ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০১২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
:: ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা ::

প্ৰথম বৰ্ষ | দ্বিতীয় সংখ্যা | অক্টোবৰ | ২০১২

অসমীয়া ৱিকিপিডিয়াৰ অনলাইন মাহেকীয়া দাপোন
এই আলোচনীৰ মূল উদ্দেশ্য হৈছে অসমীয়া ৱিকিপিডিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা।


অক্টোবৰ, ২০১২অসমীয়া ৱিকিপিডিয়াত ঘটা উল্লেখনীয় কামসমূহৰ খতিয়ান:


অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা ১৬০০ টালৈ বৃদ্ধি পালে। (১৫ অক্টোবৰ, ২০১২)
ভাল প্ৰবন্ধ
অন্যান্য কেইটামান উল্লেখনীয় প্ৰবন্ধ

শেহতীয়াভাৱে মৃত্যু হোৱা ব্যক্তি


ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অসমৰ শুৱালকুছিত অনুষ্ঠিত নাওখেলৰ এক মনোৰম দৃশ্য। আলোকচিত্ৰশিল্পী: যুগল ভৰালী
নিৰ্বাচিত চিত্ৰ


অসমীয়া ৱিকিউৎসৰ উল্লেখনীয় কাম



উল্লেখনীয় ৱিকিপিডিয়া পদক


কৰ্মশালা
  • শিক্ষা প্ৰকল্প : ১৪ অক্টোবৰ, ২০১২ (দেওবাৰ) গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক ষ্টাফ ক'লেজত দিনৰ ১১ বজাৰ পৰা অসমীয়া ৱিকিপিডিয়াৰ শিক্ষা প্ৰকল্পৰ অধীনত এখনি ৱিকি প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছিল। উক্ত কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰৰ ১৫ গৰাকী শিক্ষাৰ্থীক ইউনিক'ড ব্যৱহাৰ কৰি অসমীয়া লিখিবলৈ শিকোৱাৰ লগতে ৱিকিপিডিয়াত প্ৰৱন্ধ লিখাৰ প্ৰশিক্ষণ দিয়া হয়। এই সম্পৰ্কে প্ৰকাশিত বা-বাতৰি দুটামানৰ লগতে আলোকচিত্ৰ তলত সংলগ্ন ক’ৰা হ’ল।
  1. Assamese Wikipedia Education Program at GU assamtimes.org ৱেবছাইটত প্ৰকাশিত বাতৰি।
  2. অসমীয়া ৱিকিপিডিয়া শিক্ষা প্ৰকল্প সম্পৰ্কে cis-india.org ত বি্স্তৃতভাৱে পঢ়ক।



সক্ৰিয় সদস্যসকল

এই পৃষ্ঠাখন শেহতীয়াভাৱে ১৫ আগষ্ট, ২০১৩ ’ত ০০:০০ বজাত নৱীকৰণ কৰা হৈছে। বিগত ৩০ দিনত অসমীয়া ৱিকিপিডিয়ালৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যসকলৰ নাম আৰু সম্পাদনা পৰিসংখ্যা এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষ কাৰণবশতঃ এই তালিকাত ১০ টাতকৈ কম সম্পাদনা কৰা সদস্যসকলৰ নাম আৰু প্ৰশাসকৰ দৃষ্টিত অগুৰুত্বপূৰ্ণ সম্পাদনা কৰা সম্পাদকৰ নাম আঁতৰাই ৰখা হৈছে। এই তালিকাখন সক্ৰিয় ব্যৱহাৰকাৰীৰ তালিকাখনৰ এক সম্পাদিত ৰূপ, তথ্যৰ সত্যতা নিৰূপণ কৰিবৰ বাবে আপুনি এই সংযোগটো পৰীক্ষা কৰিব পাৰে।

ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
অনিমেষ বৰা ২১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (প্ৰশাসক) ১০৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপাংকৰ চেতিয়া ৮৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা ৪২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰঞ্জিৎ শৰ্মা ২৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
যুগল চন্দ্ৰ বৰা ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )

বিস্তৃত তালিকা....



প্ৰচাৰপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক। ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাখন আপোনাৰ উপযোগীকৈ সজোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল। ধন্যবাদ