ভাৰতীয় ভাষা
ভাৰতৰ ভাষা | |
---|---|
বৃহত্তৰ ভাৰতৰ ভাষা পৰিয়াল নিহালী, কুচুণ্ডা, আৰু থাই ভাষা দেখুৱা হোৱা নাই | |
আধিকাৰিক ভাষা | অসমীয়া · বাংলা · বড়ো · ডোগ্ৰী · ইংৰাজী · গুজৰাটী · হিন্দী · কন্নড় · কাশ্মিৰী · কোংকণী · মৈথিলী · মালয়ালম · মণিপুৰী · মাৰাঠী · নেপালী · ওড়িয়া · পঞ্জাবী · সংস্কৃত · চাঁওতালি · সিন্ধী · তামিল · তেলেগু · উৰ্দু · |
আঞ্চলিক ভাষা | অৱধী · অংগিকা · ভোজপুৰী · ব্ৰজাৱলী · ছত্তীছগঢ়ী · দেউৰী · ডিমাছা · ডটেলী · গঢ়ৱালী · গাৰো · খাছী · জয়ন্তীয়া · কামতাপুৰী · কাৰ্বি · ককবৰক · কুমাঊঁনী · মগধী · মিজো · মিচিং · নেৱাৰী · ৰাভা · ৰাজস্থানী · সম্বলপুৰী · তুলু · |
হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতি প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
অধিকাৰিক ভাষা
[সম্পাদনা কৰক]ভাষা | ভাষা পৰিয়াল | ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[2] | ৰাজ্য |
---|---|---|---|
অসমীয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১৩ | অসম, অৰুণাচল প্ৰদেশ |
উৰ্দু | হিন্দ-আৰ্য্য, মধ্য | ৫২ (ভাৰতত) | জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ |
ওড়িয়া | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৩৩ | উৰিষ্যা |
কন্নড় | দ্ৰাবিড় | ৩৮ | কৰ্ণাটক |
কাশ্মিৰী | হিন্দ-আৰ্য্য | ৫.৫ | জম্মু আৰু কাশ্মীৰ |
কোংকণী | হিন্দ-আৰ্য্য, দ্বাক্ষীণাত্য | ২.৫ | গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা |
গুজৰাটী | হিন্দ-আৰ্য্য, পশ্চিমাঞ্চল | ৪৬ | দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট |
চাঁওতালি | মুন্ডা | ৬.৫ | বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড আৰু উৰিষ্যাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল |
ডোগ্ৰী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৩ | জম্মু আৰু কাশ্মীৰ |
তামিল | দ্ৰাবিড় | ৬১ | তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী |
তেলেগু | দ্ৰাবিড় | ৭৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী |
নেপালী | হিন্দ-আৰ্য্য, উত্তৰাঞ্চল | ২.৯ (ভাৰতত) | ছিক্কিম, পশ্চিমবংগ, অসম |
পঞ্জাবী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২৯ (ভাৰতত) | চণ্ডিগড়, দিল্লী, হাৰিয়ানা, পঞ্জাব |
বঙালী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ৮৩ (ভাৰতত) | পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত |
বড়ো | তিব্বত-বৰ্মা | ১.৪ | অসম |
মণিপুৰী (মেইতেই) | তিব্বত-বৰ্মা | ১.৫ | মণিপুৰ |
মালয়ালম | দ্ৰাবিড় | ৩৩ | কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী |
মাৰাঠী | হিন্দ-আৰ্য্য, দাক্ষিনাত্য | ৭২ | মহাৰাষ্ট্ৰ, গোৱা, দাদৰ আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক |
মৈথিলী | হিন্দ-আৰ্য্য, পূৰ্বাঞ্চল | ১২ | বিহাৰ |
সংস্কৃত | হিন্দ-আৰ্য্য | ০.০১ | অক্ষেত্ৰীয় |
সিন্ধী | হিন্দ-আৰ্য্য, উত্তৰ-পশ্চিমাঞ্চল | ২.৫ (ভাৰতত) | অক্ষেত্ৰীয় |
আদৰ্শ হিন্দী | হিন্দ-আৰ্য্য, মধ্য | অজ্ঞাত[3] | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীছগঢ়, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড |
ধ্ৰুপদী ভাষা
[সম্পাদনা কৰক]২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে কিছুমান প্ৰয়োজনীয়তা পূৰণ কৰা ভাষাক ভাৰতৰ "ধ্ৰুপদী ভাষা"ৰ মৰ্যাদা প্ৰদান কৰিব পাৰি।[4]
এতিয়ালৈকে ধ্ৰুপদী বুলি ঘোষণা কৰা ভাষাসমূহ:
- তামিল (২০০৪ চনত),[5]
- সংস্কৃত (২০০৫ চনত),[6]
- কন্নড় (২০০৮ চনত),[7]
- তেলুগু (২০০৮ চনত),[7]
- মালয়ালম (২০১৩ চনত),[8]
- ওড়িয়া (২০১৪ চনত).[9][10]
ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰা ভাষা কেইটা হ'ল: পালি, বাংলা,[11][12] মাৰাঠী,[13] মৈথিলী[14] আৰু মেইতেই (মণিপুৰী ভাষা নামেৰেও জনা যায়।).[15][16][17]
অন্যান্য ভাৰতীয় ভাষাসমূহ
[সম্পাদনা কৰক]আহোম, কমৰ, কাংগড়ী, কুলূঈ, কুৰ্মালী, কোচ, কোচ-ৰাজবংশী, খৰিয়া থাৰ, খামটি, গঢ়ৱালী, গদী, গুজৰী, চিলেটী, চম্বয়ালী, চিংফৌ, চুৰাহী, জুমলী, জৌনসাৰী, ঢূণ্ঢাড়ী, দেশিয়া, নহৰী, নাগপুৰী, নাগামিজ, নেফামিজ, পংগৱাড়ী, পালি, পাহাড়ী কিনৌৰী, পৈশাচী, বজ্জিকা, বাগড়ী, বিলাসপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, বুক্সা, ভটিয়ালী, ভত্ৰী, ভুঞ্জিয়া (হলবিক), মণ্ডিয়ালী, মহাসু পাহাড়ী, মাল পহাড়িয়া, মালৱী, মৰাণ, সিৰমৌৰী, হলবী, হাজং, হাড়ৌতী, হাফলং হিন্দী, ৰেলী
অন্য আঞ্চলিক ভাষা আৰু উপভাষা
[সম্পাদনা কৰক]২০০১ চনৰ লোকপিয়লত তলত দিয়া থলুৱা ভাষাসমূহৰ দহ লাখতকৈ অধিক ভাষী চিনাক্ত কৰা হৈছে। ইয়াৰে বেছিভাগেই হিন্দীৰ অধীনত গোট কৰা উপভাষা।
ভাষা | ভাষিক সংখ্যা |
---|---|
ভোজপুৰী | 33,099,497 |
ৰাজস্থানী | 18,355,613 |
মগধী | 13,978,565 |
চত্তিশগড়ী | 13,260,186 |
হৰিয়াণৱী | 7,997,192 |
মাৰৱাড়ী | 7,936,183 |
মালৱী | 5,565,167 |
মেৱাৰী | 5,091,697 |
খোৰথা | 4,725,927 |
বুন্দেলী | 3,072,147 |
বঘেলী | 2,865,011 |
পাহাড়ী | 2,832,825 |
লামানী | 2,707,562 |
অৱধী | 2,529,308 |
হাৰাউতী | 2,462,867 |
গঢ়ৱালী | 2,267,314 |
নিমাড়ী | 2,148,146 |
চাদ্ৰী | 2,044,776 |
কুমাঊঁনী | 2,003,783 |
ঢূণ্ঢাড়ী | 1,871,130 |
তুলু | 1,722,768 |
সুৰগুজীয়া | 1,458,533 |
বাগড়ী ৰাজস্থানী | 1,434,123 |
বঞ্জাৰী | 1,259,821 |
নাগপুৰী | 1,242,586 |
সুৰজপুৰী | 1,217,019 |
কাংগড়ী | 1,122,843 |
ইণ্টাৰনেট জগতত উপলব্ধ
[সম্পাদনা কৰক]ভাষা | ভাষা ক'ড | গুগল ট্ৰান্সলেট[18] | Bhashini[19] | মাইক্ৰ'ছফ্ট অনুবাদক[20] | Yandex Translate[21] | IBM Watson[22] |
---|---|---|---|---|---|---|
বাংলা | bn | হয় | হয় | হয় | হয় | হয় |
গুজৰাটী | gu | হয় | হয় | হয় | হয় | হয় |
হিন্দী | hi | হয় | হয় | হয় | হয় | হয় |
কন্নড় | kn | হয় | হয় | হয় | হয় | হয় |
মালয়ালম | ml | হয় | হয় | হয় | হয় | হয় |
মাৰাঠী | mr | হয় | হয় | হয় | হয় | হয় |
মেইতেই (মণিপুৰী) | mni (in script specific case, mni-Mtei) | হয় | বিটা | নহয় | নহয় | নহয় |
ওড়িয়া | or | হয় | হয় | হয় | নহয় | নহয় |
পঞ্জাবী | pa | হয় | হয় | হয় | হয় | হয় |
তামিল | ta | হয় | হয় | হয় | হয় | হয় |
তেলুগু | te | হয় | হয় | হয় | হয় | হয় |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "50th Report of the Commissioner for Linguistic Minorities in India (July 2012 to June 2013)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf। আহৰণ কৰা হৈছে: 17 September 2016.
- ↑ অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
- ↑ ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মানিক হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধি (৩৮ নিযুত), ছত্তীছগঢ় (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।
- ↑ "India sets up classical languages". BBC. 17 September 2004. http://news.bbc.co.uk/2/hi/south_asia/3667032.stm.
- ↑ "Front Page : Tamil to be a classical language". The Hindu (Chennai, India). 18 September 2004. http://www.thehindu.com/2004/09/18/stories/2004091806530100.htm.
- ↑ "National : Sanskrit to be declared classical language". The Hindu (Chennai, India). 28 October 2005. http://www.thehindu.com/2005/10/28/stories/2005102809281200.htm.
- ↑ 7.0 7.1 "Declaration of Telugu and Kannada as classical languages". Press Information Bureau. Ministry of Tourism and Culture, Government of India. http://pib.nic.in/newsite/erelease.aspx?relid=44340। আহৰণ কৰা হৈছে: 31 October 2008.
- ↑ "'Classical' status for Malayalam". The Hindu (Thiruvananthapuram, India). 24 May 2013. http://www.thehindu.com/todays-paper/tp-national/classical-status-for-malayalam/article4744630.ece.
- ↑ "Odia gets classical language status". The Hindu. 20 February 2014. http://www.thehindu.com/news/national/odia-gets-classical-language-status/article5709028.ece.
- ↑ "Milestone for state as Odia gets classical language status". The Times of India. 21 February 2014. http://timesofindia.indiatimes.com/city/bhubaneswar/Milestone-for-state-as-Odia-gets-classical-language-status/articleshow/30779140.cms.
- ↑ "Didi, Naveen face-off over classical language status". The New Indian Express. https://www.newindianexpress.com/nation/2013/jun/23/didi-naveen-face-off-over-classical-language-status-489514.html। আহৰণ কৰা হৈছে: 2020-02-12.
- ↑ "Bangla O Bangla Bhasha Banchao Committee" (en ভাষাত). www.facebook.com. https://www.facebook.com/bobbbc/posts/1109896535705445। আহৰণ কৰা হৈছে: 2020-02-12.
- ↑ Clara Lewis (16 April 2018). "Clamour grows for Marathi to be given classical language status". The Times of India. https://timesofindia.indiatimes.com/city/mumbai/clamour-grows-for-marathi-to-be-given-classical-language-status/articleshow/63776578.cms.
- ↑ Jagran Team (9 July 2021). "बिहार की एक भी भाषा अब तक नहीं बनी शास्त्रीय भाषा, मैथिली हो सकता शामिल". Jagran. https://www.jagran.com/bihar/madhubani-not-a-single-language-of-bihar-has-become-a-classical-language-yet-maithili-may-be-included-21816443.html.
- ↑ "Manipur steps up to renew push for inclusion of Manipuri among India's classical languages (time duration of the movement)" (en-GB ভাষাত). Imphal Free Press. https://www.ifp.co.in/manipur/manipur-steps-up-to-renew-push-for-inclusion-of-manipuri-among-indias-classical-languages. "The movement for recognizing Manipuri as a classical language began in 2013, yet there has been a gap in the follow up actions."
- ↑ "MP for classical language status : 23rd sep20 ~ E-Pao! Headlines". e-pao.net. http://e-pao.net/GP.asp?src=17..230920.sep20.
- ↑ "Process for recognising Manipuri as classical language of India underway: MP Sanajaoba" (en ভাষাত). Imphal Free Press. https://www.ifp.co.in/4203/process-for-recognising-manipuri-as-classical-language-of-india-underway-mp-sanajaoba.
- ↑ "Language support | Cloud Translation" (en ভাষাত). Google Cloud. https://cloud.google.com/translate/docs/languages। আহৰণ কৰা হৈছে: 18 September 2021.
- ↑ "Bhashini". bhashini.gov.in. https://bhashini.gov.in/। আহৰণ কৰা হৈছে: 2024-01-03.
- ↑ "Language support - Translator - Azure AI services" (en-us ভাষাত). learn.microsoft.com. 7 November 2023. https://learn.microsoft.com/en-us/azure/ai-services/translator/language-support। আহৰণ কৰা হৈছে: 7 November 2023.
- ↑ "Supported languages" (en ভাষাত). yandex.com. https://yandex.com/support/translate/supported-langs.html। আহৰণ কৰা হৈছে: 18 September 2021.
- ↑ "IBM Cloud Docs". cloud.ibm.com. https://cloud.ibm.com/docs/language-translator?topic=language-translator-translation-models। আহৰণ কৰা হৈছে: 18 September 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Distribution of languages in India
- http://www.languageinindia.com/
- Languages of India (SIL Ethnologue list)
- Languages and Scripts of India
- Reconciling Linguistic Diversity: The History and the Future of Language Policy in India by Jason Baldridge
- Titus - Languages of India
- Diversity of Languages in India
- Official webpage explains the chronological events related to Official Languages Act and amendments
- A comprehensive federal government site that offers complete info on Indian Languages
- Ethnologue Ethnologue report on the languages of India
- Technology Development for Indian Languages, Government of India Archived 2010-01-30 at the Wayback Machine
- The Official Portal of the Indian Government
|
|