নৰকাসুৰ (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
5 নং শাৰী: 5 নং শাৰী:
| image size = 200px
| image size = 200px
| alt =
| alt =
| caption = নৰকাসুৰ এখন স্থিৰ চিত্ৰ (নৰকাসুৰৰ ভাৱত ফণী শৰ্মা)
| caption = নৰকাসুৰৰ ভাৱত ফণী শৰ্মা
| director = [[নিপ বৰুৱা]]
| director = [[নিপ বৰুৱা]]
| producer = ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী
| producer = ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী
| writer =
| writer =
| screenplay = অমলেন্দু বাগ্‌চী
| screenplay = অমলেন্দু বাগ্‌চী
| story = অতুলচন্দ্ৰ হাজৰিকা
| story = অতুলচন্দ্ৰ হাজৰিকা
| based on = [[অতুলচন্দ্ৰ হাজৰিকা]] ৰচিত [[নৰকাসুৰ (নাট)|নৰকাসুৰ]] নাট
| based on = [[অতুলচন্দ্ৰ হাজৰিকা]] ৰচিত [[নৰকাসুৰ (নাট)|নৰকাসুৰ]] নাট
| narrator =
| narrator =
| starring = [[ফণী শৰ্মা]]
[[জ্ঞানদা কাকতি]]
[[ইভা আচাও]]
[[তৰুণ চৌধুৰী]]
[[ধৰণীধৰ চৌধুৰী]]
| starring = [[ফণী শৰ্মা]]
[[জ্ঞানদা কাকতি]]
[[ইভা আচাও]]
| music = [[ব্ৰজেন বৰুৱা]]
| music = [[ব্ৰজেন বৰুৱা]]
| cinematography = [[নলীন দুৱৰা]]
| cinematography = [[নলীন দুৱৰা]]
26 নং শাৰী: 26 নং শাৰী:
| gross =
| gross =

[[নিপ বৰুৱা]] পৰিচালিত আৰু পৌৰাণিক কথাছবি, 'নৰকাসুৰ'। মুক্তি দিয়া হৈছিল ১৯৬১ চনত। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত [[প্ৰাগজ্যোতিষপুৰ]]ৰ [[অসুৰ]] ৰজা [[নৰকাসুৰ ৰজা|নৰকাসুৰৰ]] উপৰিও বীৰ [[ঘটোৎকচ]] আৰু [[বাণৰজা]]ৰ কথাও আছে।
'''নৰকাসুৰ''' [[নিপ বৰুৱা]] পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। [[অতুলচন্দ্ৰ হাজৰিকা]]ৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত [[প্ৰাগজ্যোতিষপুৰ]]ৰ [[অসুৰ]] ৰজা [[নৰকাসুৰ ৰজা|নৰকাসুৰৰ]] উপৰিও বীৰ [[ঘটোৎকচ]] আৰু [[বাণৰজা]]ৰ কথাও আছে।

'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ|গুৱাহাটী দূৰদৰ্শন]]ত দেখুওৱা হৈছিল।<ref name="arun1">{{cite book | title=বাৰ উভতি চাওঁ | publisher=শিশুসাৰথি প্ৰকাশন, গুৱাহাটী | author=দাস, অৰুণলোচন | year=২০০১}}</ref>
'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে [[গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ|গুৱাহাটী দূৰদৰ্শন]]ত দেখুওৱা হৈছিল।<ref name="arun1">{{cite book | title=বাৰ উভতি চাওঁ | publisher=শিশুসাৰথি প্ৰকাশন, গুৱাহাটী | author=দাস, অৰুণলোচন | year=২০০১}}</ref>

==নিৰ্মাণৰ আঁৰৰ কাহিনী==
==নিৰ্মাণৰ আঁৰৰ কাহিনী==
{{empty section|1}}
{{empty section|1}}
75 নং শাৰী: 75 নং শাৰী:

==প্ৰসংগ==
==প্ৰসংগ==
* দাস, অৰুণলোচন (২০০১) । 'এবাৰ উভতি চাওঁ' । শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
==তথ্য উৎস==
==তথ্য উৎস==
{{Reflist}}
{{Reflist}}
==বাহ্যিক সংযোগ==
[https://www.youtube.com/watch?v=-4Uh7yi462w&t=2378s ইউটিউৱত ''নৰকাসুৰ'' ছবি]
{{অসমীয়া চলচ্চিত্ৰ}}
{{অসমীয়া চলচ্চিত্ৰ}}
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]

03:49, 24 July 2020ৰ সংস্কৰণ

নৰকাসুৰ

নৰকাসুৰৰ ভাৱত ফণী শৰ্মা
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য অমলেন্দু বাগ্‌চী
কাহিনী অতুলচন্দ্ৰ হাজৰিকা
প্ৰযোজক ভাস্কৰ চিত্ৰকলা কো-অপাৰেটিভ লিমিটেড, নলবাৰী
অভিনয়ত ফণী শৰ্মা
জ্ঞানদা কাকতি
ইভা আচাও
চিত্ৰগ্ৰহণকাৰী নলীন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ব্ৰজেন বৰুৱা
প্ৰযোজনা
কোম্পানীসমূহ
ইষ্ট ইণ্ডিয়া ষ্টুডিঅ', টালিগঞ্জ, কলিকতা
পৰিবেশক কাপুৰ চন্দ, গুৱাহাটী
মুক্তি
১৯৬১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
বাজেট ১,৫০,০০০ টকা (প্ৰায়)

নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰঅসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।

'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।[1]

নিৰ্মাণৰ আঁৰৰ কাহিনী

ছবিখনৰ কাহিনী

অভিনয়ত

গীত

'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "নামে যৌৱন অলকানন্দা তাৰ চৰণধ্বনি ৰিনিজিনি শুনি ৰুণু জুন কিঙ্কিণী চন্দা"  কেশৱ মহন্ততৰুলতা দাস, মিনু দাস, মীৰা চেতাৰ্জী
2. "শুনৰে চেকুৰা ক’তে যাবি মন তই উচুপি নাকান্দিবি"  কেশৱ মহন্ততৰুলতা দাস

প্ৰসংগ

তথ্য উৎস

1. 1.0 1.1 দাস, অৰুণলোচন (২০০১). বাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী.
2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 85.

বাহ্যিক সংযোগ

ইউটিউৱত নৰকাসুৰ ছবি