ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/আগষ্ট-২০১৫

অসমীয়া ৱিকিপিডিয়াৰ পৰা

<

সম্পাদকীয়

এটা যুগৰ অন্ত পৰিল। কিন্তু এই যুগসন্ধিত আমাৰ গতি স্তব্ধ নহয়। আমি শোক নকৰোঁ আজি। তেখেতৰ শিক্ষাৰেই শিক্ষিত হৈ আমি উদযাপন কৰিম তেখেতৰ অনন্ত জীৱন। এয়েই হ'ব আজি আমি তেখেতক দিবপৰা একমাত্ৰ উপহাৰ আৰু সৰ্বোচ্চ সন্মান।

তেখেতৰ সাহসকেই সাৰথি কৰি তেখেতে দেখুৱাই যোৱা পথতেই আমি আগবাঢ়ি যাম - এই প্ৰতিজ্ঞাৰে অসমীয়া ৱিকিপিডিয়া পৰিয়ালৰ সমূহ সদস্যৰ তৰফৰপৰা এই অমৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰিলোঁ।

প্রভাকৰ শৰ্মা নেওগ
১ আগষ্ট, ২০১৫, শিলচৰ।

নিৰ্বাচিত চিত্ৰ

২০০৪ চনৰ গণতন্ত্ৰ দিৱসত অগ্নি মিচাইল

ৱিকিমিডিয়া কমনচ
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


জুলাই ২০১৫ ত সৃষ্টি কৰা প্ৰবন্ধসমূহ

  1. ‎এণ্ডিছ
  2. জাপানীজ য়েন
  3. ‎এল্পছ
  4. তিৰুভিলাইয়াদাল আৰামবম
  5. অপৰাধিক ষড়যন্ত্ৰ
  6. বাংলা আখৰ ম
  7. বাংলা আখৰ শ
  8. বাংলা আখৰ ঙ
  9. বাংলা আখৰ ঘ
  10. বাংলা আখৰ গ
  11. বাংলা আখৰ খ
  12. ইয়াকুব মেমন
  13. বন্দে উৎকল জননী
  14. মাউণ্ট এভাৰেষ্ট
  15. ড্ৰুক ছেন্ধেন
  16. কেতুৰি
  17. অশ্বগন্ধা
  18. কাঠ আলু
  19. বজৰংগী ভাইজান
  20. হাঁওফাঁও
  21. সংবেদন তন্ত্ৰ
  22. টাউ (সংখ্যা)
  23. কংকাল
  24. ‎দোৰোণ
  25. ছুন ৱুকং
  26. তাৰা শৰ্মা
  27. কৰ্ণ (মহাভাৰত)
  28. মনোজ বাজপেয়ী
  29. নাক
  30. ডলাৰ
  31. কৰ্ণ (অংগ)
  32. বৃন্দাবন
  33. বাংলা আখৰ অ
  34. বাংলা আখৰ ক
  35. মে'ক ইন ইণ্ডিয়া
  36. সাক্ষৰতাৰ হাৰ অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা
  37. ড'ৰেমন লেণ্ড
  38. ছি জিনপিং
  39. ৰমজান
  40. ছানিয়া মিৰ্জা
  41. লাভ ইন বেংকক (অসমীয়া চলচ্চিত্ৰ)
  42. ভাৰতীয় ডাক
  43. ছুইজাৰলেণ্ড
  44. প'গ' টিভি
  45. দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা
  46. ব'হাগ
  47. ৭ এপ্ৰিল
  48. ৬ এপ্ৰিল
  49. ৫ এপ্ৰিল
  50. ৪ এপ্ৰিল
  51. ৩ এপ্ৰিল
  52. ২ এপ্ৰিল
  53. ১ এপ্ৰিল
  54. জানুৱাৰী
  55. লাইলা ট্ৰেটিক'ভ
  56. ২৬ জানুৱাৰী
  57. মানৱ মস্তিষ্ক
  58. বিশ্ব বাণিজ্য সংস্থা
  59. মস্তিষ্ক
  60. কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
  61. অক্সফৰ্ড ইংৰাজী অভিধান
  62. যকৃৎ
  63. চৰ্ম
  64. স্তন
  65. ক্ষুদ্ৰান্ত্ৰ
  66. বৃহদান্ত্ৰ
  67. শান্তি স্বৰূপ ভাটনাগৰ বঁটা
  68. ই চি ষ্টুৱাৰ্ট বেকাৰ
  69. উৎসেচক
  70. বাংলা আখৰ ব

নিৰ্বাচিত প্ৰবন্ধ


আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম (ইংৰাজী: Avul Pakir Jainulabdeen Abdul Kalam; ১৫ অক্টোবৰ ১৯৩১ - ২৭ জুলাই ২০১৫) সৰ্বপৰিচিত নাম ড° এ. পি. জে. আব্দুল কালাম, এজন ভাৰতীয় বিজ্ঞানী, ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আছিল। কালামৰ জন্ম আৰু শৈশৱ তামিলনাডুৰ ৰামেশ্বৰম নামে ঠাইত হৈছিল। তিৰুচিৰাপল্লীৰ চেইণ্ট যোচেফ কলেজৰ পৰা পদাৰ্থ বিজ্ঞান আৰু চেন্নাইৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজি (MIT), এ’ৰস্পেছ ইঞ্জিনিয়াৰিং বিষয় হিচাপে লৈ উত্তীৰ্ণ হয়।

ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ আগেয়ে, তেখেত এজন এ’ৰস্পেছ অভিযন্তা হিচাপে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ অধ্যয়ন সংস্থাত (ISRO) কাৰ্যনিৰ্বাহ কৰিছিল। কালামৰ আন এটা জনপ্ৰিয় নাম হৈছে ভাৰতৰ মিছাইল মানৱ, ভাৰতত বালাষ্টিক ক্ষেপনাস্ত্ৰ (ballistic missile) আৰু "উৎক্ষেপণ যান" (launch vehicle) প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত তেখেতৰ অৰিহণাৰ বাবে এই উপাধি তেখেতক প্ৰদান কৰা হৈছে। ১৯৭৪ চনৰ প্ৰথম নিউক্লীয়েৰ পৰীক্ষাৰ পাছত, ১৯৯৮ চনত হোৱা ভাৰতৰ "পোখৰান-২" নিউক্লীয়েৰ পৰীক্ষণত ড° কালামে কাৰিকৰী দিশৰ উপৰিও ৰাজনৈতিক আৰু সাংগঠনিক দিশত মূখ্য ভুমিকা পালন কৰিছিল তথাপিও কোনো কোনো বিজ্ঞান বিশেষজ্ঞই ক'ব বিচাৰে যে ড° কালামে কোনো কৃতিত্ব নোহোৱাকৈয়ে হোমি জাহাংগীৰ ভাৱা আৰু বিক্ৰম চাৰাভাইয়ে কৰি থৈ যোৱা কাম খিনি আগবঢ়াই নিছিল।

২০০২ চনত ড° কালামে লক্ষ্মী চেহগলক নিৰ্বাচনত পৰাস্ত কৰি ভাৰতৰ ৰাষ্ট্ৰপতি হয়, তেখেতক ভাৰতৰ দুই মুখ্য ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সমৰ্থন আগবঢ়াইছিল। বৰ্তমান তেখেতে IIM-আহমেদাবাদ আৰু IIM-ইণ্ডোৰৰ অতিথি প্ৰাধ্যাপক; থিৰুঅনন্তপূৰমৰ “ভাৰতীয় মহাকাশ গৱেষণা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (Indian Institute of Space Science and Technology Thiruvananthapuram) ৰ চেন্সেলৰ, চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ এ’ৰস্পেচ ইঞ্জিনিয়াৰঙৰ প্ৰাধ্যাপকৰ উপৰিও মহীশূৰৰ JSS বিশ্ববিদ্যলয়ৰ লগতে আন কেইবাখনো শিক্ষা আৰু গৱে‍ষণা প্ৰতিষ্ঠানৰ সংলগ্ন/অতিথি অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ আই আই এমত এক বক্তৃতা প্ৰদান অনুষ্ঠানৰ মাজতে অসুস্থ হৈ পৰি বেথানী চিকিৎসালয়ত কালামৰ মৃত্যু হয়।

বিতংকৈ পঢ়ক...

উল্লেখনীয় কাম

ক্ৰমিক নং সদস্য ৱিকিপিডিয়াৰ সম্পাদনা সংখ্যা ৱিকিউৎসৰ সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
দিব্য দত্ত ১৯৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰভাকৰ শৰ্মা নেওগ (কাৰিকৰী সহায়ক) ১৮১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ (কাৰিকৰী সহায়ক) ১৪৫ ১৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশাণ কাশ্যপ হাজৰিকা ১০৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি বৰা ১০২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন (নিয়ৰপৰশ) ৫৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক নয়ন ভূঞা ৫৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
JBDVIJASDVI ২৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দীপাংকৰ চেতিয়া ২৪ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ উদ্দীপ তালুকদাৰ ১৮ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ মেঘনীল ১৭ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ অংশুমান দত্ত ১১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )