দীপালী বৰঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎সাংগীতিক জীৱন: I added the song name "যৌৱনে আমনি কৰে, চেনাই ধন" to Assamese page of "দীপালী বৰঠাকুৰ"
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
24 নং শাৰী: 24 নং শাৰী:
}}
}}


'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, [[৩০ জানুৱাৰী]], ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী কণ্ঠশিল্পী। ১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name=aa>শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>।
'''দীপালী বৰঠাকুৰ''' ({{lang-en|Deepali Borthakur}}, [[৩০ জানুৱাৰী]], ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।


==চমূ জীৱনী==
২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে।
১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে [[শিৱসাগৰ জিলা]]ৰ [[সোণাৰি]]ৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল<ref name="aa">শুচিব্ৰত ৰয়, ''শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন'', [[আমাৰ অসম]], ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২</ref>। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ৷ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে৷<ref name=":0">[https://epaper.asomiyapratidin.in অাসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in]</ref>

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal|url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp|title=A tribute to marriage of arts & minds - Book on celebrity couple|journal=The Telegraph|year=2003|month=December 26}}</ref>।


==সাংগীতিক জীৱন==
==সাংগীতিক জীৱন==
পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়৷ ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে৷<ref name=":0" />
নৱম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে তেখেতে বাণীবদ্ধ কৰিছিল ''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name=aa />


শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়৷<ref name=":0" /> ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড৹ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়৷ ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কন্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’৷<ref name=":0" /> প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে৷ নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’''বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’''। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।<ref name="aa" />
দীপালী বৰঠাকুৰে [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs |title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah |publisher=ArtSlant |date= |accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm |title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan |publisher=Rediff.co.in |date=1998-01-27 |accessdate=2013-04-01}}</ref>, [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2010-01-18 |accessdate=2013-04-01}}</ref>, 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭) লাভ কৰিছে। ইয়াৰোপৰি প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name=aa />।

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিত নেপঠ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷<ref name=":0" />


দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ<ref name="assamspider3374">{{cite web | url=http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx | title=Deepali-Borthakur | publisher=assamspider.com | accessdate=April 02, 2013}}</ref>
41 নং শাৰী: 46 নং শাৰী:
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা
* অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা


১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।
==উপসংহাৰ==

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'<ref name=aa /> এইখিনি সময়তে দীপালী বৰঠাকুৰ ''[[মটৰ নিউৰণ ৰোগ]]''ত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। ১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী [[নীলপৱন বৰুৱা]]ৰ লগত বিবাহ পাশত আৱদ্ধ হয়<ref name="telegraphindia.com">{{cite journal | url=http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp | title=A tribute to marriage of arts & minds - Book on celebrity couple | journal=The Telegraph | year=2003 | month=December 26}}</ref>।
==মৃত্যু==
২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে।<ref name=":0" />

== বঁটা আৰু সন্মান ==

* [[পদ্মশ্ৰী]] সন্মান (১৯৯৮)<ref>{{cite web|url=http://www.artslant.com/ind/events/show/131548-hieroglyphs|title=October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah|publisher=ArtSlant|date=|accessdate=2013-04-01}}</ref><ref>{{cite web|url=http://www.rediff.co.in/news/1998/jan/27padma.htm|title=Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan|publisher=Rediff.co.in|date=1998-01-27|accessdate=2013-04-01}}</ref>
* [[অসম চৰকাৰ]]ৰ [[শিল্পী বঁটা]](২০১০)<ref>{{cite web|author=TI Trade|url=http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04|title=The Assam Tribune Online|publisher=Assamtribune.com|date=2010-01-18|accessdate=2013-04-01}}</ref>
* 'লিঅ' এক্সপো শিল্পী সন্মান (২০০৭)
* আইদেউ সন্দিকৈ বঁটা (২০১২)<ref name=":0" />

ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।<ref name="aa" />।


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

09:29, 22 December 2018ৰ সংস্কৰণ

দীপালী বৰঠাকুৰ
প্ৰাথমিক তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯৪১ (৮৩ বছৰ)
নীলমনি বাগান, সোণাৰি, শিৱসাগৰ জিলা
মৃত্যু ২১ ডিচেম্বৰ ২০১৮
গুৱাহাটী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৫৫-১৯৬৯


দীপালী বৰঠাকুৰ (ইংৰাজী: Deepali Borthakur, ৩০ জানুৱাৰী, ১৯৪১ - ২১ ডিচেম্বৰ ২০১৮) অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।

চমূ জীৱনী

১৯৪১ চনৰ ৩০ জানুৱাৰী তাৰিখে শিৱসাগৰ জিলাসোণাৰিৰ নীলমনি বাগানত এখেতৰ জন্ম হৈছিল[1]। তেওঁৰ পিতৃ প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ৷ শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ দীপালী বৰঠাকুৰে গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা লাভ কৰে৷[2]

১৯৭৬ চনত শিল্পীগৰাকী অসমৰ খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয়[3]

সাংগীতিক জীৱন

পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে ঘৰতে দীপালী বৰঠাকুৰৰ সংগীত চৰ্চা আৰম্ভ হয়৷ ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে৷[2]

শিৱসাগৰৰ প্ৰথিতযশা শিক্ষাবিদ আৰু শিল্পী পৰাগধৰ চলিহাই ৰচনা কৰা গীত-নৃত্য আৰু অভিনয়েৰে সমৃদ্ধ আলেখ্য ’চাৰি হেজাৰ বছৰৰ অসম’ত মুখ্য গায়িকা হিচাপে দীপালী বৰঠাকুৰৰ নিয়োজিত হয়৷[2] ইয়াৰ পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক ড৹ এ এম নাটেশে তেওঁক আকাশবাণীৰ বাবে সংগীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনায়৷ ১৯৫৭ চনত আকাশবাণী গুৱাহাটীযোগে দীপালী বৰঠাকুৰৰ কন্ঠত বাণীবদ্ধ হয় লীলা গগৈয়ে ৰচনা কৰা গীত ’মোৰ বোপাই লাহৰী/নাপাইছো আহৰি/বৰা জুৰিবলৈ আহহে’৷[2] প্ৰথম অৱস্থাত আকাশবাণীত অস্থায়ী শিল্পী হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰি পিছত তেওঁ স্থায়ী শিল্পীৰ মৰ্য্যদা লাভ কৰে৷ নিয়মিত শিল্পী হিচাপে তেওঁ পৰিবেশন কৰা প্ৰথম গীতটি আছিল ’বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’। ইয়াৰ পাছতে তেখেতৰ কণ্ঠই জনপ্ৰিয়তা লাভ কৰে।[1]

প্ৰবেশিকা পৰীক্ষা দিয়াৰ পিছতে দীপালী বৰঠাকুৰে প্ৰথমখন ছৱিত নেপঠ্য কন্ঠশিল্পী হিচাপে গীত গোৱাৰ সুযোগ লাভ কৰে৷ ১৯৫৯ চনত ক্ষীৰদাকান্ত বিষয়াৰ কথা আৰু সুৰ আৰু লক্ষ্যধৰ চৌধুৰী আৰু প্ৰবীণ ফুকনৰ পৰিচালনাত মুক্তি পোৱা কথাছৱি ’লাচিত বৰফুকন’ত দীপালী বৰঠাকুৰে পৰিবেশন কৰে ’আবেগৰ বোকোচা ব’ব মই নোৱাৰো/যৌৱনে আমনি কৰে’ গীতটি৷[2]

দীপালী বৰঠাকুৰৰ কণ্ঠৰ কেইটামান জনপ্ৰিয় গানঃ[4]

  • সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই
  • জোনধনে জোনালীতে
  • যৌৱনে আমনি কৰে, চেনাই ধন
  • কণমান বৰশীৰে চিপ
  • চেনাই মই যাওঁ দেই
  • অ' বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা

১৯৬৯ চনত তেখেতে শেষবাৰৰ বাবে পৰিৱেশন কৰিছিল 'লুইত নেযাবি ঐ।'[1] এইখিনি সময়তে দীপালী বৰঠাকুৰ মটৰ নিউৰণ ৰোগত আক্ৰান্ত হয় আৰু গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফুৰা কৰিবলৈকো হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়।

মৃত্যু

২০১৮ চনৰ ২১ ডিচেম্বৰ তাৰিখে তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত দিনৰ ১ বাজি ২৫ মিনিটত দীৰ্ঘদিন অসুস্থতাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰে।[2]

বঁটা আৰু সন্মান

ইয়াৰোপৰি তেওঁ প্ৰতি মাহে ৫,০০০ টকাকৈ অসম চৰকাৰৰ ফালৰপৰা পেন্সন লাভ কৰে।[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 শুচিব্ৰত ৰয়, শিল্পী দীপালী বৰঠাকুৰৰ ৭১সংখ্যক জন্মদিন, আমাৰ অসম, ৩১ জানুৱাৰী, ২০১২ আহৰণ কৰা তাৰিখঃ ০৩-০২-২০১২
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 অাসমীয়া প্ৰতিদিন, ২২ ডিচেম্বৰ, ২০১৮, https://epaper.asomiyapratidin.in
  3. "A tribute to marriage of arts & minds - Book on celebrity couple". The Telegraph. December 26 2003. http://www.telegraphindia.com/1031226/asp/guwahati/story_2719265.asp. 
  4. "Deepali-Borthakur". assamspider.com. http://www.assamspider.com/resources/3374-Deepali-Borthakur.aspx। আহৰণ কৰা হৈছে: April 02, 2013. 
  5. "October 16th, 2010 - October 28th, 2010, The Strand Art Room, Neel Pawan Baruah". ArtSlant. http://www.artslant.com/ind/events/show/131548-hieroglyphs। আহৰণ কৰা হৈছে: 2013-04-01. 
  6. "Rediff On The NeT: Nani Palkhivala, Lakshmi Sehgal conferred Padma Vibushan". Rediff.co.in. 1998-01-27. http://www.rediff.co.in/news/1998/jan/27padma.htm। আহৰণ কৰা হৈছে: 2013-04-01. 
  7. TI Trade (2010-01-18). "The Assam Tribune Online". Assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=jan1810/at04। আহৰণ কৰা হৈছে: 2013-04-01.