মুনীন বৰকটকী বঁটা
অৱয়ব
(মুনীন বৰকটকী সাহিত্য বঁটাৰ পৰা পুনঃনিৰ্দেশিত)
প্ৰতিশ্ৰুতিসম্পন্ন তৰুণ লেখক-লেখিকাৰ অসমীয়া ভাষা আৰু সাহিত্যলৈ বিশেষ অৱদান বুলি পৰিগণিত হোৱা সৃষ্টিধৰ্মী বা সমালোচনামূলক গ্ৰন্থ/পাণ্ডুলিপিৰ বাবে প্ৰতি বছৰে মুনীন বৰকটকী বঁটা প্ৰদান কৰা হয়৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে নগদ ৫০,০০০ টকা, এটা স্মাৰক আৰু এখন প্ৰশস্তি-পত্ৰ৷[1]
বিজয়ীসকল
[সম্পাদনা কৰক]মুনীন বৰকটকী বঁটা বিজয়ীসকল হৈছে:[2]
| বৰ্ষ | বিজয়ী | সাহিত্য কৰ্ম | প্ৰকাৰ |
|---|---|---|---|
| ১৯৯৫ | ৰবীন শৰ্মা | পাঁচাৰ পাচালী | গল্প |
| শিৱানন্দ কাকতি | আমৃত্যু অমৃত | গল্প | |
| ১৯৯৬ | লুৎফা হানুম চেলিমা বেগম | সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে | কবিতা |
| ভৃংগেশ্বৰ শৰ্মা | কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু | গল্প | |
| ১৯৯৭ | অনুভৱ তুলসী | দোৰোণ ফুল | কবিতা |
| ১৯৯৮ | কুল শইকীয়া | আখৰাত মই আৰু অন্যান্য | গল্প |
| ১৯৯৯ | বিতোপন বৰবৰা | মোৰো এটা সপোন আছিল | গল্প |
| ৰাজীৱ বৰুৱা | পানীৰ ঘৰ | কবিতা | |
| ২০০০ | মৌচুমী কন্দলী | লামবাদা নাচৰ শেষত | গল্প |
| পঙ্কজজ্যোতি ভূঞা | ইষ্টাণ্টিক | নাটক | |
| ২০০১ | নৱনীতা গগৈ | ছাঁ-পোহৰত অকলে | গল্প |
| মুনীন বায়ন | কিতাপ আৰু সংলাপ | সমালোচনা | |
| ২০০২ | হেমাংগ কুমাৰ দত্ত | অথবা | কবিতা |
| গংগামোহন মিলি | নদী মানুহৰ ঠিকনা | কবিতা | |
| ২০০৩ | কুশল দত্ত | ইলেক্ট্ৰনিক চৰাই | কবিতা |
| মনোজ বৰপূজাৰী | আমলখি গছৰ সুহুৰি | কবিতা | |
| ২০০৪ | মণিকুন্তলা ভট্টাচাৰ্য | প্ৰস্তৰ কন্যা | গল্প |
| মনালিছা শইকীয়া | পুনৰ জনম লৈ তেজীমলাই | গল্প | |
| ২০০৫ | মণিকা দেৱী | প্ৰিয় আলাপ | গল্প |
| ধ্ৰুৱজ্যোতি শৰ্মা | দ্বীপ | গল্প | |
| ২০০৬ | অজিৎ গগৈ | ৰঙা জেঠি | কবিতা |
| আব্দুছ ছামাদ | বৈ যায় চম্পাৱতী | উপন্যাস | |
| ২০০৭ | অনামিকা বৰা | জলাশয় | গল্প |
| বিজয় শংকৰ বৰ্মন | দেও | কবিতা | |
| ২০০৮ | গীতালি বৰা | সম্ভৱতঃ | গল্প |
| কমল কুমাৰ তাঁতী | মাৰাংবুৰু আমাৰ পিতা | কবিতা | |
| ২০০৯ | দিগন্ত ওজা | সন্ধিক্ষণত মানুহ | আলোচনা |
| ৰত্না ভৰালী তালুকদাৰ | ঘৰ ঘৰ খেলিবা আহা | গল্প | |
| ২০১০ | ৰূপলেখা দেৱী | অন্যত্ৰ বিৰলা দেৱী | উপন্যাস |
| অৰূপ কুমাৰ নাথ | সাউদ আৰু অন্যান্য গল্প | গল্প | |
| ২০১১ | অৰিন্দম বৰকটকী | অনুশীলন | সমালোচনা |
| ৰশ্মিৰেখা বৰা | শিঙৰাজানৰ ৰূপকথা | গল্প | |
| ২০১২ | সঞ্জীৱ পল ডেকা | এই পিনে কি আছে ? | গল্প |
| শৰ্মিষ্ঠা প্ৰীতম | আত্মকথা | আত্মজীৱনী | |
| ২০১৩ | মৃদুল হালৈ | অকলে আছোঁ কুশলে আছোঁ | কবিতা |
| অপু ভৰদ্বাজ | মস্তিষ্কৰ চিনেমা | গল্প | |
| ২০১৪ | তুলিকা শইকীয়া | চাৰিশাল গোসাঁনীৰ তেজ | উপন্যাস |
| দিব্যজ্যোতি বৰা | টোপনিত | কবিতা | |
| ২০১৫ | জ্যোতি খাটনিয়াৰ | ইমান সৰল নে চেগুন দুডাল | সমালোচনা |
| প্ৰতীম বৰুৱা | আৰু নীৰৱতা | কবিতা | |
| ২০১৬ | ভাস্কৰ ঠাকুৰীয়া | সিংহদ্বাৰ | উপন্যাস |
| ২০১৭ | ডালিম দাস | হৰি যদু মধু | গল্প |
| ২০১৮ | দেৱভূষণ বৰা | নিৰ্বচন | সমালোচনা |
| ২০১৯[3] | অংকুৰ ৰঞ্জন ফুকন | ৎ | কবিতা |
| মনোৰঞ্জন বড়ি | ম’হ-যখ | গল্প | |
| ২০২০ | অভিজিৎ বৰা[4] | ডেউকা কোবাই যায় | চুটিগল্প সংকলন |
| ২০২১ | প্ৰদ্যুম্ন কুমাৰ গগৈ | চকী আৰু অন্যান্য গল্প | চুটিগল্প সংকলন |
| ২০২২ | উপাসনা শইকীয়া | হালধীয়া জোতা | চুটিগল্পৰ পাণ্ডুলিপি |
| ২০২৩ | নয়নজ্যোতি শৰ্মা[5] | জাল কটা জুই | চুটিগল্প সংকলন |
| ২০২৪ | পাপৰি বৰ্মন | পৰুৱা পোহনীয়া | চুটিগল্প সংকলন |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "মুনীন বৰকটকী সাহিত্য বঁটা". http://www.muninbarkotoki.org/assamese/award.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮.
- ↑ "মুনীন বৰকটকী সাহিত্য বঁটা’ বিজয়ীসকল". http://www.muninbarkotoki.org/assamese/trust/awrdlist.html। আহৰণ কৰা হৈছে: ২০ নৱেম্বৰ ২০১৮.
- ↑ "অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’". অসমীয়া প্ৰতিদিন. ১১ নৱেম্বৰ ২০১৯. Archived from the original on 2019-11-11. https://web.archive.org/web/20191111090753/https://www.asomiyapratidin.in/munin-barkotoki-memorial-trust-sahitya-award-2019-has-announced/। আহৰণ কৰা হৈছে: ১১ নৱেম্বৰ ২০১৯.
- ↑ "‘ডেউকা কোবাই যায়’ৰ বাবে অভিজিৎ বৰালৈ মুনীন বৰকটকী বঁটা". নিয়মীয়া বাৰ্তা. ১ নৱেম্বৰ ২০২০. https://niyomiyabarta.com/assam/munin-borkataki-award-to-abhijit-bora/। আহৰণ কৰা হৈছে: ৯ ডিচেম্বৰ ২০২০.
- ↑ "ডাঃ নয়নজ্যোতি শৰ্মালৈ মুনীন বৰকটকী সাহিত্য বঁটা". দৈনিক অসম.
| ||||||||||||||||||||||||||