মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Cleanup
18 নং শাৰী: 18 নং শাৰী:
|website = [http://www.morigaon.nic.in www.morigaon.nic.in]
|website = [http://www.morigaon.nic.in www.morigaon.nic.in]

'''মৰিগাঁও জিলা''' [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ ৩৩খন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো [[মৰিগাঁও]] পূৰ্বতে মৰিগাঁও [[নগাঁও জিলা]]ৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷ আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি জনা গৈছিল;{{cn}} কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই গাঁওখনৰ নাম মৰিগাঁও ৰখা হ’ল।{{cn}}
'''মৰিগাঁও জিলা''' [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ ৩৩খন [[অসমৰ জিলা|জিলা]]ৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামো [[মৰিগাঁও]] পূৰ্বতে মৰিগাঁও [[নগাঁও জিলা]]ৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি জনা গৈছিল;{{cn}} কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই গাঁওখনৰ নাম মৰিগাঁও ৰখা হ’ল। {{cn}}

==ভূগোল==
==ভূগোল==
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে [[ব্ৰহ্মপুত্ৰ]] নদী, পূব দিশে [[নগাঁও জিলা]], দক্ষিণ দিশে [[কাৰ্বি আংলং জিলা]] আৰু পশ্চিম দিশে [[কামৰূপ মহানগৰ জিলা]]
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ। জিলাখনৰ উত্তৰ দিশে [[ব্ৰহ্মপুত্ৰ]] নদী, পূব দিশে [[নগাঁও জিলা]], দক্ষিণ দিশে [[কাৰ্বি আংলং জিলা]] আৰু পশ্চিম দিশে [[কামৰূপ মহানগৰ জিলা]]

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে ৷ কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰক্ষ্মপুত্ৰ নদীত পৰিছেগৈ ৷
কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে। কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে। কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ।

==অৰ্থতন্ত্ৰ==
==অৰ্থতন্ত্ৰ==
২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০ খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত) এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১ খন জিলাৰ ভিতৰত অন্যতম ৷
২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত) এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১খন জিলাৰ ভিতৰত অন্যতম।

==জনসংখ্যা==
==জনসংখ্যা==
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।

== মৰিগাঁও জিলাৰ প্ৰশাসনিক গঠন ==
== প্ৰশাসনিক গঠন ==
মৰিগাঁও জিলাত বৰ্তমান টা উন্নয়ণ খণ্ড (Development Block) আছে। ইয়াৰে টা উন্নয়ণ খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা টা উন্নয়ণ খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত।
মৰিগাঁও জিলাত বৰ্তমান ৭টা উন্নয়ন খণ্ড (Development Block) আছে। ইয়াৰে ৫টা উন্নয়ন খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২টা উন্নয়ন খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত। বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ন খণ্ডসমূহ হ’ল:
* ভূৰবন্ধা উন্নয়ন খণ্ড
বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ণ খণ্ডসমূহ হ’ল-

১। ভূৰবন্ধা উন্নয়ণ খণ্ড

* কপিলী উন্নয়ন খণ্ড
২। কপিলী উন্নয়ণ খণ্ড

* লাহৰিঘাট উন্নয়ন খণ্ড
৩। লাহৰিঘাট উন্নয়ণ খণ্ড

* মায়ং উন্নয়ন খণ্ড
৪। মায়ং উন্নয়ণ খণ্ড

* মৈৰাবাৰী উন্নয়ন খণ্ড
* বটদ্ৰৱা উন্নয়ন খণ্ড (অংশ)
৫। মৈৰাবাৰী উন্নয়ণ খণ্ড

৬। বটদ্ৰৱা উন্নয়ণ খণ্ড (অংশ)

* দলংঘাট উন্নয়ন খণ্ড (অংশ)
৭। দলংঘাট উন্নয়ণ খণ্ড (অংশ)

'''মৰিগাঁও জিলাত মুঠ ৫ টা ৰাজহ চক্ৰ (Revenue Circle) আছে।'''

ৰাজহ চক্ৰ কেইটা হ’ল-
১। মায়ং ৰাজহ চক্ৰ
২। মৰিগাঁও ৰাজহ চক্ৰ
৩। ভূৰাগাঁও ৰাজহ চক্ৰ
৪। লাহৰিঘাট ৰাজহ চক্ৰ
৫। মিকিৰভেটা ৰাজহ চক্ৰ

মৰিগাঁও জিলাত মুঠ ৫টা ৰাজহ চক্ৰ (Revenue Circle) আছে। ৰাজহ চক্ৰ কেইটা হ’ল: মায়ং ৰাজহ চক্ৰ, মৰিগাঁও ৰাজহ চক্ৰ, ভূৰাগাঁও ৰাজহ চক্ৰ, লাহৰিঘাট ৰাজহ চক্ৰ আৰু মিকিৰভেটা ৰাজহ চক্ৰ। মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫টা গাঁও পঞ্চায়ত আছে। ইয়াৰে ভূৰবন্ধা উন্নয়ন খণ্ডত ১৩ টা, কপিলী উন্নয়ন খণ্ডত ৫টা (মুঠ ৮টা গাঁও পঞ্চায়ত, তাৰে ৩টা [[নগাঁও জিলা]] ত অৱস্থিত), লাহৰিঘাট উন্নয়ন খণ্ডত ২৪ টা, মায়ং উন্নয়ন খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ন খণ্ডত ১১টা (মুঠ ১৭টা গাঁও পঞ্চায়ত, তাৰে ৬টা [[নগাঁও জিলা]]ত অৱস্থিত), বটদ্ৰৱা উন্নয়ন খণ্ডত ১টা আৰু দলংঘাট উন্নয়ন খণ্ডত ৪টা গাঁও পঞ্চায়ত আছে।
মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫ টা গাঁও পঞ্চায়ত আছে।

ইয়াৰে ভূৰবন্ধা উন্নয়ণ খণ্ডত ১৩ টা, কপিলী উন্নয়ণ খণ্ডত ৫ টা (মুঠ ৮ টা গাঁও পঞ্চায়ত, তাৰে ৩ টা [[নগাঁও জিলা]] ত অৱস্থিত), লাহৰিঘাট উন্নয়ণ খণ্ডত ২৪ টা, মায়ং উন্নয়ণ খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ণ খণ্ডত ১১ টা (মুঠ ১৭ টা গাঁও পঞ্চায়ত, তাৰে ৬ টা [[নগাঁও জিলা]]ত অৱস্থিত), বটদ্ৰৱা উন্নয়ণ খণ্ডত ১ টা আৰু দলংঘাট উন্নয়ণ খণ্ডত ৪ টা গাঁও পঞ্চায়ত আছে।

==বাহ্যিক সংযোগ==
==তথ্য সংগ্ৰহ==
[http://www.morigaon.nic.in মৰিগাঁও জিলাৰ ৱেবচাইট]
[http://www.morigaonzp.co.in মৰিগাঁও জিলা পৰিষদৰ ৱেবচাইট]
* [http://www.morigaon.nic.in জিলা প্ৰশাসনৰ ৱেবচাইট]
* [http://www.morigaonzp.co.in মৰিগাঁও জিলা পৰিষদৰ ৱেবচাইট]

{{Reflist}}

== চাৰিসীমা ==
== চাৰিসীমা ==
{{Geographic location
*[http://morigaon.nic.in/ জিলা প্ৰশাসনৰ ৱেবচাইট]{{Geographic location
|Centre = মৰিগাঁও জিলা|North = [[দৰং জিলা]]|Northeast = [[শোণিতপুৰ জিলা]]|East = [[নগাঁও জিলা]]|Southeast = [[কাৰ্বি আংলং জিলা]]|South = [[ৰিভই জিলা]], [[মেঘালয়]]|Southwest = |West = [[কামৰূপ জিলা]]|Northwest = }}{{Assam}}{{Minority Concentrated Districts in India}}
|Centre = মৰিগাঁও জিলা|North = [[দৰং জিলা]]|Northeast = [[শোণিতপুৰ জিলা]]|East = [[নগাঁও জিলা]]|Southeast = [[কাৰ্বি আংলং জিলা]]|South = [[ৰি-ভৈ জিলা]], [[মেঘালয়]]|Southwest = |West = [[কামৰূপ জিলা]]|Northwest = }}

{{coord|26|15|00|N|92|20|24|E|region:IN-AS_type:adm2nd_source:kolossus-nowiki|display = title}}
{{coord|26|15|00|N|92|20|24|E|region:IN-AS_type:adm2nd_source:kolossus-nowiki|display = title}}
{{অসম}}

{{Assam-geo-stub}}
{{অসমৰ জিলা}}

[[শ্ৰেণী:অসমৰ জিলা]]
[[শ্ৰেণী:অসমৰ জিলা]]

04:14, 21 September 2021ৰ সংস্কৰণ

মৰিগাঁও জিলা
—  জিলা  —
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ মৰিগাঁও
মাটিকালি
- মুঠ ১,৫৫০ কি.মি.
(৫৯৮.৫ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
- মুঠ ৯,৫৭,৮৫৩ জন
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
ৱেবছাইট www.morigaon.nic.in

মৰিগাঁও জিলা ভাৰতঅসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও। পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল। ১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি জনা গৈছিল;[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই গাঁওখনৰ নাম মৰিগাঁও ৰখা হ’ল। [উদ্ধৃতিৰ প্ৰয়োজন]

ভূগোল

মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ। জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা

কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে। কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে। কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ।

অৰ্থতন্ত্ৰ

২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত)। এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১খন জিলাৰ ভিতৰত অন্যতম।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।

প্ৰশাসনিক গঠন

মৰিগাঁও জিলাত বৰ্তমান ৭টা উন্নয়ন খণ্ড (Development Block) আছে। ইয়াৰে ৫টা উন্নয়ন খণ্ড সম্পূৰ্ণভাৱে মৰিগাঁও জিলাত অৱস্থিত আৰু বাকী থকা ২টা উন্নয়ন খণ্ডৰ অংশবিশেষ মৰিগাঁও জিলাৰ অন্তৰ্গত। বৰ্তমান মৰিগাঁও জিলাৰ উন্নয়ন খণ্ডসমূহ হ’ল:

• ভূৰবন্ধা উন্নয়ন খণ্ড
• কপিলী উন্নয়ন খণ্ড
• লাহৰিঘাট উন্নয়ন খণ্ড
• মায়ং উন্নয়ন খণ্ড
• মৈৰাবাৰী উন্নয়ন খণ্ড
• বটদ্ৰৱা উন্নয়ন খণ্ড (অংশ)
• দলংঘাট উন্নয়ন খণ্ড (অংশ)

মৰিগাঁও জিলাত মুঠ ৫টা ৰাজহ চক্ৰ (Revenue Circle) আছে। ৰাজহ চক্ৰ কেইটা হ’ল: মায়ং ৰাজহ চক্ৰ, মৰিগাঁও ৰাজহ চক্ৰ, ভূৰাগাঁও ৰাজহ চক্ৰ, লাহৰিঘাট ৰাজহ চক্ৰ আৰু মিকিৰভেটা ৰাজহ চক্ৰ। মৰিগাঁও জিলাত সৰ্ব্বমুঠ ৮৫টা গাঁও পঞ্চায়ত আছে। ইয়াৰে ভূৰবন্ধা উন্নয়ন খণ্ডত ১৩ টা, কপিলী উন্নয়ন খণ্ডত ৫টা (মুঠ ৮টা গাঁও পঞ্চায়ত, তাৰে ৩টা নগাঁও জিলা ত অৱস্থিত), লাহৰিঘাট উন্নয়ন খণ্ডত ২৪ টা, মায়ং উন্নয়ন খণ্ডত ২৭ টা, মৈৰাবাৰী উন্নয়ন খণ্ডত ১১টা (মুঠ ১৭টা গাঁও পঞ্চায়ত, তাৰে ৬টা নগাঁও জিলাত অৱস্থিত), বটদ্ৰৱা উন্নয়ন খণ্ডত ১টা আৰু দলংঘাট উন্নয়ন খণ্ডত ৪টা গাঁও পঞ্চায়ত আছে।

বাহ্যিক সংযোগ

চাৰিসীমা

স্থানাংক: 26°15′00″N 92°20′24″E / 26.25°N 92.34°E / 26.25; 92.34