ মতামত ব্যক্ত কৰিব বুলি আশা কৰিলোঁ। সভাৰ লিংক পৰৱৰ্তী সময়ত দিয়া হ’ব।-Pranamikaadhikary (বাৰ্তা) 15:05, 29 May 2026 (ইউ.টি.চি.)
উপস্থিত সদস্যৰ স্বাক্ষৰ[সম্পাদনা কৰক]বেটুপাতৰ নতুন শিতান[সম্পাদনা কৰক]Please do not change this section. Discussion and Voting is now closed.
অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা আৰু ভোটদান সমাপ্ত হৈছে। অসমীয়া ৱিকিপিডিয়াৰ বেটুপাতত “নিৰ্বাচিত মিডিয়া” নামৰ এটা নতুন শিতান সংযোগ কৰিব বিচৰা হৈছে৷ তাৰ বাবে আপোনালোকৰ সমৰ্থন আশা কৰিলোঁ৷ দিব্য দত্ত (বাৰ্তা) 14:04, 23 May 2026 (ইউ.টি.চি.) সমৰ্থন[সম্পাদনা কৰক]
মতামত[সম্পাদনা কৰক]
ৱিকিডাটাত অসমীয়া বিৱৰণ যোগ কৰাৰ প্ৰস্তাৱ[সম্পাদনা কৰক]সকলোকে নমস্কাৰ,
গুৱাহাটীত ৱিকিমিডিয়াৰ যিকোনো এটা প্ৰকল্পৰ কৰ্মশালা[সম্পাদনা কৰক]ইয়াৰ দ্বাৰা সন্মানীয় সদস্যসকলক জনাব খোজোঁ যে, অহা ১১ জুলাই শনিবাৰে দিনৰ ১০:৩০ বজাৰ পৰা ০১:৩০ বজালৈ গুৱাহাটীস্থিত স্বেচ্ছাসেৱী সংগঠন সৃষ্টি-এক ৰূপান্তৰৰ যাত্ৰাৰ উদ্যোগত আৰু বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অসমীয়া ৱিকিমিডিয়াৰ এক চমু পৰিচয় আৰু যিকোনো এটা প্ৰকল্পৰ সম্পাদনা কৌশল প্ৰদানৰ কাম হাতত লোৱা হৈছে। উক্ত কাৰ্যত আপোনালোকৰ সমৰ্থন আৰু সহযোগিতা কামনা কৰাৰ লগতে গুৱাহাটীস্থিত সদস্যসকলৰ কায়িক উপস্থিতি কামনা কৰা হ’ল। যাতায়াতৰ বাবে কোনো ব্যয় বহন কৰা নহয়।-Pranamikaadhikary (বাৰ্তা) 05:32, 3 July 2026 (ইউ.টি.চি.) সমৰ্থন[সম্পাদনা কৰক]
বিৰোধ[সম্পাদনা কৰক]মতামত[সম্পাদনা কৰক]সতীৰ্থসকলৰ কোন কোন উক্ত অনুষ্ঠানত উপস্থিত থাকিব পাৰিব, জনালে আয়োজকসকলৰ সুবিধা হয় বুলি জনাইছে৷ সেয়ে অনুগ্ৰহ কৰি উপস্থিতি নিশ্চিত কৰিব৷Pranamikaadhikary (বাৰ্তা) 04:56, 7 July 2026 (ইউ.টি.চি.) ঠিকনা
কাৰ্যসূচী[সম্পাদনা কৰক]১১/৭/২০২৬ শনিবাৰ
উপস্থিত সদস্যৰ স্বাক্ষৰ[সম্পাদনা কৰক]
কেৰালা সাংস্কৃতিক সপ্তাহ, ২০২৬[সম্পাদনা কৰক]প্ৰিয় সতীৰ্থসকল, কেৰালা ৱিকি কনফাৰেঞ্চৰ লগত সংগতি ৰাখি মালয়ালম ৱিকিমিডিয়া সমাজে কেৰালাৰ সংস্কৃতি আৰু ঐতিহ্যক ৱিকিমিডিয়াৰ মাধ্যমেৰে তুলি ধৰাৰ উদ্দেশ্যে কেৰালা সাংস্কৃতিক সপ্তাহ,২০২৬ আৰম্ভ কৰিছে। সক্ৰিয় মালয়ালম ৱিকিমিডিয়ান অতুল আৰ টিৰ অনুৰোধমৰ্মে এই অনলাইন এডিটাথনটোত সহযোগ কৰাৰ উদ্দেশ্যেৰে আমি অসমীয়া ৱিকিমিডিয়াতো এটা প্ৰকল্প পৃষ্ঠা সাজি সাধ্য অনুসৰি সহযোগ আগবঢ়োৱাৰ সংকল্প কৰিছোঁ আৰু এডিটাথনটি পৰিচালনা কৰি সফলতাৰে আগুৱাই নিবলৈ নৰুৱা বৰুৱা, দুহিতা ৰাগিণী কলিতা, জ্যোতি চিৰিং নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ এই এডিটাথনটিত সকলোৱে আন্তৰিকতাৰে ভাগ ল'ব আৰু এই সমন্বয়ে ভৱিষ্যত সময়ত দুইখন সমাজৰ মাজত সম্প্ৰীতিৰ এটি মাইলৰ খুঁটি স্থাপন কৰিব। বিনয়েৰে, JyotiPN (বাৰ্তা) 07:52, 25 July 2026 (ইউ.টি.চি.)
|
Thank You for Last Year – Join Wiki Loves Ramadan 2026[সম্পাদনা কৰক]Dear Wikimedia communities, We hope you are doing well, and we wish you a happy New Year. Last year, we captured light. This year, we’ll capture legacy. In 2025, communities around the world shared the glow of Ramadan nights and the warmth of collective iftars. In 2026, Wiki Loves Ramadan is expanding, bringing more stories, more cultures, and deeper global connections across Wikimedia projects. We invite you to explore the Wiki Loves Ramadan 2026 Meta page to learn how you can participate and sign up your community. 📷 Photo campaign on Wikimedia Commons If you have questions about the project, please refer to the FAQs: Early registration for updates is now open via the Event page Stay connected and receive updates: We look forward to collaborating with you and your community.
Feminism and Folklore 2026 starts soon[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Dear Wiki Community, We are pleased to invite Wikimedia communities, affiliates, and independent contributors to organize the Feminism and Folklore 2026 writing competition on your local Wikipedia. The international campaign will run from 1 February to 31 March 2026 and aims to improve coverage of feminism, women’s histories, gender-related topics, and folk culture across Wikipedia projects.
Feminism and Folklore is a global writing initiative that complements the Wiki Loves Folklore photography competition. While Wiki Loves Folklore focuses on visual documentation, this writing campaign addresses the gender gap on Wikipedia by improving encyclopedic content related to folk culture and marginalized voices.
Communities can contribute by creating, expanding, or translating articles related to:
Participants may work from curated article lists or generate new article suggestions using campaign tools.
Organizers are requested to complete the following steps to register their community:
The Wiki Loves Folklore Tech Team has introduced tools to support organizers and participants:
Both tools are now available for use in the campaign. Click here to access the tools
For detailed information about rules, timelines, and prizes, please visit the Feminism and Folklore 2026 project page. If you have any questions or need assistance, feel free to reach out via:
We look forward to your collaboration and coordination in making Feminism and Folklore 2026 a meaningful and impactful campaign for closing gender gaps and enriching folk culture content on Wikipedia. Thank you and best wishes, Feminism and Folklore 2026 International Team Invitation to Host Wiki Loves Folklore 2026 in Your Country[সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক
Hello everyone, We are delighted to invite Wikimedia affiliates, user groups, and community organizations worldwide to participate in Wiki Loves Folklore 2026, an international initiative dedicated to documenting and celebrating folk culture across the globe.
Wiki Loves Folklore is an annual international photography competition hosted on Wikimedia Commons. The campaign runs from 1 February to 31 March 2026 and encourages photographers, cultural enthusiasts, and community members to contribute photographs that highlight:
Through this campaign, we aim to preserve and promote diverse folk cultures and make them freely accessible to the world. Project page on Wikimedia Commons
As we celebrate the eight edition of Wiki Loves Folklore, we warmly invite communities to organize a local edition in their country or region. Hosting a local campaign is a great opportunity to:
If your team prefers to organize the competition in either February or March only, please feel free to let us know. If you are unable to organize, we encourage you to share this opportunity with other interested groups or organizations in your region.
If you have any questions, need support, or would like to explore collaboration opportunities, please feel free to contact us via:
We are also happy to connect via an online meeting if your team would like to discuss planning or coordination in more detail. Warm regards, The Wiki Loves Folklore International Team MediaWiki message delivery (বাৰ্তা) 13:20, 18 January 2026 (ইউ.টি.চি.) Annual review of the Universal Code of Conduct and Enforcement Guidelines[সম্পাদনা কৰক]I am writing to you to let you know the annual review period for the Universal Code of Conduct and Enforcement Guidelines is open now. You can make suggestions for changes through 9 February 2026. This is the first step of several to be taken for the annual review. Read more information and find a conversation to join on the UCoC page on Meta. The Universal Code of Conduct Coordinating Committee (U4C) is a global group dedicated to providing an equitable and consistent implementation of the UCoC. This annual review was planned and implemented by the U4C. For more information and the responsibilities of the U4C, you may review the U4C Charter. Please share this information with other members in your community wherever else might be appropriate. -- In cooperation with the U4C, Keegan (WMF) (talk) 21:01, 19 January 2026 (ইউ.টি.চি.) ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ৰ বাবে বৃত্তিৰ আবেদন মুকলি[সম্পাদনা কৰক]সকলোলৈকে নমস্কাৰ, ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ৰ বাবে ইতিমধ্যে বৃত্তিৰ আবেদন মুকলি হৈছে। এইবাৰ এই সন্মিলনখন ২০২৬ চনৰ ৪ ছেপ্টেম্বৰৰপৰা ৬ ছেপ্টেম্বৰলৈ ভাৰতৰ কোচিত অনুষ্ঠিত হ’ব। ৱিকি কনফাৰেন্স ইণ্ডিয়াই সমগ্ৰ ভাৰতৰ লগতে, দক্ষিণ এছিয়া আৰু ইয়াৰ বাহিৰৰো ৱিকিমিডিয়ান, আয়োজক, আৰু অৱদানকাৰীসকলক একত্ৰিত কৰে। ই হৈছে সংযোগ স্থাপন, শিক্ষণ, অভিজ্ঞতাৰ ভাগ-বতৰা, আৰু মুক্ত জ্ঞান আন্দোলনক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ এক ক্ষেত্ৰ। যদি আপুনি ৱিকিমিডিয়া প্ৰকল্পৰ সক্ৰিয় অৱদানকাৰী বা সম্প্ৰদায়ৰ কাম-কাজৰ সৈতে জড়িত, তেন্তে আপোনাক এই বৃত্তিৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে। বিতং তথ্যসমূহ *ইয়াত* পাব। 🙂 আবেদনৰ অন্তিম তাৰিখ: ১৫ এপ্ৰিল ২০২৬ ১১:৫৯ p.m. IST আবেদনৰ লিংক: লিংক অধিক তথ্য: লিংক এই ঘোষণাটো আপোনালোকৰ ৱিকি পৰিয়ালৰ আন আন লোকলৈয়ো নিঃসংকোচে শ্বেয়াৰ কৰিবলৈ সাদৰেৰে অনুৰোধ জনালোঁ। ধন্যবাদ। ৱিকি কনফাৰেন্স ইণ্ডিয়া ২০২৬ আয়োজক দল Join the sixth Ukraine’s Cultural Diplomacy Month on Wikipedia![সম্পাদনা কৰক]অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক Dear Wikipedians! Wikimedia Ukraine, in cooperation with the MFA of Ukraine and Ukrainian Institute, has launched the sixth edition of writing challenge "Ukraine's Cultural Diplomacy Month", which lasts from 1st April until 30th April 2026. The initiative aims to promote knowledge about Ukrainian culture abroad by creating and improving Wikipedia articles in multiple languages. This year marks the sixth edition of the campaign, which will focus on contemporary culture, making today’s artistic voices and practices more visible to international audiences. 🧩How to participate? Choose an article from the suggested list → Write an article in your language, or improve an existing one according to the rules → Add your contribution to the contest page and calculate your points → Win prizes and receive a certificate of participation → Become a promoter of truthful knowledge about Ukraine. 🧩Check our main page for more information. If you are interested in coordinating long-term community engagement for the campaign and becoming a local ambassador, we would love to hear from you! Please let us know your interest. If not, then we encourage you to translate the landing page of the contest and banner into your own language. Also, we set up a banner to notify users of the possibility to participate in this challenge! OlesiaLukaniuk (WMUA) (talk) 04:35, 1 April 2026 (UTC) Action Required: Update templates/modules for electoral maps (Migrating from P1846 to P14226)[সম্পাদনা কৰক]Hello everyone, This is a notice regarding an ongoing data migration on Wikidata that may affect your election-related templates and Lua modules (such as The Change: We are migrating this data (across roughly 4,000 items) to a newly created, dedicated property: P14226. What You Need To Do: Deadline: Let us know if you have any questions or need assistance with the query logic. Thank you for your help! ZI Jony using MediaWiki message delivery (বাৰ্তা) 17:12, 3 April 2026 (ইউ.টি.চি.) Invitation to join South Asian Community and the Annual Planning Discussions with WMF[সম্পাদনা কৰক]"Kindly feel free to translate this text into your own language." Dear Community member, We would like to invite you all to the April edition of the South Asia Open Community Call that will focus on a discussion with the leadership of the Wikimedia Foundation on their Annual Plan (2026-2027). The Foundation’s Annual Plan is a high-level roadmap for what the organisation aims to achieve in the coming year. It includes not only the foundation’s Goals, Progress, and plan but also a summary of Global Trends that impact the present and future of our movement. This is the right time for the South Asia community to participate and share their thoughts on the Wikimedia Foundation’s annual plan, helping shape it together. Share your hopes, concerns, bold ideas, and specific requests to contribute to the Foundation’s planning. Hence, the next South Asia Open Community Call will be hosted on the following dates/times. Please mark the same in your calendar and sign up here.
Note: Only those who have registered will receive the joining link. Look forward to seeing you on the call, Best, MediaWiki message delivery (বাৰ্তা) 18:41, 5 April 2026 (ইউ.টি.চি.) Request for comment (global AI policy)[সম্পাদনা কৰক]Apologies for writing in English. অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক A request for comment is currently being held to decide on a global AI policy. ধন্যবাদ! MediaWiki message delivery (বাৰ্তা) 00:57, 26 April 2026 (ইউ.টি.চি.) Migration to Parsoid[সম্পাদনা কৰক]Hello everyone! I am glad to inform you that as the next step in the Parser Unification project, Parsoid will soon be turned on as the default article renderer on your wiki. We are gradually increasing the number of wikis using Parsoid, with the intention of making it the default wikitext parser for MediaWiki's next long-term support release. This will make our wikis more reliable and consistent for editors, readers, and tools to use, as well as making the development of future wikitext features easier. If this disrupts your workflow, don’t worry! You can still opt out through a user preference or turn Parsoid off on the current page using the Tools submenu, as described in the Extension:ParserMigration documentation. There is more information about our roll-out strategy available, including the testing done before we turn on Parsoid for a new wiki. To report bugs and issues, please look at our known issues documentation and if you found a new bug please create a phab ticket and tag the Content Transform Team in Phabricator. Call for Applications: TTT 2026 (Deadline Extended to 20 May)[সম্পাদনা কৰক]Apologies for writing in English. Please feel free to translate this into your language. Hello everyone, We hope you are doing well. We would like to share that applications for the Train the Trainer (TTT) 2026 program are currently open. TTT is a capacity-building initiative aimed at supporting Wikimedians in developing training, facilitation, and leadership skills. We are happy to inform you that the scholarship application deadline has been extended until 20 May 2026. We are still receiving applications and encourage interested community members, especially emerging leaders, to apply. We also request your support in sharing this opportunity within your communities and networks, so that it can reach a wider and more diverse group of participants. Thank you for your continued support. OKI (IIIT-H) MediaWiki message delivery (বাৰ্তা) 13:02, 17 May 2026 (ইউ.টি.চি.) Vote now in the 2026 U4C election[সম্পাদনা কৰক]Eligible voters are asked to participate in the 2026 Universal Code of Conduct Coordinating Committee election. More information–including an eligibility check, voting process information, candidate information, and a link to the vote–are available on Meta at the 2026 Election information page. The vote closes on 2 June 2026 at 00:00 UTC. Please vote if your account is eligible. Results will be available by 14 June 2026. -- In cooperation with the U4C, RFC about AI-generated content in Wikimedia Commons[সম্পাদনা কৰক]Apologies for writing in English, please help translate this message to your language. You are invited to participate in a request for comment on Wikimedia Commons about a policy update for AI content. This may affect files that are uploaded to Wikimedia Commons for use on this project. Thank you. Codename Noreste (আলোচনা) 17:11, 23 June 2026 (ইউ.টি.চি.) Deployment of Legal and Safety Contacts Link in the Footer of Your Wiki[সম্পাদনা কৰক]Legal & Safety Contacts Hello community, the Wikimedia Foundation has provided a single legal and safety contact page, to be linked in the footer of your wiki, to ensure access to accurate legal information. This is a regulatory requirement. We have already rolled out links to English, German, Italian, Spanish and other wikis and we will deploy to your wiki soon. Please read more on the project page and leave any comments in this thread or on the talk page.
-- User:Sannita (WMF) (talk) 13:28, 25 June 2026 (ইউ.টি.চি.) WikiConference India 2026-ৰ বাবে Self-Funded Registration আৰু Call for Submissions[সম্পাদনা কৰক]প্ৰিয় সমাজৰ সদস্যবৃন্দ, WikiConference India 2026-ৰ বাবে Self-Funded Registration আৰু Call for Submissions এতিয়া মুকলি হৈছে বুলি আমি আনন্দেৰে জনাইছোঁ। WikiConference India 2026 ২০২৬ চনৰ ৪–৬ ছেপ্টেম্বৰত কেৰালাৰ কোচিত অনুষ্ঠিত হ’ব। এই সন্মিলনে ভাৰত আৰু দক্ষিণ এছিয়াৰ বিভিন্ন প্ৰান্তৰ ৱিকিমিডিয়ান, সমাজ নেতা, ডেভেলপাৰ, গৱেষক আৰু মুক্ত জ্ঞানৰ অনুৰাগীসকলক একত্ৰিত কৰি সংযোগ স্থাপন, সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ সুযোগ প্ৰদান কৰিব। WCI 2026-ৰ মূল বিষয় হৈছে “Reimagining the Knowledge Commons: Community Leadership in an Evolving Wikimedia Ecosystem”। AI-ৰ উত্থান আৰু জ্ঞান সৃষ্টিৰ নতুন মডেলসমূহকে ধৰি ৱিকিমিডিয়া আন্দোলনে দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ সময়ত, এই সন্মিলনৰ লক্ষ্য হৈছে সমাজ নেতৃত্ব, জ্ঞানৰ সমতা, আঞ্চলিক ভাষা, মুক্ত জ্ঞান আৰু ভাৰত তথা দক্ষিণ এছিয়াত ৱিকিমিডিয়াৰ ভৱিষ্যৎ সম্পৰ্কে আলোচনা কৰাৰ বাবে এক স্থান সৃষ্টি কৰা। Self-Funded Registration[সম্পাদনা কৰক]Self-Funded Registration আবেদন এতিয়া Pretix-ত মুকলি হৈছে। Registration Form: https://pretix.eu/wikimedia-events/WCI2026/ Details and Eligibility: https://meta.wikimedia.org/wiki/WikiConference_India_2026/Registration Call for Submissions[সম্পাদনা কৰক]Call for Submissions এতিয়া Eventyay-ত মুকলি হৈছে। আমি Workshop, Discussion, Panel, Interactive Session, Lightning Talk আৰু Poster Presentation-ৰ বাবে প্ৰস্তাৱ আহ্বান জনাইছোঁ। আপুনি অভিজ্ঞ অৱদানকাৰী হওক বা নতুন সমাজ সদস্য হওক, আপোনাৰ ধাৰণা, অভিজ্ঞতা আৰু শিক্ষণসমূহে সন্মিলনৰ কাৰ্যসূচী গঢ় দিয়াত আৰু আন্দোলনৰ গুৰুত্বপূৰ্ণ আলোচনাসমূহত অৰিহণা যোগোৱাত সহায় কৰিব পাৰে। Details and Guidelines: https://meta.wikimedia.org/wiki/WikiConference_India_2026/Programme/Submissions Submission Deadline: July 15th, 2026 WikiConference India 2026 সম্পৰ্কীয় সম্পূৰ্ণ তথ্য, যাৰ ভিতৰত অংশগ্ৰহণৰ তথ্য, সময়সীমা, সন্মিলনৰ আপডেট আৰু Submission Guidelines অন্তৰ্ভুক্ত আছে, চাবলৈ অনুগ্ৰহ কৰি আনুষ্ঠানিক ঘোষণাটো পঢ়ক। Detailed Announcement: https://diff.wikimedia.org/2026/06/26/shape-the-future-call-for-submissions-open-for-wikiconference-india-2026/ আমি সমাজৰ সদস্যসকলক নিবন্ধন কৰিবলৈ, প্ৰস্তাৱ দাখিল কৰিবলৈ আৰু এই ঘোষণাটো নিজৰ নেটৱৰ্কসমূহত ভাগ-বতৰা কৰিবলৈ উৎসাহিত কৰোঁ। শুভেচ্ছাৰে, WikiConference India 2026 Organizing Team [1] https://meta.wikimedia.org/wiki/WikiConference_India_2026 [2] https://meta.wikimedia.org/wiki/WikiConference_India_2026/Registration [3] https://pretix.eu/wikimedia-events/WCI2026/ [4] https://meta.wikimedia.org/wiki/WikiConference_India_2026/Programme/Submissions [5] https://diff.wikimedia.org/2026/06/26/shape-the-future-call-for-submissions-open-for-wikiconference-india-2026/ বাংলা ৱিকিসন্মিলন ২০২৬: ভ্ৰমণ জলপানিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে![সম্পাদনা কৰক]প্ৰিয় ৱিকিমিডিয়ানসকল, আনন্দৰে জনোৱা হৈছে যে, ৱিকিমিডিয়া বাংলাদেশৰ উদ্যোগত অহা ৩০ অক্টোবৰ - ১ নৱেম্বৰ ২০২৬ তাৰিখে বাংলাদেশত বাংলা ৱিকিসন্মিলন ২০২৬ অনুষ্ঠিত হ'ব। এই সন্মিলনখন সফল আৰু সজীৱ কৰি তুলিবলৈ বাংলাদেশ, ভাৰত আৰু নেপালত বাস কৰা আগ্ৰহী ৱিকিমিডিয়ানৰ বাবে ভ্ৰমণ জলপানিৰ ব্যৱস্থা কৰা হৈছে। এই জলপানিৰ ভিতৰত ভ্ৰমণ খৰচ আৰু সন্মিলনত থকা-খোৱাৰ ব্যৱস্থা কৰা হ’ব। সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী সকলোৱেই ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু জলপানি লাভ কৰিলেহে সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। জলপানিৰ বাবে প্ৰাথমিক অৰ্হতা[সম্পাদনা কৰক]তলত উল্লেখ কৰা চৰ্তাৱলী পূৰণ কৰিব নোৱাৰিলে আবেদন পোনচাটেই নাকচ কৰা হ’ব:
জলপানিৰ বাবে আবেদন কিদৰে কৰিব?[সম্পাদনা কৰক]জলপানিৰ বাবে আপুনি নিৰ্দিষ্ট ফৰ্মখন পূৰাব লাগিব। ইয়াৰ বাবে আপোনাক ৩০ৰপৰা ৪০ মিনিটৰ প্ৰয়োজন হ’ব। আবেদনত দাখিল কৰা তথ্যৰ ভিত্তিত জলপানি নিৰ্বাচন উপ-সমিতিৰদ্বাৰা আপোনাৰ যোগ্যতা বিচাৰ কৰা হ’ব। ফৰ্ম পূৰণ আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি জলপানি সম্পৰ্কীয় পৃষ্ঠাখন পঢ়ি চাওক। গুৰুত্বপূৰ্ণ সময়সূচী[সম্পাদনা কৰক]
নিৰ্ধাৰিত সময়সীমাৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব। সেয়েহে শেষ মুহূৰ্তৰ জটিলতা পৰিহাৰ কৰিবলৈ চূড়ান্ত সময়সীমাৰ দুই-এদিন আগতেই প্ৰ-পত্ৰ জমা দিয়াৰহে পৰামৰ্শ দিওঁ। জলপানি সম্পৰ্কে অধিক জানিবলৈ যিকোনো প্ৰশ্ন বা পৰামৰ্শৰ বাবে নিৰ্দ্বিধায় আমাৰ সৈতে আলাপ পৃষ্ঠাত অথবা bnwikiconference@wikimedia.org.bd ঠিকনালৈ ইমেইল কৰি যোগাযোগ কৰিব পাৰে। শুভেচ্ছাৰে, Request for comment (the future of Abstract Wikipedia)[সম্পাদনা কৰক]Apologies if this has not yet been translated into your wiki's language. অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক You are invited to voice your opinions in a request for comment about the future of Abstract Wikipedia. ধন্যবাদ! Kowal2701 (talk) 12:24, 24 July 2026 (ইউ.টি.চি.) Community Tech Task Force: Technical needs assessment for Indic communities[সম্পাদনা কৰক]Please feel free to translate it into your language.
What are we looking for?[সম্পাদনা কৰক]We invite your community to nominate one or two points of contact and share:
How to participate[সম্পাদনা কৰক]Please fill out the community response form by 18th August. If your community prefers, you are also welcome to reply directly on this message. What happens next?[সম্পাদনা কৰক]The information collected will help us:
Best wishes,
|





