ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/নৱেম্বৰ-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | নৱেম্বৰ | ২০২০ | একাদশ সংখ্যা
মুখবন্ধ
মুখবন্ধ সম্পাদনা কৰক
৬ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে বিভিন্ন শিতানত ২০২০ চনৰ ন'বেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰা হয়। লগতে মাহটোৰ আৰম্ভণিতে দুদিনীয়াকৈ অনুষ্ঠিত মহাত্মা গান্ধী সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াত পঞ্চাশৰো অধিক প্ৰবন্ধৰ সৃষ্টি হয়। তদুপলক্ষে বিশেষ ভাৱে সজ্জিত নৱেম্বৰ মাহৰ ৱিকিপত্ৰিকা।
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
২০০২ চনৰ ২ জুনতে মুকলি হোৱা অসমীয়া ৱিকিপিডিয়াত ২০১৭ চনৰ শেষৰ পিনে এটা একাউণ্ট খুলিছিলোঁ যদিও সেইসময়ত কেনেকৈ ক’ত সম্পাদনা কৰিব লাগে বিশেষ একো জনা নাছিলোঁ৷ ২০২০ চনৰ এপ্ৰিল মাহৰ পৰাহে মই ইয়াত হঠাৎ জড়িত হওঁ৷ এদিন বিকালী মহাবিদ্যালয় নামৰ প্ৰবন্ধটো গুগলত সন্ধান কৰোঁতে ইংৰাজী ৱিকিপিডিয়াতহে পাইছিলোঁ, অসমীয়া ৱিকিপিডিয়াত পোৱা নাছিলোঁ আৰু তাকে মই প্ৰথমবাৰৰ বাবে ভুলেশুদ্ধই সাঁচ ব্যৱহাৰ কৰি অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলোঁ৷ প্ৰকাশ কৰাৰ পাছত নিজৰ লেখাটো দেখি অজ্ঞাতে ভুল থাকিলেও বিৰাট আনন্দ পাইছিলোঁ আৰু তেতিয়াৰ পৰাই মই ইয়াত যৎপৰোনাস্তি সক্ৰিয়ভাৱে কাম কৰি আছোঁ৷ প্ৰথমাৱস্থাত সম্পাদনা কৰোঁতে কিছুমান জটিলতাই দেখা দিছিল যদিও এতিয়া সক্ৰিয় অভিজ্ঞ ৱিকিপিডিয়ান সকলৰ পৰা আৰু ৱিকিপিডিয়াৰ কৰ্মশালাবোৰত অংশগ্ৰহণ কৰি বহুখিনি কথা শিকিব পাৰিছোঁ৷

যেতিয়া মই ৱিকিপিডিয়াত নতুনকৈ সম্পাদনা, তথ্যসূত্ৰ সংযোগ তথা প্ৰবন্ধ সৃষ্টি কৰিবলৈ লৈছিলোঁ, তেতিয়া সহায়ৰ বাবে নয়নজ্যোতি দা, দিব্য দা, অজয় দা এইসকল আগবাঢ়ি আহিছিল৷ ৱিকিপিডিয়া তেতিয়া মোৰ বাবে ইমানেই আমোদজনক আছিল যে ৱিকিপিডিয়াত সময় দিবলৈ ফে’চবুক, হোৱাটচ্‌এপ আদি চোৱাই নাছিলোঁ৷ সেয়ে তেওঁলোকৰ সহায়-বাৰ্তাকো চোৱা হোৱা নাছিল। হয়তো ইয়াৰ বাবেই মই ৱিকিপিডিয়াত কিছু জটিলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল! অৱশ্যে পিছলৈ বাবুল দাই মোক প্ৰুভ ইটৰ লগতে বহুখিনি কামত সহায় কৰিছে৷ পৃষ্ঠা এটা সৃষ্টি বা অনুবাদ কৰা, তথ্যসূত্ৰ যোগ কৰাকে আদি কৰি প্ৰবন্ধসমূহ সম্পাদনা কৰা কামবোৰ কিমান যে তৃপ্তিকৰ সেইয়া কেৱল ৱিকিপিডিয়ানসকলেহে অনুভৱ কৰিব পাৰিব৷

ডিজিটেল মাধ্যমেৰে আমাৰ মাতৃভাষা অসমীয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱাত ৱিকিপিডিয়া এক উপযুক্ত মঞ্চ বুলি ভাবোঁ। আশা কৰোঁ অনাগত সময়ত অসমীয়া ৱিকিজগতত সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি হৈ থাকিব৷ শেষত ৱিকিপিডিয়াৰ দৰে সুস্থ-সবল মুকলি মঞ্চ এখনৰ লগত পৰিচয় কৰাই দিয়াৰ বাবে ফে’চবুকৰ অসমীয়াত কথা বতৰা গোটক ধন্যবাদ জনাই ৱিকিপিডিয়ানৰ মনৰ কথা ইমানতে সামৰিলোঁ৷ ধন্যবাদ৷

কুলধৰ ৰাভা(আলোচনা) 15:32, 30 October 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
১৯১০ চনৰ পৰা ১৯৬০ চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰ্ষিক প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন (জিডিপি), মহামন্দাৰ বছৰবোৰ (১৯২৯-১৯৩৯) ওপৰত আলোকপাত কৰা হৈছে

মহামন্দা বা বৃহৎ অৰ্থনৈতিক পতন (ইংৰাজী: Great Depression) আছিল এক গুৰুতৰ বিশ্বজুৰা তীব্ৰ অৰ্থনৈতিক মন্দাৱস্থা যি ১৯৩০-ৰ দশকত ঘটিছিল। ইয়াৰ আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সমগ্ৰ বিশ্বত মহামন্দাৰ সময় বিভিন্ন আছিল; বেছিভাগ দেশত, ই ১৯২৯ চনত আৰম্ভ হৈছিল আৰু ১৯৩০ দশকৰ শেষভাগলৈ আছিল। ই আছিল বিংশ শতিকাৰ আটাইতকৈ দীৰ্ঘতম, গভীৰতম, আৰু আটাইতকৈ বিস্তৃত মন্দাৱস্থা। বিশ্বব্যাপী অৰ্থনীতি কিমান তীব্ৰভাৱে হ্ৰাস হ'ব পাৰে তাৰ উদাহৰণ হিচাপে সাধাৰণতে মহামন্দাক ব্যৱহাৰ কৰা হয়।

১৯২৯ চনৰ ৪ ছেপ্টেম্বৰত আৰম্ভ হোৱা হ্ৰাসমান ষ্টকৰ মূল্যৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত মহামন্দা আৰম্ভ হৈছিল, আৰু ১৯২৯ চনৰ ২৯ অক্টোবৰৰ ষ্টক বজাৰ পতনৰ সৈতে সৰ্বত্ৰে বাতৰি হৈ পৰিছিল (এই দিনটোক ক'লা মঙলবাৰ বুলি কোৱা হয়)। ১৯২৯ আৰু ১৯৩২ চনৰ ভিতৰত, বশ্বব্যাপী মুঠ ঘৰুৱা উৎপাদন (জিডিপি)-ৰ আনুমানিক ১৫% হ্ৰাস হৈছিল। তুলনা কৰিলে দেখা যায় যে, ২০০৮-২০০৯ চনৰ মন্দাৱস্থাৰ সময়ত বশ্বব্যাপী জিডিপি ১% তকৈ কম হ্ৰাস হয়। কিছুমান অৰ্থনীতি ১৯৩০ৰ মাজভাগৰ ভিতৰত সুস্থ হবলৈ আৰম্ভ কৰে। অৱশ্যে, বহুতো দেশত মহামন্দাৰ নেতিবাচক প্ৰভাৱ দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণিলৈকে আছিল। ইয়াত বিতংকৈ পঢ়ক

যোৱা মাহৰ ভাল প্ৰবন্ধ হৰিশ-চন্দ্ৰৰ বিষয়ে ইয়াত বিতংকৈ পঢ়িব পাৰে...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
অক্টোবৰ-২০২০ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ১৮৬

বিশেষ শিতান

মহাত্মা গান্ধী এডিটাথন ২০২০(২আৰু৩অক্টোবৰ)ৰ অন্তৰ্গত

  1. গান্ধী টুপী
  2. গান্ধী তীৰ্থ
  3. ভাৰত ত্যাগ আন্দোলন
  4. হৰিলাল গান্ধী
  5. হিন্দু-ধৰ্ম কি?
  6. সেৱাগ্ৰাম
  7. ইয়ং ইণ্ডিয়া
  8. নৱজীৱন ট্ৰাষ্ট
  9. টলষ্টয় ফাৰ্ম
  10. দাণ্ডি সমুদ্ৰ-তীৰ
  11. দ্য কিংডম অব গড ইজ ৱিদিন ইউ
  12. দে দে হমে আজাদী
  13. হৰিজন সেৱক সংঘ
  14. মোৰ সত্য অন্বেষণৰ কাহিনী
  15. মেইনে গান্ধীকো নেঁহি মাৰা
  16. গান্ধী গ্লবেল ফেমিলি
  17. গান্ধী–আৰউইন চুক্তি
  18. গান্ধী পৰিয়াল
  19. বাপু (গ্ৰন্থ)
  20. তিনি জ্ঞানী বান্দৰ
  21. মহাত্মা গান্ধীয়ে কৰা অনশনৰ তালিকা
  22. কৰমচান্দ উত্তমচান্দ গান্ধী
  23. ইণ্ডিয়ান অপিনিয়ন
  24. পুনা চুক্তি
  25. আলফ্ৰেড হাইস্কুল
  26. অসহযোগ আন্দোলন
  27. গান্ধী স্মৃতি
  28. গান্ধী দ্য মেন
  29. মণিলাল গান্ধী
  30. সত্যাগ্ৰহ
  31. চৌৰী চোৰা ঘটনা
  32. খাদী
  33. মগনলাল গান্ধী
  34. স্বৰাজ
  35. সৰ্বোদয়া
  36. দেৱদাস গান্ধী
  37. গান্ধী ভৱন
  38. এ লেটাৰ টু এ হিন্দু
  39. গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড
  40. দাণ্ডী যাত্ৰা
  41. দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী
  42. মহাত্মা গান্ধীৰ হত্যাকাণ্ড
  43. ৰামদাস গান্ধী
  44. দ্য মেকিং অৱ দ্য মহাত্মা
  45. ৰঘুপতি ৰাঘৱ ৰাজা ৰাম
  46. গোপালকৃষ্ণ গান্ধী
  47. গান্ধীগিৰি
  48. গান্ধীজ ট্ৰুথ: অন দি অৰিজিনচ্‌ অৱ মিলিটেণ্ট ননভায়লেঞ্চ
  49. কীৰ্তি মেনন
  50. কানু গান্ধী
  51. গান্ধী বজাৰ

ন'বেল বঁটা বিজয়ী (২০২০)

  1. চাৰ্লছ এম. ৰাইচ
  2. মাইকেল হাউটন
  3. হাৰ্ভি জে. অল্টাৰ
  4. এণ্ড্ৰিয়া এম. ঘেজ
  5. ৰ'জাৰ পেনৰ'জ
  6. ৰেইনহাৰ্ড গেনজেল
  7. বিশ্ব খাদ্য কাৰ্যসূচী
  8. লুইচ গ্লিক
  9. জেনিফাৰ ডাউডনা
  10. ইমানুৱেল চাৰ্পেণ্টিয়ে
  11. ৰবাৰ্ট বি. ৱিলচন
  12. প'ল আৰ. মিলগ্ৰম

নিয়মীয়া শিতান

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. কমলা হেৰিছ
  2. জেমছ হেডলি ছেজ
  3. উইলিয়াম জেম্‌ছ

অন্যান্য

  1. পৰ্বত
  2. ভেটিকান চিটি
  3. মহামন্দা
  4. আমেৰিকান ডলাৰ
  5. জেনিফাৰ ডাউডনাই লাভ কৰা বঁটা আৰু সন্মান
  6. ৰ'জি দ্য ৰিভিটাৰ
  7. মণিপুৰী বতা চৰাই
  8. বিশ্ব পৰিসংখ্যা দিৱস
  9. এনিগ্‌মা যন্ত্ৰ
  10. চেনাব নদী

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. কে চি শিৱশংকৰণ
  2. ৰাণী ৰামপাল
  3. সুমন কল্যাণপুৰ
  4. শ্যামল মিত্ৰ
  5. সন্ধ্যা মুখাৰ্জী
  6. সুচেতা দালাল
  7. ৰাম বিলাস পাছৱান
  8. সৌমিত্ৰ চেটাৰ্জী
  9. টনি জোছেফ

চলচ্চিত্ৰ বিষয়ক

  1. আৰআৰআৰ (চলচ্চিত্ৰ)

অন্যান্য

  1. পূৰ্ণ স্বৰাজ
  2. হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০
  3. অটল সুৰংগ
  4. ভাৰতীয় পেনোৰামা
  5. অসমীয়া বনৰীয়া চিকা
  6. বৃহৎ মালয় কেৰ্কেটুৱা
  7. ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
  8. ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. অচিন মোমাইদেউ
  2. বাসুদেব দাস
  3. জীৱেশ্বৰ ডেকা
  4. মন্মথ বৈশ্য
  5. তোষপ্ৰভা কলিতা
  6. গোলাপ ৰাভা
  7. খনীন্দ্ৰ চন্দ্ৰ চৌধুৰী
  8. প্ৰবীণ শইকীয়া
  9. নীল আকাশ
  10. ৰঞ্জিত দাস
  11. জয়ন্ত কুমাৰ শৰ্মা
  12. পুলক বেনাৰ্জী
  13. জয়ন্ত মাধৱ
  14. জাংদাও বডোচা
  15. বলিনাৰায়ণ বৰা
  16. চুদিংফা
  17. যোগেশ্বৰ সিংহ
  18. পীযুষ কান্তি ৰয়
  19. আনোৱাৰ হুছেইন
  20. গৌৰী বৰ্মন

গ্ৰন্থ বিষয়ক

  1. অসম শিশু সাহিত্য কোষ
  2. চকৰি ফেঁটী বুৰঞ্জী
  3. অভিযাত্ৰী
  4. অ-পদাৰ্থ
  5. অলকানন্দা
  6. অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ
  7. অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা
  8. আন্ধাৰত নিজৰ মুখ
  9. ইতিহাসে সোঁৱৰা ছশটা বছৰ
  10. এহাত ডাবা
  11. কপিলীপৰীয়া সাধু
  12. কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত
  13. কালপুৰুষ
  14. জংগম
  15. অন্য যুগ অন্য পুৰুষ
  16. কেঁচা পাতৰ কঁপনি
  17. গঙা চিলনীৰ পাখি (উপন্যাস)
  18. পাতাল ভৈৰৱী
  19. যাকেৰি নাহিকে উপাম
  20. পাটকাইৰ ইপাৰে মোৰ দেশ
  21. গোলাম
  22. চেনাবৰ সোঁত
  23. ডাৱৰ আৰু নাই
  24. পৃথিৱীৰ অসুখ
  25. আধুনিক গল্প সাহিত্য
  26. আন এজন
  27. আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ
  28. আসাম বুৰঞ্জী
  29. দন্দুৱা দ্ৰোহ (উপন্যাস)
  30. ধন্য নৰ তনু ভাল
  31. পদুম কুঁৱৰী
  32. প্ৰতিমা
  33. প্ৰেম অমৃতৰ নদী
  34. কায়কল্প
  35. ফেৰেংগাদাও
  36. বিপন্ন সময়

চলচ্চিত্ৰ বিষয়ক

  1. ৰাগ-বিৰাগ
  2. জোনাকী পৰুৱা (চলচ্চিত্ৰ)
  3. সংস্কাৰ
  4. আলায়াৰণ
  5. হাগ্ৰামায়াও জিনাহাৰি
  6. লাজ
  7. অভিমান
  8. ৱশ্ব'বিপো

অন্যান্য

  1. জাঁজী
  2. কৱচ-কাপোৰ
  3. চম্পাৱতী জলপ্ৰপাত
  4. পানীটুকি চৰাই
  5. ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়
  6. কলং
  7. পখীতীৰ্থ

সানমিহলি

  1. অযৌনতা
  2. আপেল
  3. সমবাহু ত্ৰিভুজ
  4. উপ-ডমেইন
  5. উপপৃষ্ঠা
  6. পাঁচ ফোৰণ
  7. চফ
  8. ক'লা জীৰা
  9. মেথি
  10. লিখন পদ্ধতি
  11. যনি
  12. যষ্টিমধু
  13. মৰ্টন
  14. লিথিয়াম
  15. বেৰিলিয়াম
  16. ব'ৰণ
  17. যৌন অভিমুখীতা
  18. ম'ৰ্চ ক'ড
  19. ধুন্দুলীফেঁটী সাপ
  20. কল্পবিজ্ঞান
  21. মনোবিজ্ঞানী
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
গুৱাহাটী মহানগৰীৰ নিচেই কাষতে থকা চানডুবি বিলৰ এক দৃশ্য।
আলোকচিত্ৰ শিল্পী: গীতাৰ্থ বৰদলৈ
উল্লেখনীয় ৱিকিমিডিয়ান

অনিমেষ বৰা: ২০১২ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। অসমীয়া ৱিকিপিডিয়াত তেওঁৰ সম্পাদনাৰ সংখ্যা ৬,২৬৫ আৰু সৃষ্টি কৰা পৃষ্ঠাৰ সংখ্যা ২৭৭। অসমীয়া ৱিকিপিডিয়াৰ লগতে তেওঁ ইংৰাজী ৱিকিপিডিয়া, ৱিকিউৎস আদি কেইবাটাও প্ৰকল্পত বৰ্তমানলৈকে মুঠ ৮,৮৫৬টা সম্পাদনা কৰিছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “এই মাহৰ ৱিকিপিডিয়ান”, “অক্লান্ত কৰ্মী পদক”, “প্ৰবন্ধকাৰ পদক” আদি পদকেৰে কেইবাবাৰো সন্মানিত কৰিছে। আমি তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
দিব্য দত্ত
পঞ্চশতক তাৰকা পদক
দিব্য দত্ত
বিশেষ ৱিকি পদক
অজয় দাস
গ্ৰন্থকীট পদক
ঈশান জ্যোতি বৰা
ৱিকিউৎসৰ ভোটাতৰা পদক
পল্লবী দত্ত বৰুৱা,প্ৰণামিকা অধিকাৰী, বিপুল কলিতা, প্ৰদ্যুৎ প্ৰতীম দত্ত, ৰাজদ্বীপ ৰাজবংশী আৰু ৰুমী বৰা
ৱিকিউৎস সহযোগিতা পদক
জ্যোতি প্ৰসাদ চৌধুৰী আৰু মৌচুমী দাস





বিশেষ অভিলেখ
অক্টোবৰ-২০২০ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
২ আৰু ৩ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত মহাত্মা গান্ধী সম্পাদনা মেলাত অসমীয়া ৱিকিপিডিয়াৰ ৭ জন সদস্যই ৫১ টা প্ৰবন্ধৰ সৃষ্টি কৰি শীৰ্ষত থাকে।

সক্ৰিয় সদস্য দিব্য দত্তই বৰ্তমানলৈকে নতুন প্ৰবন্ধ সৃষ্টিত পঞ্চ শতক আৰু ঈশান জ্যোতি বৰাদ্বিশতক সম্পূৰ্ণ কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৪৪৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২৮১ খনলৈ বৃদ্ধি পালে।
  • অক্টোবৰ, ২০২০ মাহত অসমীয়া ৱিকিউৎসত সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
দিব্য দত্ত ২৭০ ১০৮৭ ১৩ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৯৯৭ ৬৮ ৭৫ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ ১৭৮ ৪৫১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া ২৭৬ ৩৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৰুমী বৰা ৫৫১ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ৪০৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নিতুল কাকতি ১০৩ ২৯৯ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ২১৮ - ১৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰদ্যুৎ প্ৰতীম দত্ত ১০ ২০৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ গীতাৰ্থ বৰদলৈ ২১ ১৬৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ কুলধৰ ৰাভা ১৭১ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ প্ৰণামিকা অধিকাৰী ১৬৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ পল্লবী দত্তবৰুৱা ১৬৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ ৰাজদ্বীপ ৰাজবংশী ১৪০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ নয়ন জ্যোতি নাথ ১১৬ - ১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ বিপুল কলিতা ১১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ জ্যোতি প্ৰসাদ চৌধুৰী - ১০৫ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল

মৃদুল কুমাৰ শৰ্মা, অজয় দাস, দীপকজ্যোতি মহন্ত, নিৰঞ্জন বড়া, বিশ্বজিৎ বৈশ্য, মৌচুমী দাস, পৰশমণি বড়া আৰু জলী বৰা


ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।