অন্তৰা নন্দী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্তৰা নন্দী

২০১২ চনত অন্তৰা
প্ৰাথমিক তথ্য
জন্ম শিৱসাগৰ, অসম, ভাৰত
সংগীতৰ প্ৰকাৰ পপ, শাস্ত্ৰীয়, পশ্চিমীয়া শাস্ত্ৰীয়, বলিউড, সহজ শ্ৰব্য, আঞ্চলিক
পেচা গায়িকা, নেপথ্য গায়িকা , গীতিকাৰ
বাদ্যযন্ত্ৰ উকুলেলে
কাৰ্যকাল ২০০৮ – বৰ্তমান
সহযোগী  এ আৰ ৰহমান
ৱেবছাইট www.youtube.com/antaranandy/

অন্তৰা নন্দী (ইংৰাজী: Antara Nandy) অসমৰ এগৰাকী নেপথ্য গায়িকা । জি টিভিত প্ৰচাৰিত সংগীত প্ৰতিভা আৰু ৰিয়েলিটি শ্ব' Sa Re Ga Ma Pa L'il Champs-২০০৯ৰ ফাইনেল ৰাউণ্ডত উপনীত হোৱাৰ পিছত আৰু শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত অন্যতম হোৱাৰ পিছত তেওঁ সুপৰিচিত হৈ পৰে।[1][2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]