ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মাৰ্চ-২০২২

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
একাদশ বৰ্ষ | মাৰ্চ | ২০২২ | তৃতীয় সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত তেওঁলোকৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননি পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। - নিতুল বৰা (মাৰ্চ, ২০১৬)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
সংগীতা কাকতি অসমৰ এগৰাকী কণ্ঠশিল্পী। সংগীতা কাকতিয়ে শাস্ত্ৰীয়, লঘু শাস্ত্ৰীয়, আধুনিক, লোক সংগীত, বৰগীতৰ লগতে বহুতো ভক্তিমূলক গীততো কণ্ঠ দান কৰিছে। এতিয়ালৈকে তেওঁ গোৱা গীতৰ সংখ্যা ১০০০ তকৈ অধিক হৈছেগৈ।

অসমৰ গুৱাহাটী চহৰত সংগীতা কাকতিৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম প্ৰয়াত ডা॰ সুৰেন্দ্ৰ নাৰায়ণ কাকতি আৰু মাতৃৰ নাম অঞ্জলি কাকতি। সংগীতা কাকতিয়ে ছয়গাঁও হাইস্কুলৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজীত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাচত এখেতে পুনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে। মুম্বাইৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা জন-সংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নতুন দিল্লীৰ এম. এচ. পি. আই.ৰ পৰা ডিপ্লোমা লাভ কৰে। সবিশেষ ইয়াত পঢ়ক...

যোৱা মাহৰ ভাল প্ৰবন্ধ কামসূত্ৰৰ বিষয়ে ইয়াত বিতংকৈ পঢ়ক।
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ফেব্ৰুৱাৰী-২০২২ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ১১৫

নাৰীবাদ আৰু লোকগাথা ২০২২ এডিটাথনৰ অন্তৰ্গত

  1. নাজনীন
  2. পাতত দিয়া
  3. সংগীতা কাকতি
  4. স্বতঃস্ফূৰ্ত গৰ্ভপাত
  5. বীৰা
  6. চাৰ্ভিকেল কেন্সাৰ
  7. কেটুপাত
  8. ম্যানমাৰৰ নাৰী
  9. অভাৰিয়ান কেন্সাৰ
  10. ইউটেৰাইন কেন্সাৰ
  11. মেম'গ্ৰাফি
  12. ফিলিপাইনছৰ নাৰী
  13. প্ৰি-এক্লাম্পছিয়া
  14. চুঙাত দিয়া
  15. লাইতো
  16. হাচা-কেকান
  17. মীনা খাদিকাৰ
  18. ‎যাদুমন্ত্ৰ
  19. ‎ক'লীবুঢ়ী নাচ
  20. ‎ছাইকী
  21. ‎জিভা-কেঁকুৰি
  22. পিথু
  23. কালবেলিয়া
  24. পায়স
  25. স্বপংয়ঙ মানাও পয়
  26. ‎ৰোহিণী বালাকৃষ্ণণ
  27. ‎গীতা ফোগাট
  28. কচুগুটি খেল
  29. টাংগুটি খেল
  30. ‎ৰিছা
  31. ‎ৰেণুকা
  32. ৰংখেৰ
  33. ‎যৌন তৰলতা
  34. মেডুছা
  35. ৰেনডাং
  36. দেৱী আন্দোলন
  37. গাৰ্জা পূজা
  38. ভূঁই ৰোৱা উৎসৱ
  39. শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা
  40. বেশান্তৰ
  41. মাইকীমুৱা
  42. পিটিকা
  43. স্তন কেন্সাৰ
  44. দাইল-ভাত
  45. কলীবুঢ়ী নাচ
  46. হাঁচতি
  47. আনাকাটা
  48. লেৱাটানা নৃত্য
  49. ইন্দ্ৰা নূয়ী
  50. আমৰ সৈতে আঠাজাতীয় চাউল
  51. খৰিকাত দিয়া
  52. প্ৰভাবেন শ্বাহ
  53. প্ৰেমা গোপালন
  54. ফাল্গুনী নায়াৰ
  55. শকুন্তলা চৌধুৰী
  56. নুচৰাত ইমৰোজ তিছা
  57. শিবানী দাণ্ডেকাৰ
  58. লিংগভিত্তিক ডিজিটেল বিভাজন
  59. চাইকেল চালনা আৰু নাৰীবাদ
  60. উমা ৰামাকৃষ্ণণ
  61. ফাল্গুনী নায়াৰ
  62. শকুন্তলা চৌধুৰী

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. ‎হিৰো আলম
  2. শ্বৰীফ বি. মাহমুদ

পৌৰাণিক আখ্যান

  1. ক্লিঅ’পাট্ৰা
  2. হেষ্টিয়া

অন্যান্য

  1. আন্না কাৰেনিনা
  2. থাইলেণ্ডৰ নাৰী
  3. বঙ্গবন্ধু এভিনিউ

চলচ্চিত্ৰ বিষয়ক

  1. আদিপুৰুষ (চলচ্চিত্ৰ)
  2. ফাগুন হাৱাই

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. প্ৰিয়ংকা বৰা (ভলীবল খেলুৱৈ)
  2. বিনায়ক দামোদৰ সাভাৰকাৰ
  3. প্ৰবীণ কুমাৰ সোবটি
  4. ‎এছ এছ ৰাজামৌলী
  5. বাপ্পী লাহিড়ী

অন্যান্য

  1. ‎একসদনবাদ
  2. ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম
  3. ভাৰতীয় প্ৰতিস্পৰ্ধা আয়োগ
  4. কামাথিপুৰা
  5. ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ
  6. ভাৰতৰ পৰিচয় নথিপত্ৰ সমূহ
  7. ক্ৰেডিট ইনফৰ্মেচন ব্যুৰো (ইণ্ডিয়া) লিমিটেড

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. প্ৰদীপ হাজৰিকা
  2. পীযুষ হাজৰিকা
  3. অমিয় কুমাৰ ভূঞা
  4. ‎অপূৰ্ব বেজবৰুৱা
  5. মুক্তি নাথ শৰ্মা বৰদলৈ
  6. ডিম্পু বৰুৱা
  7. হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)
  8. শ্ৰীকুমাৰ দহোতীয়া
  9. অমূল্য কাকতি
  10. ধীৰনাৰায়ণ
  11. অতুল লহকৰ
  12. শকুন্তলা চৌধুৰী
  13. অপৰ্ণা মহন্ত

গ্ৰন্থ বিষয়ক

  1. অসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)
  2. বগী (উপন্যাস)
  3. জলছবি
  4. ফুখাও চাম ৱা মটক

অন্যান্য

  1. মায়াবন সাহিত্য বঁটা
  2. হাইদাং
  3. পথাৰ শ্যামগাঁও বৌদ্ধ বিহাৰ
  4. চাহ : অসমৰ অন্যতম পৰিচয়
  5. ওম্ ফা
  6. সত্ৰীয়া ওজাপালি
  7. ব্যাস ওজাপালি
  8. সাতসৰী (অলংকাৰ)
  9. অসমৰ পৰম্পৰাগত সাজ- পাৰ
  10. নামতি দ'ল
  11. এটা চোলাৰ কাহিনী (নাটক)
  12. ভেল দিয়া উৎসৱ

সানমিহলি

  1. কাৰ্টেল
  2. চুইছ প্ৰত্যাহ্বান
  3. উপজনন
  4. ডফলা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
Center
নগাঁও চহৰৰ মাজমজিয়াত নতুনকৈ নিৰ্মাণ কৰা ঘড়ী স্তম্ভ।
আলোকচিত্ৰ শিল্পী:নয়নজ্যোতি নাথ
উল্লেখনীয় ৱিকিমিডিয়ান
অংশুমান দত্ত: ২০১০ চনৰ পৰা ৱিকিপিডিয়াৰ সৈতে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। যোৰহাটৰ এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত কৰা সম্পাদনাৰ সংখ্যা ৪,২৯৫ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ৭২ টা। তেওঁৰ অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “অক্লান্ত কৰ্মী পদক”, “ৱিকিউদ্যোগীৰ পদক”, "The Asian Month Barnstar" আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
নয়ন জ্যোতি নাথ
জুতি-বুধি পদক
চন্দন চিৰিং ফুকন
নাৰীশক্তি পদক
গীতাশ্ৰী গগৈ আপ্তে
শ্ৰীময়ী অসমী পদক
প্ৰণামিকা অধিকাৰী
ৱিকিউৎসৰ ভোটাতৰা পদক
প্ৰাণজ্যোতি নাথ, ৰুমী বৰা
কৰ্কট সচেতক পদক
চাণক্য কুমাৰ দাস
দ্য অৰিজিনেল বাৰ্ণষ্টাৰ
দীপকজ্যোতি মহন্ত





বিশেষ অভিলেখ
ফেব্ৰুৱাৰী-২০২২ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

ফেব্ৰুৱাৰী মাহৰ ১৩ তাৰিখে অসমীয়া ৱিকিপিডিয়াই ১০,০০০টা প্ৰবন্ধৰ সংখ্যা অতিক্ৰম কৰে৷

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১০,০৪১ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৬৪ খনলৈ বৃদ্ধি পালে।


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
কুলধৰ ৰাভা ১৭৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাশ্ৰী গগৈ আপ্তে ১৭৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৩১১ - ৪২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চাণক্য কুমাৰ দাস ৫২৭ - ৪৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়নজ্যোতি নাথ ২৩৯ - ৪৩ ২০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী ৯৯ ৪৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ৪৬ ২৪৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ১৩৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা - ১০৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


ইনকুবেটৰ (Wq/as): অনামিকা বড়া, কুলধৰ ৰাভা, চন্দন চিৰিং ফুকন, চাণক্য কুমাৰ দাস, দিব্য দত্ত, দীপকজ্যোতি মহন্ত, প্ৰণামিকা অধিকাৰী, প্ৰিয়াংকুশ ডেকা, বাবুল বৈশ্য

মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: ঈশান জ্যোতি বৰা, গীতাৰ্থ বৰদলৈ, জলী ৰুমি বৰা, পল্লৱী দত্ত বৰুৱা

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।