অশোক বন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
Kuldhar Rabha (আলোচনা | বৰঙণি) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
10 নং শাৰী: | 10 নং শাৰী: | ||
== বৰ্তমানৰ অৱস্থান == |
== বৰ্তমানৰ অৱস্থান == |
||
[[:en:Nuwara Eliya|নুৱাৰা এলিয়া]] চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ [[:en:Hakgala Botanical Garden|হাকজলা বোটানিকেল |
[[:en:Nuwara Eliya|নুৱাৰা এলিয়া]] চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ [[:en:Hakgala Botanical Garden|হাকজলা বোটানিকেল গাৰ্ডেনে]] ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত [[সীতা]]ক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ [[:en:Seetha Amman Temple|সীতা আম্মান মন্দিৰ]] ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।<ref>[http://www.tourslanka.com/ramayana-sri-lanka.php Ramayana sites in Sri Lanka] ''tourslanka.com''.</ref> হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷<ref>[http://www.zeenews.com/Zee-Exclusive/2007-11-07/406053news.html Tracing evidence of Lord Ram and his times] {{webarchive|url=https://web.archive.org/web/20090310112445/http://www.zeenews.com/Zee-Exclusive/2007-11-07/406053news.html |date=2009-03-10 }} ''[[Zee News]]''.</ref><ref>[https://web.archive.org/web/20140904075333/http://www.sify.com/news/fullstory.php?id=14260172 "Sita's Ashok Van awaits restoration in Lanka"]. [[Sify.com]].</ref> |
||
== তথ্যসূত্ৰ == |
== তথ্যসূত্ৰ == |
14:56, 17 July 2021ৰ সংস্কৰণ
অশোক বন বা অশোক বাটিকা (ইংৰাজী: Ashok Vatika) লংকাৰ ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্যত অৱস্থিত এখন বাগিচা আছিল৷ যি হিন্দু মহাকাব্য বিষ্ণু পুৰাণ আৰু বাল্মীকিৰ ৰামায়ণত উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সকলো সংস্কৰণ যেনে- তুলসীদাসৰ দ্বাৰা ৰচিত ৰামচৰিতমানসৰ সুন্দৰ কাণ্ডত উল্লেখ পোৱা যায়।[1] অশোক বাটিকাৰ চাৰিওফালে থকা ঘৰবোৰ বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছে।[2]
এই ঠাইতে ৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰি বন্দী কৰি ৰাখিছিল৷ ৰাৱণৰ পত্নী মন্দোদৰীয়ে সীতাক লগ কৰিবলৈ ইয়ালৈ আহিছিল৷ ইয়াতে হনুমানে প্ৰথমবাৰৰ বাবে সীতাক লগ পাইছিল আৰু ৰামৰ আঙুলিৰ আঙুঠিৰে নিজকে পৰিচয় দিছিল।
সীতাই অশোক বাটিকাত ৰাম আৰু ৰাৱণৰ যুদ্ধৰ শেষলৈকে আছিল৷ লংকাত সীতাক বিচাৰি আহোঁতে হনুমানে অশোক বাটিকাৰ বেছিভাগ অংশ ধ্বংস কৰিছিল। লগতে অশোক বাটিকাৰ কেন্দ্ৰত থকা প্ৰমদা বাণো ধ্বংস হৈছিল৷[2]
বৰ্তমানৰ অৱস্থান
নুৱাৰা এলিয়া চহৰৰ ওচৰত থকা শেথা এলিয়া অঞ্চলৰ হাকজলা বোটানিকেল গাৰ্ডেনে ইয়াৰ বৰ্তমানৰ অৱস্থান বুলি বিশ্বাস কৰা হয়৷ বাগিচাখন হাকগালা শিলৰ ৰূপৰ আধাৰত অৱস্থিত৷ তাত সীতা পোকুনা আছে, যি হাকগালা শিলৰ জংঘলৰ ওপৰৰ এক অনুৰ্বৰ এলেকা, য'ত সীতাক বন্দী কৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়৷ সীতা আম্মান মন্দিৰ ইয়াত অৱস্থিত। আন এটা সংযোজিত স্থান হৈছে সীতা এলিয়াৰ, য’ত সীতাই গা ধুইছিল, যাক সীতা ঝৰ্ণা বুলি কোৱা হয়।[3] হিন্দু ধৰ্মতত্ত্বৰ সৈতে সম্পৰ্ক থকাৰ বাবে ঠাইখনে শেহতীয়া বছৰবোৰত সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে৷[4][5]
তথ্যসূত্ৰ
- ↑ Sundar Kand - Arrival of Ravana at Ashoka Vatika (English translation) Archived October 1, 2009, at the Wayback Machine.
- ↑ 2.0 2.1 Historic Rama of Valmiki: Shastragrahi Rama, by Visvanath Limaye. Published by Gyan Ganga Prakashan, 1985. Page 142, 189.
- ↑ Ramayana sites in Sri Lanka tourslanka.com.
- ↑ Tracing evidence of Lord Ram and his times Archived 2009-03-10 at the Wayback Machine Zee News.
- ↑ "Sita's Ashok Van awaits restoration in Lanka". Sify.com.
|