অসমীয়া ৰাজ্যপালসকলৰ তালিকা
Jump to navigation
Jump to search
এই প্ৰবন্ধটোক অসমৰ ৰাজ্যপালসকলৰ তালিকা নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
এই তালিকাত স্বাধীন ভাৰতৰ বিভিন্ন ৰাজ্যত ৰাজ্যপালৰ পদত অধিষ্ঠিত অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা হৈছে। বৰ্তমানলৈকে ৬ গৰাকী অসমীয়াই ভাৰতৰ আন ৰাজ্যত ৰাজ্যপাল হৈ কাৰ্যনিৰ্বাহ কৰিছে। তলৰ তালিকাত তেওঁলোকৰ নাম কাৰ্যনিৰ্বাহ কৰা চনৰ ক্ৰমত উল্লেখ কৰা হ'ল।
তালিকা[সম্পাদনা কৰক]
- বিষ্ণুৰাম মেধি - মাদ্ৰাজ ৰাজ্য (বৰ্তমানৰ তামিলনাডু), (১৯৫৮-১৯৬৪)[1]
- দেৱকান্ত বৰুৱা - বিহাৰ, (১৯৭১-১৯৭৩)[2]
- মহেন্দ্ৰ মোহন চৌধুৰী - পঞ্জাব, (১৯৭৩-১৯৭৭)[3]
- হিতেশ্বৰ শইকীয়া - মিজোৰাম, (১৯৮৭-১৯৮৯)[4]
- ৰঞ্জিৎ শেখৰ মুছাহাৰী - মেঘালয়, (২০০৮-২০১৩)[5]
- দেৱানন্দ কোঁৱৰ - বিহাৰ (২০০৯-২০১৩), ত্ৰিপুৰা, (২০১৩-২০১৪)[6]
- জ্যোতি প্ৰসাদ ৰাজখোৱা - অৰুণাচল প্ৰদেশ (২০১৫-২০১৬)[7]