সমললৈ যাওক

জেৰিফা ৱাহিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Zerifa Wahidৰ পৰা পুনঃনিৰ্দেশিত)
জেৰিফা ৱাহিদ

জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত “বান্ধোন”ৰ মূহুৰতৰ এক দৃশ্য
ৰাষ্ট্ৰীয়তা ভাৰতভাৰতীয়
পেচা অভিনয়
সংস্থা অসমীয়া বোলছবি জগত
ধৰ্ম ইছলাম

জেৰিফ ৱাহিদ (ইংৰাজী: Zerifa Wahid) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী।[1]

জেৰিফা ৱাহিদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত বিভাগটোৰ ভিতৰত শীৰ্ষস্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। একে বিষয়তে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ আইন বিষয়ৰো স্নাতক ডিগ্ৰীধাৰী।

অভিনয় জীৱন

[সম্পাদনা কৰক]

১৯৮৯ চনত অভিমান চলচ্চিত্ৰত এটি শিশুৰ চৰিত্ৰৰ অভিনয়ৰ জৰিয়তে অসমীয়া ছবিজগতত প্ৰৱেশ কৰে।


চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
চনচলচ্চিত্ৰপৰিচালকটোকা
১৯৯০অভিমানমৃদুল গুপ্তাঅসমীয়া চলচ্চিত্ৰত আত্মপ্ৰকাশ শিশু শিল্পী হিচাপে
অতিক্ৰম
হেড মাষ্টৰ
ধোঁৱা
১৯৯৪অগ্নিগড়চন্দ্ৰ মুদৈ
২০০০তুমি মোৰ মাথোঁ মোৰজুবিন গাৰ্গ
২০০১সেউজী ধৰণী ধুনীয়াৰাজীৱ ভট্টাচাৰ্য্য
২০০১অন্য এক যাত্ৰামঞ্জু বৰা
২০০১নায়কমুনিন বৰুৱা
২০০২গুণ গুণ গানে গানেবিদ্যুৎ চক্ৰৱৰ্তী
২০০২প্ৰেম গীতআশিষ শইকীয়া
২০০৩অগ্নিসাক্ষীযদুমণি দত্তঅসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাত মুখ্য ভূমিকাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ
২০০৪কাদম্বৰীবাণী দাস
২০০৬দেউতা দিয়া বিদায়ৰমেশ মোডী
২০০৬আমি অসমীয়াৰাজীৱ ভট্টাচাৰ্য্য
২০০৮অহিৰ ভৈৰৱশিৱপ্ৰসাদ ঠাকুৰ
২০১২বান্ধোনজাহ্নু বৰুৱা
২০১৩দুৱাৰবিদ্যুৎ চক্ৰৱৰ্তীপ্ৰথম ফিল্মফেয়াৰ বঁটা পূব ২০১৪ ৰ খিতাপ জয় (শ্ৰেষ্ঠ অভিনেত্ৰী)
২০১৪ৰাগ - দ্য ৰিদম অৱ লাভ ৰজনী বসুমতাৰীআদিল হুছেইনৰ লগত অভিনয়
২০১৬কথানদীভাস্কৰ হাজৰিকা
২০১৮ভগা খিৰিকীজাহ্নু বৰুৱা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Zerifa moves to theatre - Backstage girl". The Telegraph. 13 September 2007. http://www.telegraphindia.com/1070913/asp/guwahati/story_8308776.asp। আহৰণ কৰা হৈছে: 12 May 2010.