নৰকাসুৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Bishnu Saikia (আলোচনা | বৰঙণি) অNo edit summary |
Bishnu Saikia (আলোচনা | বৰঙণি) অ →প্ৰসংগ |
||
64 নং শাৰী: | 64 নং শাৰী: | ||
==প্ৰসংগ== |
==প্ৰসংগ== |
||
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী। |
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী। |
||
== অনান্য সংযোগ == |
|||
# [[নৰকাসুৰ পাহাৰ]] |
|||
# [[নৰকাসুৰ ৰজা]] |
|||
{{-}} |
{{-}} |
15:31, 24 December 2011ৰ সংস্কৰণ
নৰকাসুৰ | |
---|---|
নৰকাসুৰ এখন স্থিৰ চিত্ৰ (নৰকাসুৰৰ ভাৱত ফণী শৰ্মা) | |
পৰিচালক | নিপ বৰুৱা |
চিত্ৰনাট্য | অমলেন্দু বাগ্চী |
কাহিনী | অতুলচন্দ্ৰ হাজৰিকা |
প্ৰযোজক | ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী |
অভিনয়ত | ফণী শৰ্মা জ্ঞানদা কাকতি ইভা আচাও তৰুণ চৌধুৰী ধৰণীধৰ চৌধুৰী |
চিত্ৰগ্ৰহণকাৰী | নলীন দুৱৰা |
সম্পাদনা | শিৱ ভট্টাচাৰ্য |
সংগীত পৰিচালক | ব্ৰজেন বৰুৱা |
প্ৰযোজনা কোম্পানীসমূহ |
ইষ্ট ইণ্ডিয়া ষ্টুডিঅ', টালিগঞ্জ, কলিকতা |
পৰিবেশক | কাপুৰ চন্দ, গুৱাহাটী |
মুক্তি |
১৯৬১ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
বাজেট | ১,৫০,০০০ টকা (প্ৰায়) |
নিপ বৰুৱা পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।
'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।
নিৰ্মাণৰ আঁৰৰ কাহিনী
ছবিখনৰ কাহিনী
ৰাইজৰ সঁহাৰি
অভিনয়ত
- ফণী শৰ্মা (নৰকাসুৰ)
- জ্ঞানদা কাকতি (নৰকাসুৰৰ মাতৃ বসুমতী)
- ইভা আচাও (নৰকৰ ৰাণী মায়া)
- তৰুণ চৌধুৰী (সৰুকালৰ নৰকাসুৰ)
- ধৰণীধৰ চৌধুৰী (বিশ্বকৰ্মা)
- হৰেণ দাস
- নৰহৰি শইকীয়া
- বীণা দাস
- ব্ৰজেন বৰুৱা (শ্ৰী কৃষ্ণ)
- অমলেন্দু বাগ্চী
- চিত্ৰা দাস
- ধৰণী বৰ্মন
- আব্দুল আজিজ
- পীৰবক্স
- আতোৱাৰ ৰহমান (ঘটোৎকচ)
- ইত্যাদি
কলা-কুশলী
(তথ্যছকত উল্লেখ নথকা)
'নৰকাসুৰ'ৰ গান
'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।
- নামে যৌৱন অলকানন্দা / তাৰ চৰণ ধ্বনি -- (কথা: কেশৱ মহন্ত, কণ্ঠ: তৰুলতা দাস, মিনু দাস আৰু মীৰা চেটাৰ্জী)
প্ৰসংগ
- দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
অনান্য সংযোগ
|