ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:

ডিব্ৰুগড় নগৰ একে নামৰ জিলা ডিব্ৰুগড় জিলা
ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সদৰ ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।
nickname=<center> ভাৰতৰ চাহৰ চহৰ
type = নগৰ
| skyline_captio = ৰাতি ডিব্ৰুগড়ৰ দ়শ্য
| state_name = অসম
| district = [[ডিব্ৰুগড় জিলা|ডিব্ৰুগড়]]
| region = [[উজনি অসম]]
| governing_body = [[ডিব্ৰুগড় নগৰ নিগম]]
| leader_title_1 = প্ৰতিষ্ঠিত
| leader_name_1 = 1873
| leader_title_2 = ৱাৰ্ডৰ সংখ্যা
| leader_name_2 = 22
| leader_title_3 = অধ্যক্ষ
| leader_name_3 = চন্দ্ৰ কান্ত বৰুৱা
ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু [[ডিব্ৰুগড় জিলা]]ৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । অসম পৰ্যতন]ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সদৰ ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।


== ইতিহাস ==
== ইতিহাস ==

09:46, 5 May 2020ৰ সংস্কৰণ

ডিব্ৰুগড় অসমৰ অন্যতম আৰু দ্বিতীয় বৃহৎ চহৰ। ডিব্ৰুগড়ৰ সদৰ ডিব্ৰুগড়। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় । ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৪২৮ কিলোমিটাৰ পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।এই জিলাৰ পূবে তিনিচুকীয়া জিলা, পশ্চিমে শিৱসাগৰ জিলা, উত্তৰে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশ। ডিব্ৰুগড়ৰ মাটিকালি-৩,৩৮১ বগ কিলোমিটাৰ। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সদৰ ঠাই সমূহৰ নাম হৈছে-(চিৰিং- চাপৰি)(আমোলাপত্তি)(ইনোভাচিটি)(চৌকিডিঙি)(থানা-চাৰিআলি)(মিলন-নগৰ)(লাচিত-নগৰ)(নালিয়াপুল)(গ্ৰেহেম-বজাৰ)(পল্টন-বজাৰ)(অসম চিকিৎসা মহাবিদ্যালয়)(কুমাৰনিচিকা)(পাচঁআলি)আৰু(মেইন-বজাৰ)।

ইতিহাস

ডিব্ৰুগড় নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'ডিব্ৰু' (ডিবাৰু-এখন নদীৰ নাম) আৰু 'গড়' (অৰ্থ-প্ৰাচীৰ বা কিলা)ৰ পৰা উদ্ভৱ হৈছে। এই জেগা প্ৰাচীন কালত চুতীয়া ৰাজ্যৰ অধীনত আছিল। ১৫২২ চনৰ চুতীয়া-আহোম যুদ্ধৰ বাবে এই চহৰ খনৰ ঠাইত ডিবাৰু নৈৰ পাৰত এটি কিলা আছিল। সেয়েহে পাছলৈ চহৰ খনক ডিব্ৰুগড় নামেৰে জনা যায়।

য়ান্দাবু সন্ধি অনুসৰি যেতিয়া ব্ৰিটিছ ১৮২৬ চনত ব্ৰিটিছ অসমলৈ আহে, তেতিয়া তেওঁলোকে উজনি অসমৰ ডিব্ৰুগড়ক প্ৰশাসনিক আৰু ব্ৰাণিজ্যিক কেন্দ্ৰ হিচাবে বাছি লয়।

নগৰৰ ৰূপ

পৰিচালনা

জনগাঁথনি

অৰ্থনীতি

জলবায়ু

Dibrugarh has a humid subtropical climate (Köppen climate classification Cwa) with extremely wet summers and relatively dry winters.

ডিব্ৰুগড় বিমানবন্দৰ (1971–2000)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 28.5
(83.3)
31.9
(89.4)
34.5
(94.1)
36.0
(96.8)
37.2
(99.0)
38.1
(100.6)
37.9
(100.2)
37.5
(99.5)
37.6
(99.7)
36.3
(97.3)
33.1
(91.6)
30.6
(87.1)
38.1
(100.6)
গড় উষ্ণতা - উচ্চ °C (°F) 22.8 23.9 26.4 27.6
(81.7)
29.7
(85.5)
31.1
(88.0)
31.0
(87.8)
31.8
(89.2)
30.6
(87.1)
29.8
(85.6)
27.4
(81.3)
24.2
(75.6)
28.0
(82.4)
গড় উষ্ণতা - নিম্ন °C (°F) 9.2
(48.6)
12.2
(54.0)
15.9
(60.6)
18.8
(65.8)
21.9
(71.4)
24.2
(75.6)
24.6
(76.3)
24.9
(76.8)
23.8
(74.8)
20.7
(69.3)
15.0
(59.0)
10.0
(50.0)
18.4
(65.1)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.4
(38.1)
4.8
(40.6)
8.1
(46.6)
10.8
(51.4)
14.1
(57.4)
16.5
(61.7)
20.6
(69.1)
19.5
(67.1)
19.7
(67.5)
13.3
(55.9)
6.5
(43.7)
2.7
(36.9)
2.7
(36.9)
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) 30.1
(1.185)
58.9
(2.319)
105.5
(4.154)
230.4
(9.071)
287.9
(11.335)
428.5
(16.87)
525.5
(20.689)
427.7
(16.839)
350.1
(13.783)
143.3
(5.642)
16.4
(0.646)
18.6
(0.732)
2,622.8
(103.26)
% আৰ্দ্ৰতা 80 74 68 75 76 81 85 82 85 83 81 82 79.3
Avg. rainy days 3.5 5.7 8.8 13.4 14.1 18.0 21.7 17.1 15.2 7.4 1.8 1.7 128.4
উৎস নং ১: India Meteorological Department (record high and low up to 2010)[1][2]
উৎস নং ২: NOAA (humidity, 1971–1990)[3]

বাহ্যিক সংযোগ


তথ্যসূত্ৰ