নয়ন নীলিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নয়ন নিলীমৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


নয়ন নিলীম
জন্ম ২২ ছেপ্টেম্বৰ, ১৯৮২
নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা

নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷

অভিনীত অসমীয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ সহ - শিল্পী পৰিচালক
২০০৪ ৰংমন অমল বৰুৱা
২০১৭ কোঁৱৰপুৰৰ কোঁৱৰ তাপশ্ৰী কলিতা ৰাজেশ ভূঞাঁ

অভিনীত অসমীয়া ভিচিডি[সম্পাদনা কৰক]

  • জোনবাই ১
  • জোনবাই ২
  • আবেলি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]