জোনদা ইমান গুণ্ডা
অৱয়ব
| জোনদা ইমান গুণ্ডা | |
|---|---|
| পৰিচালক | চন্দ্ৰ মুদৈ |
| ৰচনা | ভবেন বৰা |
| চিত্ৰনাট্য | চন্দ্ৰ মুদৈ |
| প্ৰযোজক | প্ৰাঞ্জল কুমাৰ ভৰালী ছবি ভৰালী |
| অভিনয়ত | বিকি আঙুৰলতা ডেকা |
| সংগীত পৰিচালক | ডা. হিতেশ বৰুৱা |
মুক্তি |
৭ ছেপ্টেম্বৰ ২০০৭ |
| দেশ | ভাৰত |
| ভাষা | অসমীয়া |
জোনদা ইমান গুণ্ডা (ইংৰাজী: Junda Iman Gunda) ২০০৭ চনৰ ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন হাস্যমধুৰ ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল চন্দ্ৰ মুদৈয়ে। মুখ্য ভূমিকাত অভিনয় কৰিছিল বিকি আৰু আঙুৰলতা ডেকাই। সংগীত পৰিচালনা আছিল ডা. হিতেশ বৰুৱাৰ।
অভিনয়
[সম্পাদনা কৰক]- বিকি
- আঙুৰলতা ডেকা
- আব্দুল মজিদ
- ভাস্কৰ দাস
- জুৰি শৰ্মা
- কল্পনা কলিতা
- উপাসনা ভৰালী
- ছবি ভৰালী
সংগীত
[সম্পাদনা কৰক]| জোনদা ইমান গুণ্ডা | ||||
|---|---|---|---|---|
| বোলছবি | ||||
| মুক্তি | ২০০৭ | |||
| শৈলী/ধৰণ | বোলছবি সংগীত | |||
| লেবেল | Hitesh Baruah Music | |||
| প্ৰযোজক | প্ৰাঞ্জল কুমাৰ ভৰালী | |||
| ডা. হিতেশ বৰুৱা কালক্ৰম | ||||
| ||||
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ডা. হিতেশ বৰুৱাই।
| গীতৰ তালিকা | ||||||||||
|---|---|---|---|---|---|---|---|---|---|---|
| নং | শিৰোনাম | গায়ক/গায়িকা | দৈৰ্ঘ্য | |||||||
| 1. | "শিৰতে সেন্দূৰ ল'ম" | জুবিন গাৰ্গ, মৌচুমী, জিণ্টি, জুবলী বৰুৱা | ৫:৩৬ | |||||||
| 2. | "অ' মোৰে জান" | দেবজিৎ সাহা, জুবলী | ৪:১২ | |||||||
| 3. | "গাঁৱৰে সৰু সৰু পদূলি" | জুবিন গাৰ্গ, জিণ্টি, জুবলী, নেহা, গাৰ্গী | ৪:৩১ | |||||||
| 4. | "লাজুকী লাজুকী এইজনী" | দেবজিৎ সাহা | ৩:২৯ | |||||||
| 5. | "কইনাজনী বিউটিফুল" | দেবজিৎ সাহা, জুবলী | ৫:০৫ | |||||||
| 6. | "অ' মামা" | বনজ্যোৎস্না, কৃষ্ণমণি চুতীয়া | ৪:০৪ | |||||||
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| ||||||||||||||||||||||||||