ভাল পাব নাজানিলো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাল পাব নাজানিলো

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক ঋতুৰাজ দত্ত
চিত্ৰনাট্য ঋতুৰাজ দত্ত
হেমন্ত গগৈ
আছিফ জাবেদ
কাহিনী ধ্যানজ্যোতি বৰা
প্ৰযোজক ঋতুৰাজ দত্ত
চিত্ৰগ্ৰহণকাৰী পৃথ্বিৰাজ দত্ত
সম্পাদনা গৌৰৱ বণিয়া
সংগীত পৰিচালক আচুৰ্য বৰপাত্ৰ
মৃণ্ময় মৃত্তিক
মুক্তি
২০ চেপ্টেম্বৰ
দেশ  ভাৰত
ভাষা অসমীয়া

ভাল পাব নাজানিলো (ইংৰাজী: Bhal Pabo Najanilu) হৈছে ২০১৩ চনৰ ২০ চেপ্টেম্বৰত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ৷ ঋতুৰং মাল্টিমিডিয়াৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা আৰু পৰিচালনা ঋতুৰাজ দত্তৰ। সংগীত পৰিচালনা আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ। ছবিৰ নায়ক এজন আঢ্যৱন্ত যুৱক আৰু আইনৰ ছাত্ৰ। ঘৰুৱা সমস্যা আৰু প্ৰেমৰ দোমোজাত পৰি তেওঁ কিদৰে সিদ্ধান্ত লৈ আগবাঢ়িবলগীয়া হয় আৰু তেওঁ প্ৰেমক কিদৰে উপলব্ধি কৰে তাকে ছবিখনত উপস্থাপন কৰা হৈছে।[1][2]

কাহিনী[সম্পাদনা কৰক]


অভিনয়ত[সম্পাদনা কৰক]

  • ধ্যানজ্যোতি বৰা
  • অনন্যা
  • মলয়া গোস্বামী
  • মিনু বণিয়া
  • বিদ্যুৎ চক্ৰৱৰ্তী
  • অৰুণ হাজৰিকা
  • ডা. অজিত বৰুৱা
  • অনুপজ্যোতি চৌধুৰী
  • চিৰাজুল হুছেইন
  • দুৰ্গাধৰ নেওগ
  • জিনা বৰুৱা
  • প্ৰসন্ন শৰ্মা
  • ৰাখী শইকীয়া
  • পলাশ লইং
  • আছিফ জাবেদ
  • প্ৰবাল বৰা
  • ঋষভ কৃষ্ণান
  • হেমন্ত ডেকা
  • পাৰ্শ্বজ্যোতি শৰ্মা
  • জয়ধ্বজ ফুকন
  • কস্তুৰী বৰুৱা
  • জয়স্মিতা ডেকা[1]

কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা - ঋতুৰাজ দত্ত, শাৰদুল শৰ্মা (সহকাৰী), তনবীৰ জেহীৰ (সহকাৰী)
  • পৰিচালনা - ঋতুৰাজ দত্ত, ৰাজীৱ দত্ত (সহযোগী), হেমন্ত গগৈ (মুখ্য সহকাৰী), সঞ্জীৱ বুঢ়াগোহাই (সহকাৰী), অঞ্জন নেওগ (সহকাৰী)
  • কাহিনী - ধ্যানজ্যোতি বৰা
  • চিত্ৰনাট্য - ঋতুৰাজ দত্ত, হেমন্ত নেওগ, আছিফ জাবেদ
  • সংলাপ - হেমন্ত গগৈ
  • চিত্ৰগ্ৰহণ - পৃথ্বিৰাজ দত্ত, সঞ্জীৱ ফুকন (সহকাৰী), ভাস্কৰ বৰা (সহকাৰী)
  • সম্পাদনা - গৌৰৱ বণিয়া, আছিফ জাবেদ (সহকাৰী)
  • গীতৰ কথা/সুৰ/সংগীত - আচুৰ্য বৰপাত্ৰ, মৃণ্ময় মৃত্তিক
  • সংগীত ব্যৱস্থাপনা - দীপকেশ বুঢ়াগোহাঁই, বুবু, তৰুণ তন্ময়[1]

সংগীত[সম্পাদনা কৰক]

Untitled

আচুৰ্য বৰপাত্ৰ আৰু মৃণ্ময় মৃত্তিকৰ কথা, সুৰ আৰু সংগীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, দীক্ষু আৰু প্ৰিয়ংকা ভৰালীয়ে।[3] সংগীত ব্যৱস্থাপনা দীপকেশ বুঢ়াগোহাই, বুবু আৰু তৰুণ তন্ময়ৰ।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "সপোনৰ তুলিকা"  জুবিন ৪:৩২
2. "সোঁৱৰণি কুঁৱলী"  পাপন ৪:১৭
3. "উৰা মাৰে"  জুবিন ৫:০১
4. "সোঁৱৰণি কুঁৱলী ৰিপ্ৰাইজ"  জুবিন ৩:৩০
5. "জুয়ে পোৰা"  দীক্ষু, প্ৰিয়ংকা ৪:২৬
6. "ল'ৰালিৰ ধেমালি"  জুবিন ২:০১
মুঠ দৈৰ্ঘ্য:
২৩:৪৭

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "শীঘ্ৰেই ছবিঘৰলৈ - ভাল পাব নাজানিলো". আজিৰ দৈনিক বাতৰি. ৩১ মাৰ্চ, ২০১৩. 
  2. Akanshya Chaliha (২৬ জুন, ২০১২). "A Romantic Drama - Bhal Pabo Najanilu". The Telegraph. 
  3. "Bhal Pabo Najanilu (Original Motion Picture Soundtrack)". Amazon. http://www.amazon.com/Najanilu-Original-Motion-Picture-Soundtrack/dp/B00BJTTPPW। আহৰণ কৰা হৈছে: ৩ অক্টোবৰ, ২০১৩.