ডিব্ৰুগড়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
33 নং শাৰী: 33 নং শাৰী:
}}
}}
ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু [[ডিব্ৰুগড় জিলা]]ৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় ।<ref>[http://www.assamtourism.org/dibrugarh.php অসম পৰ্যতন]</ref> ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

==নামৰ উৎপত্তি==
গুৱাহাটী নামটো [[অসমীয়া ভাষা]]ৰ দুটা শব্দ 'গুৱা' (অৰ্থ-[[তামোল]]) আৰু 'হাট' (অৰ্থ-বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।

== ইতিহাস ==

{{Assam-geo-stub}}
{{Assam-geo-stub}}

10:47, 16 August 2015ৰ সংস্কৰণ

ডিব্ৰুগড়
ভাৰতৰ চাহৰ চহৰ
—  নগৰ/মহকুমা  —
ৰাতি ডিব্ৰুগড়ৰ দ়শ্য
ৰাতি ডিব্ৰুগড়ৰ দ়শ্য
ডিব্ৰুগড়
ডিব্ৰুগড়ৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 27°29′N 95°00′E / 27.48°N 95°E / 27.48; 95
দেশ  ভাৰত
অঞ্চল উজনি অসম
ৰাজ্য অসম
জিলা ডিব্ৰুগড়
প্ৰতিষ্ঠিত 1873
ৱাৰ্ডৰ সংখ্যা 22
অধ্যক্ষ চন্দ্ৰ কান্ত বৰুৱা (INC)
জনসংখ্যা

ঘনত্ব

1,38,661 (2011)

2,096 /কিমি (5,429 /বৰ্গ মাইল)

লিঙ্গ অনুপাত 1000/925[1] /
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা

>66.14 km (41 mi)>

108 m (354 ft)

ক'ড
ৱেবছাইট www.dibrugarh.nic.in

ডিব্ৰুগড় অসমৰ অন্যতম বৃহৎ চহৰ আৰু ডিব্ৰুগড় জিলাৰ সদৰ। ডিব্ৰুগড় অসমৰ পূৱ প্ৰান্তত অৱস্থিত । ডিব্ৰুগড়ক 'ভাৰতৰ চাহ নগৰী' বুলি জনা যায় ।[2] ডিব্ৰুগড় নগৰ অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ৩৪৯ কিলোমিটাৰ (২৭৩ মাইল) পূৱত অৱস্থিত। ডিব্ৰুগড় নগৰ উত্তৰ-পূৱ ভাৰতৰ যোগাযোগ, উদ্যোগ তথা স্বাস্থ্য সেৱাৰ কেন্দ্ৰ।

নামৰ উৎপত্তি

গুৱাহাটী নামটো অসমীয়া ভাষাৰ দুটা শব্দ 'গুৱা' (অৰ্থ-তামোল) আৰু 'হাট' (অৰ্থ-বজাৰ)ৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিবেশৰ কালত এই নামটো "গৌহাটী" বুলি কোৱা হৈছিল আৰু ১৯৮০ৰ দশকৰ শেষৰফালে ই বৰ্তমানৰ ৰূপ পায়।

ইতিহাস

তথ্যসূত্ৰ