চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ)
অৱয়ব
(চুৰেন চোৰৰ পুতেকৰ পৰা পুনঃনিৰ্দেশিত)
| চুৰেণ চোৰৰ পুতেক | |
|---|---|
| পৰিচালক | চন্দ্ৰ মুদৈ |
| প্ৰযোজক | প্ৰাঞ্জল কুমাৰ ভৰালী |
| অভিনয়ত | যতীন বৰা প্ৰস্তুতি পৰাশৰ নিশিতা গোস্বামী চেতনা দাস |
| সংগীত পৰিচালক | ডা. হিতেশ বৰুৱা |
| পৰিবেশক | গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. প্ৰাইভেট লিমিটেড |
মুক্তি |
১০ এপ্ৰিল ২০০৫ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
চুৰেণ চোৰৰ পুতেক হৈছে ২০০৫ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখন পৰিচালনা কৰে চন্দ্ৰ মুদৈয়ে আৰু নাম ভূমিকাত অভিনয় কৰে যতীন বৰাই।[1][2] আন মুখ্য চৰিত্ৰত অভিনয় কৰে প্ৰস্তুতি পৰাশৰ আৰু নিশিতা গোস্বামীয়ে। অসমৰ যাদুশিল্প আৰু যাদুকৰসকলক কাহিনীৰ বিষয়বস্তু হিচাপে নিৰ্মিত এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ।[2] সংগীত পৰিচালনা ডা. হিতেশ বৰুৱাৰ।
কাহিনী
[সম্পাদনা কৰক]কাহিনীৰ মুখ্য চৰিত্ৰ চনি (যতীন বৰা)। তেওঁ চুৰেন নামৰ এজন চোৰৰ পুত্ৰ। কাহিনীৰ পাকচক্ৰত পৰি তেওঁ সাফল্য আৰু সন্মান লাভ কৰিবলৈ যাদুবিদ্যাৰ শিক্ষা লয়।[1]
অভিনয়ত
[সম্পাদনা কৰক]- যতীন বৰা (চৰিত্ৰ- চনি)
- প্ৰস্তুতি পৰাশৰ
- নিশিতা গোস্বামী
- চেতনা দাস
- দীনেশ দাস
- প্ৰাণজিৎ দাস
- ডা. ৰাজেন জয়ছোৱাল
- চিৰঞ্জীৱ মহন্ত
- ইমন কাশ্যপ
- প্ৰবাল বৰঠাকুৰ
- গাৰ্গী
সংগীত
[সম্পাদনা কৰক]| চুৰেণ চোৰৰ পুতেক | ||||
|---|---|---|---|---|
| বোলছবি | ||||
| মুক্তি | ২০০৫ | |||
| শৈলী/ধৰণ | বোলছবি সংগীত | |||
| লেবেল | Hitesh Baruah Music | |||
| প্ৰযোজক | প্ৰাঞ্জল কুমাৰ ভৰালী | |||
| ডা. হিতেশ বৰুৱা কালক্ৰম | ||||
| ||||
ডা. হিতেশ বৰুৱাই চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে।
| গীতৰ তালিকা | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
| 1. | "শনি ৰাম" | দ্বীপেন বৰুৱা | ||||||||
| 2. | "এই যাদুৰ নিশা" | জুবিন গাৰ্গ | ||||||||
| 3. | "কাণে কাণে" | কল্লোল বৰঠাকুৰ, বিৰিণা পাঠক | ||||||||
| 4. | "প্ৰেম কিনো জানানে" | কল্লোল বৰঠাকুৰ, চেতনা দাস | ||||||||
| 5. | "ৰিব ৰিবকৈ" | তৰালী শৰ্মা | ||||||||
পুৰস্কাৰ
[সম্পাদনা কৰক]- কৌতুক চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতা, জ্যোতিৰূপা জইণ্ট মিডিয়া এৱাৰ্ড ফৰ এক্সচেলেঞ্চ ইন ফিল্ম টেলিভচন এণ্ড মিউজিক - যতীন বৰা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Staff reporter (November 2, 2005). "Masala and magic end drought of hits". The Telegraph. http://www.telegraphindia.com/1051102/asp/guwahati/story_5426564.asp। আহৰণ কৰা হৈছে: 28 January 2010.
- ↑ 2.0 2.1 "Churen Choror Putek releasing on Aug 26:". Archived from the original on 5 March 2016. https://web.archive.org/web/20160305052611/http://vedanti.com/news/backup/backup/cultural%20news/cultural%20news1.doc। আহৰণ কৰা হৈছে: 28 January 2010.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চুৰেণ চোৰৰ পুতেক (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| ||||||||||||||||||||||||||