নয়ন নীলিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নয়ন নিলীমৰ পৰা পুনঃনিৰ্দেশিত)
নয়ন নিলীম
জন্ম ২২ ছেপ্টেম্বৰ, ১৯৮২
নাহৰকটীয়া, ডিব্ৰুগড়, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা অভিনেতা

নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷

অভিনীত অসমীয়া চলচ্চিত্ৰ[সম্পাদনা কৰক]

}

অভিনীত অসমীয়া ভিচিডি[সম্পাদনা কৰক]

  • জোনবাই ১
  • জোনবাই ২
  • আবেলি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বৰ্ষ চলচ্চিত্ৰ সহ - শিল্পী পৰিচালক
২০০৪ ৰংমন অমল বৰুৱা
২০১৭ কোঁৱৰপুৰৰ কোঁৱৰ তাপশ্ৰী কলিতা ৰাজেশ ভূঞা
২০২২ বন্ধু বিবেক ত্ৰিদিব লাহন