সমললৈ যাওক

হৃদয় কঁপোৱা গান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৃদয় কঁপোৱা গান
পৰিচালক জয়ন্ত নাথ
প্ৰযোজক সৌৰভ বৰুৱা
অভিনয়ত যতীন বৰা
প্ৰস্তুতি পৰাশৰ
নিপন গোস্বামী
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জয়ন্ত নাথ
মুক্তি
১৬ জানুৱাৰী ২০০৪
দৈৰ্ঘ্য
১৩২ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

হৃদয় কঁপোৱা গান (ইংৰাজী:Hriday Kapowa Gaan) ২০০৪[1] চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিপন গোস্বামী ইত্যাদি।[2] [3]

অভিনয়ত

[সম্পাদনা কৰক]
হৃদয় কঁপোৱা গান
চলচ্চিত্ৰ সংগীত
মুক্তি নৱেম্বৰ ২০০৩
ভাষা অসমীয়া
লেবেল ময়ুৰ কেছেটছ্
জয়ন্ত নাথ কালক্ৰম
ৰিক্সাৱালা
(১৯৯৩)
হৃদয় কঁপোৱা গান
(২০০৪)
কৰমা কে ৰাতি
(২০১৩)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা জয়ন্ত নাথৰ। গীতসমূহত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গ, কুমাৰ চানু, বিনোদ ৰাথোৰ, মহালক্ষ্মী আয়াৰ, কল্পনা পাটোৱাৰী, শান্তা উজীৰ, শাশ্বতী ফুকন, পবিত্ৰ মাৰ্ঘেৰিটা, মিন্তুমণি শইকীয়া, জয়া ইৰাণী, মহেন্দ্ৰ হাজৰিকা আৰু জয়ন্ত নাথে। এলবামটিত মুঠ ৮টি গীত সন্নিবিষ্ট আছে।[4]

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "কোনে মন"  জুবিন গাৰ্গ, শাশ্বতী ফুকন 4:05
2. "হৰিণী নয়না"  বিনোদ ৰাথোৰ, কল্পনা পাটোৱাৰী 5:24
3. "পাই হেৰুৱালোঁ"  শান্তা উজীৰ 2:03
4. "মোৰ হৃদয়ৰ"  কুমাৰ চানু, মহালক্ষ্মী আয়াৰ 5:01
5. "বুজাব নোৱাৰোঁ"  শান্তা উজীৰ, পবিত্ৰ মাৰ্ঘেৰিটা 3:17
6. "মিলিত কণ্ঠে"  মহেন্দ্ৰ হাজৰিকা, জয়ন্ত নাথ, মিন্তুমণি শইকীয়া, জয়া ইৰাণী 4:08
7. "আহ ঐ আহ ঐ"  মহেন্দ্ৰ হাজৰিকা, জয়ন্ত নাথ, মিন্তুমণি শইকীয়া, জয়া ইৰাণী 3:43
8. "গুণগুণ"  জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ 3:48

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "List of Assamese films of the 2000s". Wikipedia. https://en.wikipedia.org/wiki/List_of_Assamese_films_of_the_2000s আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
  2. "Hriday Kapowa gaan". Revolvy. https://www.revolvy.com/page/Hriday-Kapowa-Gaan আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
  3. "Hridoy Kapowa Gaan | 2004 | Assamese Film". Magical Assam. https://www.magicalassam.com/2018/07/hridoy-kapowa-gaan-full-assamese-film.html আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.
  4. "Hriday Kapowa Gaan (2004)". Music India Online. Archived from the original on 2019-03-22. https://web.archive.org/web/20190322174634/https://mio.to/album/Hriday+Kapowa+Gaan+%282004%29 আহৰণ কৰা হৈছে: ১৭ মে' ২০১৯.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

হৃদয় কঁপোৱা গান - IMDb