২০০০ চনত দেশভিত্তিক জনসংখ্যাৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই তালিকাখন ২০০০ চনৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আনুমানিকভাৱে প্ৰস্তুত কৰা হৈছে। সাম্প্ৰতিক কালৰ আনুমানিক তথ্যৰ বাবে চাওক জনসংখ্যা অনুসৰি দেশসমূহৰ তালিকা
জনসংখ্যাৰ ফালৰ পৰা দেশসমূহৰ মানচিত্ৰ, ২০০০ (U.N.ৰ তথ্য মতে)

এইখন ২০০০ চনৰ জনসংখ্যাৰ তালিকা। এই তালিকা খনত ২০০ চনৰ ঠিক আৰম্ভণিৰ সময়ৰ পৃথিৱীৰ বিভিন্ন দেশৰ জনসংখ্যাৰ তথ্য সমূহ সন্নিৱিষ্ট কৰা হৈছে।

স্থান দেশ/ প্ৰদেশ জনসংখ্যা
২০০০
আনুমানিক
-  পৃথিৱী ৬,০৬৩,৩৩৩,৮০০
 চীন ১,২৪২,৬১২,২২৬
 ভাৰত ১,০০০,০০০,০০০
 আমেৰিকা যুক্তৰাষ্ট্ৰ ২৮১,৪২১,৯০৬
 ইণ্ডোনেছিয়া ২০৬,২৬৪,৫৯৫
 ব্ৰাজিল ১৭০,০০০,০০০
 ৰাছিয়া ১৪৭,০০০,০০০
 পাকিস্তান ১৪০,০০০,০০০
 বাংলাদেশ ১৩০,০০০,০০০
 জাপান ১২৭,০০০,০০০
১০  নাইজেৰিয়া ১১০,০০০,০০০
১১  মেক্সিকো ৯৭,০০০,০০০
১২  জাৰ্মানী ৮২,০০০,০০০
১৩  ভিয়েটনাম ৭০,০০০,০০০
১৪  ফিলিপাইন ৭০,০০০,০০০
১৫  ইথিঅ'পিয়া ৭৭,৪৩১,০০০
১৬  ইজিপ্ত ৭৪,০৩৩,০০০
১৭  তুৰস্ক ৭৩,১৯৩,০০০
১৮  ইৰান ৬৯,৫১৫,০০০
১৯  থাইলেণ্ড ৬৪,২৩৩,০০০
২০  ফ্ৰান্স ৫৮,৯২১,০০০
২১  যুক্তৰাজ্য ৫৮,৪৫৯,০০০
২২  ইটালী ৫৭,৬২০,০০০
২৩  কংগো গণৰাজ্য ৫৭,৫৪৯,০০০
২৪  ম্যানমাৰ ৫০,৫১৯,০০০
২৫  ইউক্ৰেইন ৪৯,৪২৯,৮০০ [1]
২৬  দক্ষিণ কোৰিয়া ৪৭,৮১৭,০০০
২৭  দক্ষিণ আফ্ৰিকা ৪৫,০০০,০০০
২৮  কলম্বিয়া ৪৫,৬০০,০০০
২৯  স্পেইন ৪৩,০৬৪,০০০
৩০  আৰ্জেণ্টিনা ৩৮,৭৪৭,০০০
৩১  পোলেণ্ড ৩৮,৫৩০,০০০
৩২  তাঞ্জানিয়া ৩৮,৩২৯,০০০
৩৩  ছুদান ৩৬,২৩৩,০০০
৩৪  কেনিয়া ৩৪,২৫৬,০০০
৩৫  আলজেৰিয়া ৩২,৮৫৪,০০০
৩৬  কানাডা ৩১,৬৮৯,০০০
৩৭  মৰক্কো ৩১,৪৭৮,০০০
৩৮  আফগানিস্তান ২৯,৮৬৩,০০০
৩৯  উগাণ্ডা ২৮,৮১৬,০০০
৪০  ইৰাক ২৮,৮০৭,০০০
৪১  পেৰু ২৭,৯৬৮,০০০
৪২  নেপাল ২৭,১৩৩,০০০
৪৩  ভেনিজুৱেলা ২৬,৭৪৯,০০০
৪৪  উজবেকিস্তান ২৬,৫৯৩,০০০
৪৫  মালয়েছিয়া ২৫,৩৪৭,০০০
৪৬  চৌদি আৰৱ ২৪,৫৭৩,০০০
৪৭  চীন প্ৰজাতন্ত্ৰ (টাইৱান) ২২,৮৯৪,৩৮৪[2]
৪৮  উত্তৰ কোৰিয়া ২২,৪৮৮,০০০
৪৯  ঘানা ২২,১১৩,০০০
৫০  ৰোমানিয়া ২১,৭১১,০০০
৫১  অষ্ট্ৰেলিয়া ১৯,০০০,০০০
৫২  য়েমেন ২০,৯৭৫,০০০
৫৩  শ্ৰীলংকা ২০,৭৪৩,০০০
৫৪  মজাম্বিক ১৯,৭৯২,০০০
৫৫  ছিৰিয়া ১৯,০৪৩,০০০
৫৬  মাদাগাস্কাৰ ১৮,৬০৬,০০০[3]
৫৭  আইভৰি ক’ষ্ট ১৮,১৫৪,০০০
৫৮  কেমেৰুন ১৬,৩২২,০০০
৫৯  নেডাৰলেণ্ডচ ১৬,২৯৯,০০০
৬০  চিলি ১৬,২৯৫,০০০
৬১  আংগলা ১৫,৯৪১,০০০
৬২  কাজাখাস্তান ১৪,৮২৫,০০০
৬৩  কম্বোডিয়া ১৪,০৭১,০০০
৬৪  নাইজাৰ ১৩,৯৫৭,০০০
৬৫  মালি ১৩,৫১৮,০০০
৬৬  বাৰ্কিনা ফাছো ১৩,২২৮,০০০
৬৭  ইকুৱেডৰ ১৩,২২৮,০০০
৬৮  জিম্বাৱৱে ১৩,০১০,০০০
৬৯  মালাৱী ১২,৮৮৪,০০০
৭০  গুৱেটমালা ১২,৫৯৯,০০০
৭১  জাম্বিয়া ১১,৬৬৮,০০০
৭২  ছেনেগাল ১১,৬৫৮,০০০
৭৩  কিউবা ১১,২৬৯,০০০
৭৪  গ্ৰীচ ১১,১২০,০০০
৭৫  পৰ্তুগাল ১০,৪৯৫,০০০
৭৬  বেলজিয়াম ১০,৪১৯,০০০
৭৭  চেক গণৰাজ্য ১০,২২০,০০০
৭৮  তুনিছিয়া ১০,১০২,০০০
৭৯  হাংগেৰী ১০,০৯৮,০০০
৮০  ছাৰ্বিয়া ৯,৭৭৮,৯৯১[4]
৮১  বেলাৰুছ ৯,৭৫৫,০০০
৮২  চাদ ৯,৭৪৯,০০০
৮৩  গুইনিয়া ৯,৪০২,০০০
৮৪  বলিভিয়া ৯,১৮২,০০০
৮৫  ছুইডেন ৯,০৪১,০০০
৮৬  ৰুৱাণ্ডা ৯,০৩৮,০০০
৮৭  ডমিনিকান গণৰাজ্য ৮,৮৯৫,০০০
৮৮  হাইটি ৮,৫২৮,০০০
৮৯  বেনিন ৮,৪৩৯,০০০
৯০  আজেৰবাইজান ৮,৪১১,০০০
৯১  ছোমালিয়া ৮,২২৮,০০০
৯২  অষ্ট্ৰিয়া ৮,১৮৯,০০০
৯৩  বুলগেৰিয়া ৭,৭২৬,০০০
৯৪  বুৰুণ্ডী ৭,৫৪৮,০০০
৯৫  ছুইজাৰলেণ্ড ৭,২৫২,০০০
৯৬  হন্দুৰাছ ৭,২০৫,০০০
৯৭  হংকং (PR China) ৭,০৪১,০০০
৯৮  এল চালভাড’ৰ ৬,৮৮১,০০০
৯৯  ইজৰাইল ৬,৭২৫,০০০
১০০  তাজিকিস্তান ৬,৫০৭,০০০
১০১  পাৰাগুৱে ৬,১৫৮,০০০
১০২  তগ’ ৬,১৪৫,০০০
১০৩  লাউচ ৫,৯২৪,০০০
১০৪  পাপুৱা নিউগিনি ৫,৮৮৭,০০০
১০৫  লিবিয়া ৫,৮৫৩,০০০
১০৬  জৰ্ডান ৫,৭০৩,০০০
১০৭  ছিয়েৰা লিয়ন ৫,৫২৫,০০০
১০৮  নিকাৰাগুৱা ৫,৪৮৭,০০০
১০৯  ডেনমাৰ্ক ৫,৪৩১,০০০
১১০  শ্ল'ভাকিয়া ৫,৪০১,০০০
১১১ [[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান ৫,২৬৪,০০০
১১২  ফিনলেণ্ড ৫,২৪৯,০০০[5]
১১৩  তুৰ্কমেনিস্তান ৪,৮৩৩,০০০
১১৪  নৰৱে ৪,৬২০,০০০[6]
১১৫  ক্ৰয়েছিয়া ৪,৫৫১,০০০
১১৬  সংযুক্ত আৰৱ আমিৰাত ৪,৪৯৬,০০০
১১৭  জৰ্জিয়া ৪,৪৭৪,০০০
১১৮  এৰিট্ৰিয়া ৪,৪০১,০০০
১১৯  কষ্টা ৰিকা ৪,৩২৭,০০০
১২০  ছিংগাপুৰ ৪,৩২৬,০০০
১২১  মলডভা ৪,২০৬,০০০
১২২  আয়াৰলেণ্ড ৪,১৪৮,০০০
১২৩  চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক ৪,০৩৮,০০০
১২৪  নিউজিলেণ্ড ৪,০২৮,০০০
১২৫  কংগো ৩,৯৯৯,০০০
১২৬  পুৱেৰ্ট’ ৰিক’ (US) ৩,৯৫৫,০০০
১২৭  বচনিয়া আৰু হাৰজেগ’ভিনা ৩,৯০৭,০০০
১২৮  পেলেষ্টাইন ৩,৭০২,০০০
১২৯  লেবানন ৩,৫৭৭,০০০
১৩০  উৰুগুৱে ৩,৪৬৩,০০০
১৩১  লিথুৱানিয়া ৩,৪৩১,০০০
১৩২  লাইবেৰিয়া ৩,২৮৩,০০০
১৩৩  পানামা ৩,২৩২,০০০
১৩৪  আলবেনিয়া ৩,১৩০,০০০
১৩৫  মৌৰিতানিয়া ৩,০৬৯,০০০
১৩৬  আৰ্মেনিয়া ৩,০১৬,০০০
১৩৭  কুৱেইট ২,৬৮৭,০০০
১৩৮  জামাইকা ২,৬৫১,০০০
১৩৯  মংগোলিয়া ২,৬৪৬,০০০
১৪০  ওমান ২,৫৬৭,০০০
১৪১  লাটভিয়া ২,৩৭৭,৩৮৩
১৪২  ভূটান ২,১৬৩,০০০[7]
১৪৩  মেছেদনীয়া ২,০৩৪,০০০
১৪৪  নামিবিয়া ২,০৩১,০০০
১৪৫  শ্ল’ভেনিয়া ১,৯৬৭,০০০
১৪৬  লেছথ’ ১,৭৯৫,০০০
১৪৭  বৎচোৱানা ১,৭৬৫,০০০
১৪৮  গুইনিয়া-বিচ্চাও ১,৫৮৬,০০০
১৪৯  গাম্বিয়া ১,৫১৭,০০০
১৫০  গেবন ১,৩৮৪,০০০
১৫১  এষ্ট’নিয়া ১,৩৩০,০০০
১৫২  ট্ৰিনিদাদ আৰু ট'বেগ'‎ ১,৩০৫,০০০
১৫৩  মৰিছাছ ১,২৪৫,০০০[8]
১৫৪  স্বাজিলেণ্ড ১,০৩২,০০০
১৫৫ ৰাষ্ট্ৰসংঘ East Timor ৯৪৭,০০০
১৫৬  ফিজি ৮৪৮,০০০
১৫৭  চাইপ্ৰাছ ৮৩৫,০০০[9]
১৫৮  কাটাৰ ৮১৩,০০০
১৫৯  কম'ৰছ ৭৯৮,০০০[10]
১৬০  দীজিবৌটি ৭৯৩,০০০
১৬১  ৰেউনিয়ন (France) ৭৮৫,০০০
১৬২  গুৱানা ৭৫১,০০০
১৬৩  বাহৰেইন ৭২৭,০০০
১৬৪  মণ্টেনেগ্ৰ ৬২০,১৪৫[11]
১৬৫  কেপ ভাৰ্ডে ৫০৭,০০০
১৬৬  বিষুৱীয় গিনি ৫০৪,০০০
১৬৭  চল’মন দ্বীপপুঞ্জ ৪৭৮,০০০
১৬৮  লাক্সেমবাৰ্গ ৪৬৫,০০০
১৬৯  মাকাও (PR China) ৪৬০,০০০
১৭০  ছুৰিনাম ৪৪৯,০০০
১৭১  গুৱাদেলৌপ (France) ৪৪৮,০০০
১৭২  মালটা ৪০২,০০০
১৭৩  মাৰ্টিনিক (France) ৩৯৬,০০০
১৭৪  ব্ৰুণেই ৩৭৪,০০০
১৭৫  পশ্চিম চাহাৰা ৩৪১,০০০
১৭৬  মালদ্বীপ ৩২৯,০০০
১৭৭  বাহামাছ ৩২৩,০০০
১৭৮  আইচলেণ্ড ২৯৫,০০০
১৭৯  বেলাইজ ২৭০,০০০
১৮০  বাৰ্বাড'ছ ২৭০,০০০
১৮১ ফ্ৰান্স  ফ্ৰান পলিনেছিয়া (France) ২৫৭,০০০
১৮২  নিউ কেলেডনিয়া (France) ২৩৭,০০০
১৮৩  ভানুৱাটু ২১১,০০০
১৮৪  ফ্ৰান্স গুৱানা (France) ১৮৭,০০০
১৮৫  চামোৱা ১৮৫,০০০
১৮৬  নেডাৰলেণ্ডচ এনটাইল্লেচ (Netherlands) ১৮৩,০০০
১৮৭  গুৱাম (US) ১৭০,০০০
১৮৮  ছেইণ্ট লুছিয়া ১৬১,০০০
১৮৯  চাও টম আৰু প্ৰিন্সিপ ১৫৭,০০০
১৯০ Channel Islands (UK) ১৪৯,০০০[12]
১৯১  ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ ১১৯,০০০
১৯২  ভাৰ্জিন দ্বীপপুঞ্জ (US) ১১২,০০০
১৯৩  মাইক্ৰ’নেছিয়া যুক্তৰাজ্য ১১০,০০০
১৯৪  গ্ৰেনেডা ১০৩,০০০
১৯৫  টংগা ১০২,০০০
১৯৬  আৰুবা (Netherlands) ৯৯,০০০
১৯৭  কিৰিবাছ ৯৯,০০০
১৯৮  এণ্টিগুৱা আৰু বাৰ্বুডা ৮১,০০০
১৯৯  দক্ষিণ মাৰিয়ানা দ্বীপপুঞ্জ (US) ৮১,০০০
২০০  ছেচেল্লেচ ৮১,০০০
২০১  ডমিনিকা ৭৯,০০০
২০২  আইল অৱ মেন (UK) ৭৭,০০০
২০৩  আন্দৰা ৬৭,০০০
২০৪  আমেৰিকান চমোৱা (US) ৬৫,০০০
২০৫  বাৰ্মুদা (UK) ৬৪,০০০
২০৬  মাৰ্ছাল দ্বীপপুঞ্জ ৬২,০০০
২০৭  গ্ৰীনলেণ্ড (Denmark) ৫৭,০০০
২০৮  ফাৰো দ্বীপপুঞ্জ (Denmark) ৪৭,০০০
২০৯  কেমেন দ্বীপপুঞ্জ (UK) ৪৫,০০০
২১০  ছেইণ্ট কিট্টিচ আৰু নেভিচ ৪৩,০০০
২১১  মনাকো ৩৫,০০০
২১২  লাইচটেনষ্টাইন ৩৫,০০০
২১৩  ছান মাৰিণ' ২৮,০০০
২১৪  গিব্ৰালটাৰ (UK) ২৮,০০০
২১৫  তুৰ্কছ আৰু কেইকছ দ্বীপপুঞ্জ (UK) ২৬,০০০
২১৬  ব্ৰিটিছ ভাৰ্জিন দ্বীপসমূহ (UK) ২২,০০০
২১৭  পালাউ ২০,০০০
২১৮  কুক দ্বীপসমূহ (Self-governing in free association with New Zealand ১৮,০০০
২১৯  ৱাল্লিচ আৰু ফুটুনা (France) ১৫,০০০
২২০  নাউৰু ১৪,০০০
২২১  আংগুইলা (UK) ১২,০০০
২২২  টুভালু ১০,০০০
২২৩  ছেইণ্ট পিয়েৰা আৰু মিকুৱেলন (France) ৬,০০০
২২৪  ছেইণ্ট হেলেনা (UK) ৫,০০০[13]
২২৫  মণ্টচেৰাট (UK) ৪,০০০
২২৬  ফাল্কলেণ্ড দ্বীপপুঞ্জ (UK) ৩,০০০
২২৭  নিউৱে (Self-governing in free association with New Zealand ১,০০০
২২৮  ট'কেলাউ (NZ) ১,০০০
২২৯  ভেটিকান চিটি ৭৮৩
২৩০  পিট্কেইৰ্ণ দ্বীপসমূহ (UK) ৬৭

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Чисельність населення країн світу у ১৯৫০ - ২০০৯ рр.[সংযোগবিহীন উৎস]
  2. Consists of the island groups of Taiwan, the Pescadores, Kinmen, Matsu, etc., which are under the effective control of the Republic of China, and are claimed by the People's Republic of China. Population figure is from the CIA World Factbook (as of ২০০৫-০৭-০১).
  3. The figure from the National Institute of Statistics in Madagascar does not agree with the UN figure. Latest estimate is from ২০০৪, extrapolation gives about ১৭,৪০০,০০০ in ২০০৫ [1] Archived 2003-03-12 at the Wayback Machine.
  4. Geohive.com: ১৯৯১ Census figure including Kosovo (with ১.৯৬ million).
  5. Includes Åland Islands
  6. Includes Svalbard (২,৭০১) and Jan Mayen Island.
  7. The figure from the government of Bhutan does not agree with the UN figure. The ২০০৫ Census figure is ৬৭২,৪২৫.
  8. Includes Agalega, Rodrigues and St. Brandon.
  9. Estimated total population of both Greek and Turkish controlled areas. The Statistical Institute of the Republic of Cyprus shows a population of ৭৪৯,২০০ (২০০৪ Census). The ২০০৬ census[সংযোগবিহীন উৎস] of the Turkish controlled area (TRNC) shows a population of ২৬৪,১৭২.
  10. Includes the island of Mayotte (with a population as of ২০০২ of ১৬০,২৬৫).
  11. Figure from the ২০০৩ census Archived 2009-11-26 at the Wayback Machine.
  12. Consists of the bailiwicks of Guernsey (with a population as of the ২০০১ census of ৬২,১০১) and Jersey (with a population as of the ২০০১ census[সংযোগবিহীন উৎস] of ৮৭,১৮৬).
  13. Includes Ascension and Tristan da Cunha

বাহ্যিক সংযোগ[সম্পাদনা কৰক]