দুৰ্জন (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দুৰ্জনৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
দুৰ্জন
'দুৰ্জন'
'দুৰ্জন'ৰ প’ষ্টাৰ
পৰিচালক মৌপ্ৰাণ শৰ্মা
প্ৰযোজক গুনীন বসুমতাৰী
চিত্ৰনাট্য লিজা পেগু
মৌপ্ৰাণ শৰ্মা
অভিনয়ত উৎপল দাস
অনন্যা পৰাশৰ
গুনীন বসুমতাৰী
সংগীত পৰিচালক বিষ্ণু কলিতা
চিত্ৰগ্ৰহণকাৰী বেদদ্যুতি দত্ত
ষ্টুডিঅ’ আহৰণ ফিল্মছ
মুক্তি ২৫ অক্টোবৰ, ২০১৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰআহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।

অভিনয়-শিল্পী[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]