জাহ্নু বৰুৱা
জাহ্নু বৰুৱা | |
---|---|
জন্ম | ১৭ অক্টোবৰ ১৯৫২ শিৱসাগৰ, অসম, ভাৰত |
নাগৰিকত্ব | ভাৰতীয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
দাম্পত্যসঙ্গী | গায়ত্ৰী বৰুৱা[1] |
পিতৃ-মাতৃ | দেৱেশ্বৰ বৰুৱা (পিতৃ) গুণৱতী বৰুৱা (মাতৃ) |
সন্তান | অজু বৰুৱা (পুত্ৰ) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫) ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (১৯৯৬) কোডাক ভিজন এৱাৰ্ড পদ্মশ্ৰী (২০০৩) কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি বিষয়ত, ২০০৪) ভূপেন হাজৰিকা বঁটা (২০১২) পদ্মভূষণ (২০১৫) |
ৱেবছাইট | |
www.jahnubarua.com |
জাহ্নু বৰুৱা (ইংৰাজী: Jahnu Barua) একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক।[2][3] তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।
জন্ম
[সম্পাদনা কৰক]জাহ্নু বৰুৱাৰ জন্ম হয় ১৯৫২ চনৰ ১৭ অক্টোবৰত অসমৰ শিৱসাগৰ জিলাৰ বকতাত। তেওঁৰ পিতৃৰ নাম দেৱেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম গুণৱতী বৰুৱা। জাহ্নু বৰুৱাৰ ৭জন ভাতৃ আৰু ৩ গৰাকী ভগ্নী আছে[4]।
শিক্ষা
[সম্পাদনা কৰক]তেখেতে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান বিষয়ত শিক্ষা গ্ৰহণ কৰি স্নাতক উপাধি লাভ কৰে।[4]
কৰ্মৰাজি
[সম্পাদনা কৰক]বৰ্ষ | ছবিৰ নাম[4][5] | ভাষা | ইংৰাজী নাম | সন্মান তথা স্বীকৃতি |
---|---|---|---|---|
১৯৮২ | অপৰূপা (হিন্দী: अपेक्षा) |
অসমীয়া, হিন্দী | Expectation |
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৩) |
১৯৮৬ | পাপৰি | অসমীয়া | ||
১৯৮৭ | হালধীয়া চৰায়ে বাওধান খায় | অসমীয়া | The Catastrophe | শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৭) লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চিলভাৰ লিওপাৰ্ড; বৰ্ল্ড ইকোমেনিকাল এৱাৰ্ড; চিটিজেন্চ প্ৰাইজ; শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া) |
১৯৯০ | বনানি | অসমীয়া | The Forest | শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯০) |
১৯৯২ | ফিৰিঙতি | অসমীয়া | The Spark | দ্বিতীয় শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২) শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২, মলয়া গোস্বামী) |
১৯৯৫ | সাগৰলৈ বহু দূৰ | অসমীয়া | It's a Long Way to the Sea | শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)[1] অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫) |
১৯৯৮ | কুশল | অসমীয়া | The Price of Freedom | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮) |
২০০০ | পখী | অসমীয়া | And the River Flows | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৯) |
২০০৩ | কণিকাৰ ৰামধেনু | অসমীয়া | Ride on the Rainbow | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০২) |
২০০৪ | তৰা | অসমীয়া | Tora's Love | শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪) |
২০০৫ | মেইনে গান্ধীকো নেঁহি মাৰা | হিন্দী | I did not kill Gandhi | ফুকোকা ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- কোডাক ভিজন এৱাৰ্ড মুম্বাই ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- ইণ্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫) |
২০১০ | মুম্বাই কাটিং | হিন্দী | ||
২০১২ | বান্ধোন | অসমীয়া | Waves of Silence | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১২) |
২০১৩ | অজেয় | অসমীয়া | Invincible | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০১৩) |
২০১৮ | ভগা খিৰিকী | অসমীয়া | Broken Window |
প্ৰযোজনা স্তৰত থকা ছবিসমূহ
[সম্পাদনা কৰক]- হৰপল
- হ’মিং পিজিয়ন্চ
- বাটাৰফ্লাই ছেচ
- কপাৰ ৰিং
- হিণ্ডোল
উল্লেখযোগ্য বঁটা / পুৰস্কাৰ
[সম্পাদনা কৰক]- পদ্মশ্ৰী (২০০৩)[6][7]
- কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা (সংস্কৃতি বিষয়ত, ২০০৪)[4]
- ভূপেন হাজৰিকা বঁটা (২০১২)[8]
- পদ্মভূষণ (২০১৫)[9]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Bipuljyoti Saikia. "Bipuljyoti Saikia's Home Page : Cinema & Stage - Jahnu Barua". Bipuljyoti.in. Archived from the original on 2012-12-13. https://web.archive.org/web/20121213070425/http://www.bipuljyoti.in/cinema/jahnubarua.html। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ Fare, Eastern (1952-10-17). "North-East India | NE Blog: Jahnu Barua - an Assamese film-maker". Neblog.in. Archived from the original on 2013-01-12. https://web.archive.org/web/20130112144133/http://www.neblog.in/2012/12/jahnu-barua-assamese-film-maker.html। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "Jahnu Barua: The Man Behind the Films". Theinduslink.com. 2011-09-15. Archived from the original on 2012-03-26. https://web.archive.org/web/20120326165824/http://www.theinduslink.com/3426/jahnu-barua-the-man-behind-the-films। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ 4.0 4.1 4.2 4.3 "Jahnu Barua - Well know film director from Assam". Onlinesivasagar.com. http://onlinesivasagar.com/movies/jahnubarua.html। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "Films". Jahnu Barua. Archived from the original on 2017-04-02. https://web.archive.org/web/20170402185727/http://www.jahnubarua.com/films.php। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "Indian Cinema Database: Jahnu Barua". Chaosmag.in. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303165050/http://www.chaosmag.in/barua.html। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "Jahnu Barua". Cinemaofmalayalam.net. Archived from the original on 2013-02-24. https://web.archive.org/web/20130224045555/http://www.cinemaofmalayalam.net/barua.html। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "1st Bhupen Hazarika Award to Jahnu Barua.". Assam Times. 2012-12-02. http://www.assamtimes.org/node/7641। আহৰণ কৰা হৈছে: 2013-03-10.
- ↑ "Full list: Padma Awards 2015". Government of India Ministry of Home Affairs. 25-January-2015 20:25 IST. http://pib.nic.in/newsite/PrintRelease.aspx?relid=114952। আহৰণ কৰা হৈছে: 26 জানুৱাৰী 2015.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আনুষ্ঠানিক ৱেবছাইট Archived 2012-02-18 at the Wayback Machine
- Jahnu Barua সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- পদ্মশ্ৰী জাহ্নু বৰুৱাৰ সৈতে কথা-বাৰ্তা. লেখক: ড॰ স্তুতি ৰঞ্জিত কোঁৱৰ, mumbaipratibimba.com
- জাহ্নু বৰুৱাৰ সৈতে এক সাক্ষাত্কাৰ, rediff.com.
|
|
|