উত্তৰ লখিমপুৰ
অৱয়ব
উত্তৰ লখিমপুৰ | |
— নগৰ/মহকুমা — | |
স্থানাঙ্ক | 27°08′N 94°42′E / 27.13°N 94.7°E |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | লখিমপুৰ |
জনসংখ্যা • ঘনত্ব |
10,40,644 (2011[update]) • 69,376 /কিমি২ (1,79,683 /বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
>15 km2 (6 sq mi) • 101 m (331 ft) |
উত্তৰ লখিমপুৰ (ইংৰাজী: North Lakhimpur) হৈছে অসমৰ পূব প্ৰান্তত অৱস্থিত লখিমপুৰ জিলাৰ সদৰ ঠাই। ঠাইখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৯৪ কি.মি. দূৰত্বত অৱস্থিত। লখিমপুৰ জিলাৰ সদৰ ঠাই এই চহৰখনৰ নামেৰেই জিলাখনৰ এটা মহকুমাৰ নাম দিয়া হৈছে।
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]ভৌগোলিকভাৱে উত্তৰ লখিমপুৰ ২৭° ১৩' ৬০ উ আৰু ৯৪° ৭' ০ পূ ত অৱস্থিত।[3]
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়
[সম্পাদনা কৰক]- লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
- লখিমপুৰ ছোৱালী মহাবিদ্যালয়
- লখিমপুৰ তেলাহি কমলাবাৰী মহাবিদ্যালয়
- উত্তৰ লখিমপুৰ মহাবিদ্যালয়
বিদ্যালয়সমূহ
[সম্পাদনা কৰক]জনসংখ্যা
[সম্পাদনা কৰক]২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰ লখিমপুৰৰ জনসংখ্যা মুঠ ১০,৪০,৬৪৪ জন।[4] মুঠ জনসংখ্যাৰ ৫৩% পুৰুষ আৰু ৪৭% হ'ল মহিলা। সাক্ষৰতাৰ হাৰ ৮৯%। পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৭%। মুঠ জনসংখ্যাৰ ১৩% লোকেই হ'ল হ'ল ৬ বছৰৰ তলৰ শিশু।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ India Post. "Pincode search - North Lakhimpur" (en ভাষাত). Archived from the original on 2011-07-16. https://web.archive.org/web/20110716093124/http://www.indiapost.gov.in/pin/Pinsearch.aspx?Pin_On=North%20Lakhimpur। আহৰণ কৰা হৈছে: 28-07-2008.
- ↑ Bharat Sanchar Nigam Ltd. "STD Codes for cities in Assam" (en ভাষাত). http://www.bsnl.co.in/searchcode.php?state=Assam&pgno=1। আহৰণ কৰা হৈছে: 28-07-2008.
- ↑ Falling Rain Genomics, Inc. "North Lakhimpur, India Page". http://www.fallingrain.com/world/IN/3/North_Lakhimpur.html। আহৰণ কৰা হৈছে: 11-07-2008.
- ↑ Census of India. "Alphabetical list of towns and their population - Assam" (pdf). http://www.censusindia.gov.in/towns/asm_towns.pdf। আহৰণ কৰা হৈছে: 21-05-2008.
|