প্ৰমোদ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰমোদ বৰুৱা
পেচা চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা

প্ৰমোদ বৰুৱা (ইংৰাজী: Promod Barua) অসমৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা। ১৯৬৭ চনত কেইজনমান চলচ্চিত্ৰ অনুৰাগীৰ সহযোগিতাত সমবায় ভিত্তিত বিশ্বনাথ চাৰিআলিত পোন প্ৰথমে "অভিযান" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৭৩ চনত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। ইয়াৰ পাছত বৰুৱাই কেবাখনো চলচ্চিত্ৰ নিৰ্মাণ কৰে।

চলচ্চিত্ৰসমূহ[সম্পাদনা কৰক]


বঁটা / সন্মান[সম্পাদনা কৰক]

গুৱাহাটীশংকৰদেৱ কলাক্ষেত্ৰত ২০১১ চনৰ ১১ জুলাইত অনুষ্ঠিত ১৩ তম মুনলাইট মিডিয়া বঁটা (Moonlight Media Awards) প্ৰদান অনুষ্ঠানত তেখেতক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হয়[2][3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Its My NE". Archived from the original on November 1, 2014. https://web.archive.org/web/20141101042558/http://itsmynortheast.com/2012/06/mridula-barooah/। আহৰণ কৰা হৈছে: March 29, 2013. 
  2. "Lifetime achievement awards for cultural excellence awarded". assamtribune.com. http://www.assamtribune.com/scripts/details.asp?id=dec1309/City4। আহৰণ কৰা হৈছে: March 30, 2013. [সংযোগবিহীন উৎস]
  3. Apurba Kumar Das. "Moonlight Media Awards". assamtribune.com. Archived from the original on February 9, 2009. https://web.archive.org/web/20090209054925/http://assamtribune.com/jan3009/rv.html। আহৰণ কৰা হৈছে: March 30, 2013.