চুমা পৰশতে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুমা পৰশতে

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক জোনমণি দেৱী খাউণ্ড
চিত্ৰনাট্য চিৰন্তন মহন্ত
কাহিনী জোনমণি দেৱী খাউণ্ড
প্ৰযোজক জোনমণি দেৱী খাউণ্ড
(নিৰি প্ৰডাক্‌চন)
অভিনয়ত ইন্দুমৌলি নেওগ
দেবস্মিতা বেনাৰ্জী
চিত্ৰগ্ৰহণকাৰী নৱ কুমাৰ দাস
সংগীত পৰিচালক চাজন নায়ক
মণীষা বৰদলৈ
মুক্তি
২৬ ছেপ্টেম্বৰ, ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

চুমা পৰশতে হৈছে ২০১৪ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক থ্ৰিলাৰ অসমীয়া চলচ্চিত্ৰ। 'নিৰি প্ৰডাক্‌চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা, পৰিচালনা আৰু কাহিনী জোনমণি দেৱী খাউণ্ডৰ। অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জী আদিয়ে। [1]


অভিনয় শিল্পী[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ মূল ভূমিকাত অভিনয় কৰে নৱাগত ইন্দুমৌলি নেওগ আৰু পশ্চিম বংগৰ অভিনেত্ৰী দেবস্মিতা বেনাৰ্জীয়ে। আন অভিনয় শিল্পীসকল হ'ল লক্ষী, ভাস্কৰ, নীৰৱ, চিৰঞ্জীৱ, হেমন্ত, অংশুমান, পূৰ্ণমজ্যোতি, ত্ৰৈলোক্য, ডিম্পু, ৰূপম, জ্যোতিষ্মান, শংকৰজ্যোতি, শশাংক, অবিনাশ আদি।[1]


কলা-কুশলী[সম্পাদনা কৰক]

  • পৰিচালনা/প্ৰযোজনা/কাহিনী - জোনমণি দেৱী খাউণ্ড
  • কাৰ্যবাহী প্ৰযোজক - জয়ন্ত খাউণ্ড
  • চিত্ৰনাট্য/সংলাপ - চিৰন্তন মহন্ত
  • চিত্ৰগ্ৰহণ - নৱ কুমাৰ দাস, প্ৰফুল্ল ৰাভা (সহকাৰী চিত্ৰগ্ৰহণকাৰী)
  • নৃত্য নিৰ্দেশনা - বাপ্পা আহমেদ, ৰনি চাহু
  • প্ৰযোজনা নিয়ন্ত্ৰণ - নীলম[1]

সংগীত[সম্পাদনা কৰক]

চুমা পৰশতে চলচ্চিত্ৰখনৰ সংগীত পৰিচালক চাজন নায়ক আৰু মণীষা বৰদলৈ। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, দীক্ষু, চাজন নায়ক, মণীষা, প্ৰণামিকা আৰু তৃণ শৰ্মাই।[1]

গীতৰ তালিকা (অসম্পূৰ্ণ)
নং শিৰোনামগায়ক দৈৰ্ঘ্য
1. "চুমাৰ পৰশতে"  জুবিন গাৰ্গ  
2. "নাচে মন"  জুবিন গাৰ্গ  


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Upcoming Romantic Thriller Assamese Feature Film - Suma Poroxote". Creativica. ১৯ ছেপ্টেম্বৰ, ২০১৪. http://www.creativica.in/article/upcoming-romantic-thriller-assamese-feature-film-suma-poroxote। আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ, ২০১৪. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]