ৱিকিপিডিয়া:অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা
প্ৰথম স্তৰ | দ্বিতীয় স্তৰ | তৃতীয় স্তৰ | চতুৰ্থ স্তৰ | পঞ্চম স্তৰ |
বিশেষ দ্ৰষ্টব্য: এই তালিকাখন মেটা-ৱিকিৰ গোলকীয় তালিকাৰ প্ৰতিলিপি। অনুগ্ৰহ কৰি এই তালিকাখন পোনপটিয়াকৈ সলনি নকৰে যেন। আপুনি যদি কোনো বিষয় ইয়াত সংযোগ কৰিব বিচাৰে, প্ৰথমে মেটা-ৱিকিৰ আলোচনা পৃষ্ঠাত আলোচনা কৰক। কোনো বিষয় সংযোগ বা বিলোপ কৰিবৰ বাবে উপযুক্ত যুক্তি দৰ্শোৱা প্ৰয়োজন।
এই তালিকাখনত অন্তৰ্ভুক্ত কৰা প্ৰবন্ধসমূহ প্ৰতিখন ৱিকিপিডিয়াতে থকাতো অত্যাৱশ্যকীয় হিচাপে বিবেচনা কৰা হয়। এই প্ৰবন্ধসমূহ উচ্চ মানদণ্ডৰ তথা নিৰ্বাচিত প্ৰবন্ধ হোৱাটো বাঞ্ছনীয়। অসমীয়া ৱিকিপিডিয়াতো এই প্ৰবন্ধসমূহ থকাটো প্ৰয়োজনীয়। আপুনিও এই প্ৰবন্ধসমূহ সৃষ্টি বা বিস্তাৰ কৰাত সহায় কৰিব পাৰে। অধিক সহায়ৰ বাবে ইয়াত ক্লিক কৰক।
এই পৃষ্ঠাত ৱিকিপিডিয়াৰ ১,০০০ অত্যাৱশ্যকীয় প্ৰবন্ধক তালিকাভুক্ত কৰা হৈছে। এই তালিকা হৈছে ৱিকিপিডিয়াৰ অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ তৃতীয় স্তৰ। ১০,০০০ প্ৰবন্ধ সমৃদ্ধ বিস্তাৰিত তালিকা চতুৰ্থ স্তৰৰ এখনো ইয়াত উপলব্ধ আছে। আন দুখন চমু তালিকা ক্ৰমে দ্বিতীয় স্তৰৰ ১০০টা প্ৰবন্ধ আৰু প্ৰথম স্তৰৰ শীৰ্ষ ১০টা প্ৰবন্ধও আছে। এই তালিকাখনৰ নবীনতম সংস্কৰণটোৰ বাবে এই লিঙ্কটো চাব পাৰে। পঞ্চম স্তৰৰ আন এখন তালিকা আছে, যিখনত ভাৰতীয় ভাষাৰ ৱিকিপিডিয়াবোৰত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা দিয়া হৈছে।
৬৮.৫% প্ৰবন্ধ সৃষ্টি কৰা হ'ল
বিষয় | প্ৰবন্ধৰ সংখ্যা | প্ৰবন্ধ আছে | প্ৰবন্ধ নাই |
---|---|---|---|
জীৱনী | ২০৪ | ৯৭ | ১০৭ |
দৰ্শন আৰু মনোবিজ্ঞান | ১৮ | ১০ | ৮ |
বিশ্ববীক্ষা আৰু ধৰ্ম | ২৫ | ১৫ | ১০ |
সমাজ বিজ্ঞান | ৭০ | ৪৩ | ২৭ |
ভাষা আৰু সাহিত্য | ৪৬ | ২১ | ২৫ |
প্ৰমিতি | ১২ | ১২ | ০ |
বিজ্ঞান | ২৫৭ | ২৩৮ | ১৯ |
খাদ্য আৰু কৃষি | ৩৪ | ২৬ | ৮ |
প্ৰযুক্তি | ৬৭ | ২৮ | ৩৯ |
কলা আৰু বিনোদন | ৭৫ | ২৯ | ৪৬ |
ইতিহাস | ৪৬ | ২০ | ২৬ |
ভূগোল | ১৪৬ | ১১২ | ৩৪ |
মুঠ | ১০০০ | ৬৫১ | ৩৪৯ |
* এই তালিকাখন অন্তিমবাৰৰ বাবে ২৯ জুলাই ২০২১-ত সংশোধন কৰা হৈছিল।
জীৱনী
[সম্পাদনা কৰক]শিল্পী আৰু স্থপতিবিদ
[সম্পাদনা কৰক]- লী ক'ৰবাজিয়ে (en:Le Corbusier)
- চালভাড' ডালি (en:Salvador Dalí)
- এলব্ৰেখট ড্যুৰাৰ (en:Albrecht Dürer)
- ভিনচেণ্ট ভেন গঘ (en:Vincent van Gogh)
- ফ্ৰান্সিছক' গয়া (en:Francisco Goya)
- কাটুশ্বিকা হ'কচাই (en:Hokusai)
- ফ্ৰিদা কাল' (en:Frida Kahlo)
- লিঅ'নাৰ্ড' দা ভিন্সি (en:Leonardo da Vinci)
- হেনৰি মেটিশ্ব (en:Henri Matisse)
- মাইকেলেঞ্জেল' (en:Michelangelo)
- পাব্ল' পিকাছ' (en:Pablo Picasso)
- ৰাফায়েল (en:Raphael)
- ৰে'ম্ব্ৰেণ্ট (en:Rembrandt)
- পিটাৰ পৌল ৰুবেনচ্ (en:Peter Paul Rubens)
- মিমাৰ চিনান (en:Mimar Sinan)
- ডিয়েগো ৱেলাজকেজ (en:Diego Velázquez)
- এণ্ডি ৱাৰহ'ল (en:Andy Warhol)
- ফ্ৰেঙ্ক লইড ৰাইট (en:Frank Lloyd Wright)
লেখক, নাট্যকাৰ আৰু কবি
[সম্পাদনা কৰক]- চাৰ্লছ ডিকেন্স (en:Charles Dickens)
- ফিওদোৰ দস্তয়েভস্কি (en:Fyodor Dostoevsky)
- নাগিব মাহফুজ (en:Naguib Mahfouz)
- গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছ (en:Gabriel García Márquez)
- হোমাৰ (en:Homer)
- ফ্ৰান্জ কাফ্কা (en:Franz Kafka)
- কালিদাস (en:Kālidāsa)
- মাৰ্চেল প্ৰুষ্ট (en:Marcel Proust)
- উইলিয়াম শ্বেইকছপীয়েৰ (en:William Shakespeare)
- ৰবীন্দ্ৰনাথ ঠাকুৰ (en:Rabindranath Tagore)
- লীঅ' টলষ্টয় (en:Leo Tolstoy)
- মাৰ্ক টোৱেইন (en:Mark Twain)
- দান্তে আলিগিয়েৰি (en:Dante Alighieri)
- আবু নুৱাচ (en:Abu Nuwas)
- হান্স খ্ৰীষ্টিয়ান এণ্ডাৰচন (en:Hans Christian Andersen)
- মাৎসু বাসো (en:Matsuo Bashō)
- হাফিজ শ্বিৰাজী (en:Hafez)
- হোৰ্হে লুইচ বৰ্হেচ (en:Jorge Luis Borges)
- লৰ্ড বায়ৰন (en:Lord Byron)
- মিগেল দে চেৰ্ভানটেচ (en:Miguel de Cervantes)
- জেফ্ৰী চচাৰ (en:Geoffrey Chaucer)
- এণ্টন চেকভ (en:Anton Chekhov)
- য়োহান ভোল্ফগেং ফন গ্যোটে (en:Johann Wolfgang von Goethe)
- ভিক্টৰ হিউগ' (en:Victor Hugo)
- জেমছ জয়ছ (en:James Joyce)
- লি বাই (en:Li Bai)
- মলিয়েৰ (en:Molière)
- অ'ভিদ (en:Ovid)
- আলেকজেণ্ডাৰ পুস্কিন (en:Alexander Pushkin)
- সোফোক্লেচ (en:Sophocles)
- ভেৰ্গিল (en:Virgil)
সুৰকাৰ আৰু সঙ্গীতশিল্পী
[সম্পাদনা কৰক]- দ্য বিটল্চ (en:The Beatles)
- লুটৱিস ফান বিটহ'ফন (en:Ludwig van Beethoven)
- লুইচ আৰ্মষ্ট্ৰং (en:Louis Armstrong)
- য়োহান চাবাষ্টিয়ান বাখ (en:Johann Sebastian Bach)
- য়োহানেচ ব্ৰাম্স (en:Johannes Brahms)
- ফ্ৰেডেৰিক চোপাঁ (en:Frédéric Chopin)
- এণ্টনিন দ্ভাৰাক (en:Antonín Dvořák)
- জৰ্জ ফেড্ৰিক হাণ্ডেল (en:Georg Frideric Handel)
- জোছেফ হেইডেন (en:Joseph Haydn)
- গুস্তৱ মাহলাৰ (en:Gustav Mahler)
- মোৎজাৰ্ট (en:Wolfgang Amadeus Mozart)
- জিয়'ভানি পিয়েৰলুইগি দা পেলেষ্ট্ৰিনা (en:Giovanni Pierluigi da Palestrina)
- এদিত পিয়াফ (en:Édith Piaf)
- এলভিচ প্ৰেচলি (en:Elvis Presley)
- জ্যাক'ম' পুচ্চিনি (en:Giacomo Puccini)
- ফ্ৰান্জ সুবৰ্ট (en:Franz Schubert)
- আইগৰ ষ্ট্ৰাভিন্সকি (en:Igor Stravinsky)
- পিওটাৰ ইলিচ চালইকভস্কি (en:Pyotr Ilyich Tchaikovsky)
- জিছেপ্পে ভেৰ্দি (en:Giuseppe Verdi)
- এণ্টোনিয়' ভিভাল্ডি (en:Antonio Vivaldi)
- ৰিচাৰ্ড ৱেগনাৰ (en:Richard Wagner)
অভিযাত্ৰী আৰু ভ্ৰমণকাৰী
[সম্পাদনা কৰক]- নীল আৰ্মষ্ট্ৰং (en:Neil Armstrong)
- ক্ৰিষ্টোফাৰ কলম্বাছ (en:Christopher Columbus)
- জেমছ কুক (en:James Cook)
- য়ুৰি গেগেৰিন (en:Yuri Gagarin)
- ভাস্কো দা গামা (en:Vasco da Gama)
- ইবন বটুতা (en:Ibn Battuta)
- ফাৰ্ডিনেণ্ড মেগালান (en:Ferdinand Magellan)
- মাৰ্ক’ প’ল’ (en:Marco Polo)
- ৰুৱাল আমুন্সেন (en:Roald Amundsen)
- জ্যেক কাৰ্টিয়ে (en:Jacques Cartier)
- এৰ্ণান কৰ্টেছ (en:Hernán Cortés)
- চেং হো (en:Zheng He)
চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু অভিনয় শিল্পী
[সম্পাদনা কৰক]- ইংমাৰ বাৰ্গমেন (en:Ingmar Bergman)
- ছাৰা বাৰ্নহাৰ্ট (en:Sarah Bernhardt)
- চাৰ্লি চেপলিন (en:Charlie Chaplin)
- মাৰ্লিন ডিট্ৰিস (en:Marlene Dietrich)
- ৱাল্ট ডিজনী (en:Walt Disney)
- ছেৰ্গেই আইজেনষ্টাইন (en:Sergei Eisenstein)
- আলফ্ৰেড হিচকক (en:Alfred Hitchcock)
- ষ্টেনলি কুবৰিক (en:Stanley Kubrick)
- আকিৰা কুৰোছাৱা (en:Akira Kurosawa)
- মেৰিলিন মন্ৰ' (en:Marilyn Monroe)
- সত্যজিৎ ৰায় (en:Satyajit Ray)
- ষ্টিভেন স্পিলবাৰ্গ (en:Steven Spielberg)
- ফেডেৰিক' ফেল্লিনি (en:Federico Fellini)
উদ্ভাৱক, বিজ্ঞানী আৰু গণিতজ্ঞ
[সম্পাদনা কৰক]- আৰ্কিমিডিছ (en:Archimedes)
- টিম বাৰ্নাৰ্ছ লী (en:Tim Berners-Lee)
- ব্ৰহ্মগুপ্ত (en:Brahmagupta)
- নিক'লাচ ক'পাৰ্নিকাচ (en:Nicolaus Copernicus)
- মেৰী কুৰী (en:Marie Curie)
- চাৰ্লছ ডাৰউইন (en:Charles Darwin)
- টমাছ আলভা এডিচন (en:Thomas Edison)
- এলবাৰ্ট আইনষ্টাইন (en:Albert Einstein)
- ইউক্লিড (en:Euclid)
- লিঅ'নাৰ্ড অইলাৰ (en:Leonhard Euler)
- মাইকেল ফেৰাডে (en:Michael Faraday)
- হেনৰী ফৰ্ড (en:Henry Ford)
- গেলিলিঅ’ গেলিলি (en:Galileo Galilei)
- কাৰ্ল ফ্ৰিডৰিখ গাউছ (en:Carl Friedrich Gauss)
- য়'হানেছ গুটন্বাৰ্গ (en:Johannes Gutenberg)
- জহান্স কেপলাৰ (en:Johannes Kepler)
- কাৰ্ল লিনিয়াছ (en:Carl Linnaeus)
- আইজাক নিউটন (en:Isaac Newton)
- লুই পেষ্ট'ৰ (en:Louis Pasteur)
- মেক্স প্লেংক (en:Max Planck)
- আৰ্নেষ্ট ৰাডাৰফ'ৰ্ড (en:Ernest Rutherford)
- নিক'লা টেছলা (en:Nikola Tesla)
- এলান ট্যুৰিং (en:Alan Turing)
- ইবন চিনা (en:Avicenna)
- এনৰিক' ফাৰ্মী (en:Enrico Fermi)
- গালেন (en:Galen)
- ডাভিড হিলবাৰ্ট (en:David Hilbert)
- জেমছ প্ৰেস্কট জুল (en:James Prescott Joule)
- আল খোৱাৰিজমি (en:Muhammad ibn Musa al-Khwarizmi)
- গটফ্ৰিড লাইবনিৎস (en:Gottfried Wilhelm Leibniz)
- জেমছ ক্লাৰ্ক মেক্সৱেল (en:James Clerk Maxwell)
- ডিমিট্ৰী মেণ্ডেলিভ (en:Dmitri Mendeleev)
- আৰৱিন শ্ৰুডিঙগাৰ (en:Erwin Schrödinger)
- জেমছ ৱাট (en:James Watt)
দাৰ্শনিক আৰু সমাজ বিজ্ঞানী
[সম্পাদনা কৰক]- এৰিষ্ট'টল (en:Aristotle)
- চাণক্য (en:Chanakya)
- কনফুচিয়াছ (en:Confucius)
- চিগ্মণ্ড ফ্ৰয়েড (en:Sigmund Freud)
- কাৰ্ল মাৰ্ক্স (en:Karl Marx)
- এডাম স্মিথ (en:Adam Smith)
- ছক্ৰেটিছ (en:Socrates)
- জঁ-জাক ৰুছ’ (en:Jean-Jacques Rousseau)
- ৰেনে ডেকাৰ্ট (en:René Descartes)
- চিমন দে ব্যাভুৱাৰ (en:Simone de Beauvoir)
- ন'ম চম্স্কি (en:Noam Chomsky)
- জৰ্জ ৱিলহেম ফেড্ৰিক হেগেল (en:Georg Wilhelm Friedrich Hegel)
- ইবন খালদুন (en:Ibn Khaldun)
- ইমানুৱেল কাণ্ট (en:Immanuel Kant)
- জন মেনাৰ্ড কেইনছ (en:John Maynard Keynes)
- লাউযি (en:Laozi)
- জন লক (en:John Locke)
- নিক্কোলো মাকিয়াভেল্লি (en:Niccolò Machiavelli)
- ফ্ৰেডৰিখ নিৎসে (en:Friedrich Nietzsche)
- প্লেটো (en:Plato)
- জঁ-পল সাত্ৰে (en:Jean-Paul Sartre)
- সিমা কিয়ান (en:Sima Qian)
- ভলতেয়ৰ (en:Voltaire)
- মেক্স ৱেবাৰ (en:Max Weber)
- লুডৱিগ ৱিটগেনষ্টাইন (en:Ludwig Wittgenstein)
- চ্যু জি (en:Zhu Xi)
ৰাজনীতিবিদ
[সম্পাদনা কৰক]- সম্ৰাট অশোক (en:Ashoka)
- নেপোলিয়ন বোনাপাৰ্ট (en:Napoleon)
- জুলিয়াছ চিজাৰ (en:Julius Caesar)
- মোহনদাস কৰমচান্দ গান্ধী (en:Mohandas Karamchand Gandhi)
- চেংগিজ খান (en:Genghis Khan)
- চে গোৱেৰা (en:Che Guevara)
- এডল্ফ হিটলাৰ (en:Adolf Hitler)
- জোন অফ আৰ্ক (en:Joan of Arc)
- মাৰ্টিন লুথাৰ কিং, অনুজ (en:Martin Luther King, Jr.)
- ভ্লেডিমিৰ লেনিন (en:Vladimir Lenin)
- নেলছন মেণ্ডেলা (en:Nelson Mandela)
- মাও জেদং (en:Mao Zedong)
- জৱাহৰলাল নেহৰু (en:Jawaharlal Nehru)
- ক্যিন ছি হোৱং (en:Qin Shi Huang)
- আকবৰ (en:Akbar)
- আলেকজেণ্ডাৰ (en:Alexander the Great)
- মোস্তাফা কামাল আতাতুৰ্ক (en:Mustafa Kemal Atatürk)
- আগষ্টাচ (en:Augustus)
- অটো ৱন বিজমাৰ্ক (en:Otto von Bismarck)
- সিমন বলিভাৰ (en:Simón Bolívar)
- শাৰ্লেমেন (en:Charlemagne)
- ৱিনষ্টন চাৰ্চিল (en:Winston Churchill)
- মহান কনষ্টেনটাইন (en:Constantine the Great)
- মহান চাইৰাচ (en:Cyrus the Great)
- চাৰ্লচ দ্য গ'ল (en:Charles de Gaulle)
- এলিজাবেথ প্ৰথম (en:Elizabeth I of England)
- আব্ৰাহাম লিংকন (en:Abraham Lincoln)
- লুই চতুৰ্থ (en:Louis XIV of France)
- ৰোজা লাক্সেমবাৰ্গ (en:Rosa Luxemburg)
- কোৱামে নক্ৰুমা (en:Kwame Nkrumah)
- মহান পিটাৰ (en:Peter the Great)
- ফ্ৰেঙ্কলিন ৰোজাভেল্ট (en:Franklin D. Roosevelt)
- সালাহউদ্দিন (en:Saladin)
- যোছেফ ষ্টালিন (en:Joseph Stalin)
- ছুলেইমান প্ৰথম (en:Suleiman the Magnificent)
- চান য়াট-চেন (en:Sun Yat-sen)
- তৈমুৰ লং (en:Timur)
- ওমৰ (en:Umar)
- জৰ্জ ৱাশ্বিংটন (en:George Washington)
ধৰ্মীয় গুৰু আৰু ধৰ্মতত্ত্ববিদ
[সম্পাদনা কৰক]- ইব্ৰাহিম (en:Abraham)
- গৌতম বুদ্ধ (en:Buddha)
- মুহাম্মাদ (en:Muhammad)
- যীশু (en:Jesus)
- টমাচ আকুইনাচ (en:Thomas Aquinas)
- হিপ্পোৰ আগষ্টিন (en:Augustine of Hippo)
- আল-গজ্জালি (en:Al-Ghazali)
- মাৰ্টিন লুথাৰ (en:Martin Luther)
- মোজেচ (en:Moses)
- নাগাৰ্জুন (en:Nagarjuna)
দৰ্শন আৰু মনোবিজ্ঞান
[সম্পাদনা কৰক]দৰ্শন
[সম্পাদনা কৰক]মনোবিজ্ঞান
[সম্পাদনা কৰক]বিশ্ববীক্ষা আৰু ধৰ্ম
[সম্পাদনা কৰক]- ভগৱান (en:God)
- শ্ৰুতিকথা (en:Mythology)
- বিশ্ববীক্ষা দৰ্শন
- আত্মা (en:Soul)
- ধৰ্ম (en:Religion)
- উল্লৰখযোগ্য ধৰ্ম
- আধ্যাত্মিক অভ্যসন
সমাজ বিজ্ঞান
[সম্পাদনা কৰক]পৰিয়াল আৰু সম্বন্ধ
[সম্পাদনা কৰক]ৰাজনীতি
[সম্পাদনা কৰক]- ৰাজনীতি (en:Politics)
- নৈৰাজ্যবাদ (en:Anarchism)
- ঔপনিৱেশিকতাবাদ (en:Colonialism)
- সাম্যবাদ (en:Communism)
- ৰক্ষণশীলতাবাদ (en:Conservatism)
- গণতন্ত্ৰ (en:Democracy)
- একনায়কত্ববাদ (en:Dictatorship)
- কূটনীতি (en:Diplomacy)
- ফেছিবাদ (en:Fascism)
- গোলকীকৰণ (en:Globalization)
- চৰকাৰ (en:Government)
- মতাদৰ্শ (en:Ideology)
- সাম্ৰাজ্যবাদ (en:Imperialism)
- উদাৰনৈতিকতাবাদ (en:Liberalism)
- মাৰ্ক্সবাদ (en:Marxism)
- ৰাজতন্ত্ৰ (en:Monarchy)
- জাতীয়তাবাদ (en:Nationalism)
- গণৰাজ্য (en:Republic)
- সমাজবাদ (en:Socialism)
- ৰাষ্ট্ৰ (en:State (polity))
- ৰাজনৈতিক দল (en:Political party)
- প্ৰপাগাণ্ডা (en:Propaganda)
- সন্ত্ৰাসবাদ (en:Terrorism)
বাণিজ্য আৰু অৰ্থনীতি
[সম্পাদনা কৰক]- অৰ্থনীতি (en:Economics)
- মূলধন (অৰ্থনীতি) (en:Capital (economics))
- পুঁজিবাদ (en:Capitalism)
- প্ৰচলিত মুদ্ৰা (চলাৰ্থ) (en:Currency)
- উদ্যোগ (en:Industry)
- মুদ্ৰা (en:Money)
- কৰ (en:Tax)
আইন
[সম্পাদনা কৰক]আন্তঃৰাষ্ট্ৰীয় সংস্থা
[সম্পাদনা কৰক]- আফ্ৰিকান ইউনিয়ন (en:African Union)
- আৰব লীগ (en:Arab League)
- দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (en:ASEAN)
- জাতিসমূহৰ সংঘ (en:Commonwealth of Nations)
- ইউৰোপিয়ান ইউনিয়ন (en:European Union)
- ৰেডক্ৰছ (en:International Red Cross and Red Crescent Movement)
- নাটো (en:NATO)
- ন'বেল বঁটা (en:Nobel Prize)
- অ'পেক (en:OPEC)
- ৰাষ্ট্ৰসংঘ (en:United Nations)
- আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় (en:International Court of Justice)
- আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (en:International Monetary Fund)
- ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (en:UNESCO)
- মানৱ অধিকাৰৰ সাৰ্বভৌম ঘোষণাপত্ৰ (en:Universal Declaration of Human Rights)
- বিশ্ব স্বাস্থ্য সংস্থা (en:World Health Organization)
- বিশ্ব বেংক (en:World Bank)
- বিশ্ব বাণিজ্য সংস্থা (en:World Trade Organization)
যুদ্ধ আৰু সৈন্যবাহিনী
[সম্পাদনা কৰক]সামাজিক সমস্যা
[সম্পাদনা কৰক]ভাষা আৰু সাহিত্য
[সম্পাদনা কৰক]- ভাষা (en:Language)
- গুৰুত্বপূৰ্ণ ভাষাসমূহ
- আৰবী ভাষা (en:Arabic language)
- বঙালী ভাষা (en:Bengali language)
- চীনা ভাষা (en:Chinese language)
- ইংৰাজী ভাষা (en:English language)
- ফৰাচী ভাষা (en:French language)
- জাৰ্মান ভাষা (en:German language)
- গ্ৰীক ভাষা (en:Greek language)
- হিব্ৰু ভাষা (en:Hebrew language)
- হিন্দী-উৰ্দু ভাষা (en:Hindi-Urdu language)
- জাপানী ভাষা (en:Japanese language)
- লেটিন ভাষা (en:Latin language)
- ফাৰ্চী ভাষা (en:Persian language)
- পৰ্তুগীজ ভাষা (en:Portuguese language)
- ৰুছ ভাষা (en:Russian language)
- সংস্কৃত (en:Sanskrit)
- স্পেনীছ ভাষা (en:Spanish language)
- স্বাহিলী ভাষা (en:Swahili language)
- তুৰ্কী ভাষা (en:Turkish language)
- ভাষাবিজ্ঞান (en:Linguistics)
- ব্যাকৰণ (en:Grammar)
- শব্দ (ব্যাকৰণ) (en:Word)
- লিখন পদ্ধতি (en:Writing system)
- সাক্ষৰতা (en:Literacy)
- অনুবাদ (en:Translation)
- সাহিত্য (en:Literature)
প্ৰমিতি
[সম্পাদনা কৰক]ভৰ, আয়তন আৰু দূৰত্ব
[সম্পাদনা কৰক]সময়
[সম্পাদনা কৰক]- দিনপঞ্জী (en:Calendar)
- ঘড়ী (en:Clock)
- ছেকেণ্ড (en:Second)
- দিন (en:Day)
- বছৰ (en:Year)
- সময় অঞ্চল (en:Time zone)
বিজ্ঞান
[সম্পাদনা কৰক]জ্যোতিৰ্বিজ্ঞান
[সম্পাদনা কৰক]জীৱবিজ্ঞান
[সম্পাদনা কৰক]জৈবিক প্ৰক্ৰিয়া
[সম্পাদনা কৰক]জীৱ
[সম্পাদনা কৰক]- জীৱ (en:Organism)
- প্ৰাণী (en:Animal)
- আৰ্কিয়া (en:Archaea)
- বেক্টেৰিয়া (en:Bacteria)
- ভেঁকুৰ (en:Fungus)
- উদ্ভিদ (en:Plant)
- প্ৰটিষ্টা (en:Protist)
শৰীৰস্থান
[সম্পাদনা কৰক]- শৰীৰস্থান (en:Anatomy)
- স্তন (en:Breast)
- কোষ (জীৱবিজ্ঞান) (en:Cell (biology))
- সংবহন তন্ত্ৰ (en:Circulatory system)
- অন্তঃস্ৰাৱী তন্ত্ৰ (en:Endocrine system)
- পাচন নলী (en:Human gastrointestinal tract)
- পেশী (en:Muscle)
- স্নায়ু তন্ত্ৰ (en:Nervous system)
- প্ৰজনন তন্ত্ৰ (en:Reproductive system)
- শ্বাস তন্ত্ৰ (en:Respiratory system)
- কংকাল (en:Skeleton)
- চৰ্ম (en:Skin)
স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান
[সম্পাদনা কৰক]- চিকিৎসা বিজ্ঞান (en:Medicine)
- আসক্তি (en:Addiction)
- আলজেমাৰ ৰোগ (en:Alzheimer's disease)
- কৰ্কট ৰোগ (en:Cancer)
- COPD (en:COPD)
- পানীলগা জ্বৰ (en:Common cold)
- দন্ত চিকিৎসা (en:Dentistry)
- প্ৰতিবন্ধকতা (en:Disability)
- মানসিক বিসংগতি (en:Mental disorder)
- ৰোগ (en:Disease)
- মৃগীৰোগ (en:Epilepsy)
- ঔষধ (en:Pharmaceutical drug)
- স্বাস্থ্য (en:Health)
- Gastroenteritis (en:Gastroenteritis)
- মূৰৰ বিষ (en:Headache)
- মাইঅ'কাৰ্দিয়েল ইনফাৰ্কচন (en:Heart attack)
- প্ৰতিৰোধ তন্ত্ৰ (en:Immune system)
- মেলেৰিয়া (en:Malaria)
- অপুষ্টি (en:Malnutrition)
- ঋতুস্ৰাৱ (en:Menstruation)
- মেদবহুলতা (en:Obesity)
- বৈশ্বিক মহামাৰী (en:Pandemic)
- নিউম'নিয়া (en:Pneumonia)
- প'লিঅ'মায়েলাইটিছ (en:Poliomyelitis)
- যৌন সংক্ৰামক ৰোগ (en:Sexually transmitted disease)
- ষ্ট্ৰ'ক (en:Stroke)
- যক্ষ্মা (en:Tuberculosis)
- বহুমূত্ৰ ৰোগ (en:Diabetes mellitus)
- ছিটা (en:Vaccine)
- ভাইৰাছ (en:Virus)
ৰসায়ন বিজ্ঞান
[সম্পাদনা কৰক]- ৰসায়ন বিজ্ঞান (en:Chemistry)
- অজৈৱ ৰসায়ন (en:Inorganic chemistry)
- জৈৱ ৰসায়ন (en:Biochemistry)
- ৰাসায়নিক যৌগ (en:Chemical compound)
- ৰাসায়নিক মৌল (en:Chemical element)
- জৈৱিক ৰসায়ন (en:Organic chemistry)
- অণু (en:Molecule)
- বৈশ্লেষিক ৰসায়ন (en:Analytical chemistry)
- ভৌত ৰসায়ন (en:Physical chemistry)
পৃথিৱী বিজ্ঞান
[সম্পাদনা কৰক]পদাৰ্থ বিজ্ঞান
[সম্পাদনা কৰক]- পদাৰ্থ বিজ্ঞান (en:Physics)
- ত্বৰণ (en:Acceleration)
- পৰমাণু (en:Atom)
- শক্তি (en:Energy)
- বিদ্যুৎ চুম্বকীয় বিকিৰণ (en:Electromagnetic radiation)
- ধ্ৰুপদী বলবিজ্ঞান (en:Classical mechanics)
- বল (en:Force)
- চুম্বক (en:Magnet)
- ভৰ (en:Mass)
- ধাতু (en:Metal)
- নিউক্লীয় বিভাজন (en:Nuclear fission)
- পদাৰ্থৰ অৱস্থা (en:State of matter)
- কোৱাণ্টাম বলবিজ্ঞান (en:Quantum mechanics)
- তেজস্ক্ৰিয়তা (en:Radioactive decay)
- সাধাৰণ আপেক্ষিকতাবাদ (en:General relativity)
- বিশেষ আপেক্ষিকতাবাদ তত্ত্ব (en:Special relativity)
- অৰ্ধপৰিবাহী (en:Semiconductor)
- শব্দ (en:Sound)
- বেগ (en:Velocity)
- উষ্ণতা (en:Temperature)
- সময় (en:Time)
- তাপগতি বিজ্ঞান (en:Thermodynamics)
- ভেকুৱাম (en:Vacuum)
গণিত
[সম্পাদনা কৰক]- গণিত (en:Mathematics)
- পাটীগণিত (en:Arithmetic)
- বীজগণিত (en:Algebra)
- জ্যামিতি (en:Geometry)
- গাণিতিক বিশ্লেষণ (en:Mathematical analysis)
- সম্ভাৱিতা আৰু পৰিসংখ্যা
- যুক্তিতত্ত্ব আৰু আধাৰ
খাদ্য আৰু কৃষি
[সম্পাদনা কৰক]কৃষি
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]পানীয়
[সম্পাদনা কৰক]প্ৰযুক্তি
[সম্পাদনা কৰক]- প্ৰযুক্তি (en:Technology)
- জৈৱপ্ৰযুক্তি (en:Biotechnology)
- কাপোৰ (en:Clothing)
- অভিযান্ত্ৰিকী (en:Engineering)
- ধাতুবিজ্ঞান (en:Metallurgy)
- নেন'প্ৰযুক্তি (en:Nanotechnology)
যোগাযোগ
[সম্পাদনা কৰক]- যোগাযোগ (en:Communication)
- কিতাপ (en:Book)
- তথ্য (en:Information)
- সাংবাদিকতা (en:Journalism)
- মুদ্ৰণ (en:Printing)
- টেলিফোন (en:Telephone)
অণুবিদ্যুৎ বা ইলেক্ট্ৰনিক্স
[সম্পাদনা কৰক]- অণুবিদ্যুৎ (en:Electronics)
- উপাদান
কম্পিউটাৰ আৰু ইণ্টাৰনেট
[সম্পাদনা কৰক]- কম্পিউটাৰ (en:Computer)
- কৃত্ৰিম বুদ্ধিমত্তা (en:Artificial intelligence)
- তথ্য প্ৰযুক্তি (en:Information technology)
- ইণ্টাৰনেট (en:Internet)
- অপাৰেটিং চিষ্টেম (en:Operating system)
- প্ৰগ্ৰামিং ভাষা (en:Programming language)
- ছফ্টৱেৰ (en:Software)
শক্তি আৰু ইন্ধন
[সম্পাদনা কৰক]- নবীকৰণীয় শক্তি (en:Renewable energy)
- বিদ্যুৎ (en:Electricity)
- জীৱাশ্ম ইন্ধন (en:Fossil fuel)
- অন্তৰ্দাহী ইঞ্জিন (en:Internal combustion engine)
- বাষ্প যন্ত্ৰ (en:Steam engine)
- জুই (en:Fire)
সামগ্ৰী
[সম্পাদনা কৰক]যাতায়াত
[সম্পাদনা কৰক]- যাতায়াত (en:Transport)
- বিমান (en:Aircraft)
- গাড়ী (en:Automobile)
- চাইকেল (en:Bicycle)
- ডুব-জাহাজ (en:Submarine)
- জাহাজ (en:Ship)
- ৰেলগাড়ী (en:Train)
অস্ত্ৰশস্ত্ৰ
[সম্পাদনা কৰক]কলা আৰু বিনোদন
[সম্পাদনা কৰক]- সংস্কৃতি (en:Culture)
- কলা (en:Art)
- নৃত্য (en:Dance)
- ফেশ্বন (en:Fashion)
- থিয়েটাৰ (en:Theatre)
- কেলিগ্ৰাফী (en:Calligraphy)
স্থাপত্যবিদ্যা আৰু অসামৰিক অভিযান্ত্ৰিকী
[সম্পাদনা কৰক]- স্থাপত্যবিদ্যা (en:Architecture)
- খিলান (en:Arch)
- দলং (en:Bridge)
- খাল (en:Canal)
- বান্ধ (en:Dam)
- গম্বুজ (en:Dome)
- ঘৰ (en:House)
- উল্লেখযোগ্য স্থাপত্য
- এংকৰ ৱাট (en:Angkor Wat)
- ক'ল'ছিয়াম (en:Colosseum)
- চীনৰ মহাপ্ৰাচীৰ (en:Great Wall of China)
- আইফেল টাৱাৰ (en:Eiffel Tower)
- এম্পায়াৰ ষ্টেট বিল্ডিং (en:Empire State Building)
- হাজিয়া চ'ফিয়া (en:Hagia Sophia)
- পাৰ্থেনন মন্দিৰ (en:Parthenon)
- গিজাৰ পিৰামিড পৰিসৰ (en:Giza pyramid complex)
- ছেইণ্ট পিটাৰ্ছ বেছিলিকা (en:St. Peter's Basilica)
- ষ্টেচু অফ লিবাৰ্টি (en:Statue of Liberty)
- তাজমহল (en:Taj Mahal)
- তিনি গিৰিসংকটৰ বান্ধ (en:Three Gorges Dam)
- পিৰামিড (en:Pyramid)
- মিনাৰ (en:Tower)
চলচ্চিত্ৰ, ৰেডিঅ' আৰু দূৰদৰ্শন
[সম্পাদনা কৰক]সংগীত
[সম্পাদনা কৰক]বিনোদন
[সম্পাদনা কৰক]ইতিহাস
[সম্পাদনা কৰক]প্ৰাক-ইতিহাস আৰু প্ৰাচীন বিশ্ব
[সম্পাদনা কৰক]- প্ৰাক-ইতিহাস (en:Prehistory)
- প্ৰস্তৰ যুগ (en:Stone Age)
- ব্ৰঞ্জ যুগ (en:Bronze Age)
- লৌহ যুগ (en:Iron Age)
- মেচ'পটেমিয়া (en:Mesopotamia)
- সুমেৰ (en:Sumer)
- প্ৰাচীন ইজিপ্ট (en:Ancient Egypt)
- প্ৰাচীন গ্ৰীচ (en:Ancient Greece)
- ৰোমান সাম্ৰাজ্য (en:Roman Empire)
- হান ৰাজবংশ (en:Han Dynasty)
- গুপ্ত সাম্ৰাজ্য (en:Gupta Empire)
মধ্যযুগ আৰু প্ৰাৰম্ভিক আধুনিক যুগ
[সম্পাদনা কৰক]- আব্বাচীয় খিলাফত (en:Abbasid Caliphate)
- ইউৰোপীয় জ্ঞানোদয় (en:Age of Enlightenment)
- এজটেক (en:Aztecs)
- বাইজেণ্টাইন সাম্ৰাজ্য (en:Byzantine Empire)
- ক্ৰুচেদ (en:Crusades)
- পবিত্ৰ ৰোমান সাম্ৰাজ্য (en:Holy Roman Empire)
- ইনকা সাম্ৰাজ্য (en:Inca Empire)
- মালি সাম্ৰাজ্য (en:Mali Empire)
- মায়ান সভ্যতা (en:Mayan Civilization)
- মধ্যযুগ (en:Middle Ages)
- মংগোল সাম্ৰাজ্য (en:Mongol Empire)
- মিং ৰাজবংশ (en:Ming Dynasty)
- ওস্মানীয় সাম্ৰাজ্য (en:Ottoman Empire)
- খ্ৰীষ্টান ধৰ্মসংস্কাৰ আন্দোলন (en:Protestant Reformation)
- নৱ-জাগৰণ (en:Renaissance)
- টাং সাম্ৰাজ্য (en:Tang Dynasty)
- ভাইকিং (en:Vikings)
আধুনিক যুগ
[সম্পাদনা কৰক]- আৰব-ইজৰাইল বিবাদ (en:Arab-Israeli conflict)
- আমেৰিকান গৃহ যুদ্ধ (en:American Civil War)
- বৰ্ণবৈষম্য নীতি (en:Apartheid)
- ব্ৰিটিছ সাম্ৰাজ্য (en:British Empire)
- শীতল যুদ্ধ (en:Cold War)
- সাংস্কৃতিক বিপ্লৱ (en:Cultural Revolution)
- ফৰাচী বিপ্লৱ (en:French Revolution)
- মহামন্দা (en:Great Depression)
- ইহুদী গণহত্যা (en:The Holocaust)
- শিল্প বিপ্লৱ (en:Industrial Revolution)
- নাজী জাৰ্মানী (en:Nazi Germany)
- মেইজি পুনৰ্গঠন (en:Meiji Restoration)
- ৰুছ বিপ্লৱ (en:Russian Revolution)
- চিং ৰাজবংশ (en:Qing Dynasty)
- ভিয়েটনাম যুদ্ধ (en:Vietnam War)
- প্ৰথম বিশ্বযুদ্ধ (en:World War I)
- দ্বিতীয় বিশ্বযুদ্ধ (en:World War II)
ভূগোল
[সম্পাদনা কৰক]এই অংশত ভূগোলৰ কিছুমান সাধাৰণ ধাৰণা আৰু পৃথিৱীৰ গুৰুত্বপূৰ্ণ ভৌগোলিক অঞ্চলসমূহ তালিকাভূক্ত কৰা হৈছে।
- ভূগোল (en:Geography)
- চহৰ (en:City)
- মহাদেশ (en:Continent)
- অৰণ্য (en:Forest)
- পৰ্বত (en:Mountain)
- মৰুভূমি (en:Desert)
- সুমেৰু (en:North Pole)
- মহাসাগৰ (en:Ocean)
- নদী (en:River)
- সাগৰ (en:Sea)
- কুমেৰু (en:South Pole)
মহাদেশ আৰু প্ৰমুখ অঞ্চল
[সম্পাদনা কৰক]দেশ
[সম্পাদনা কৰক]সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকাত থকা আটাইবোৰ দেশৰে প্ৰবন্ধ ৱিকিপিডিয়াত থকাটো বাঞ্ছনীয়। পিছে সৰু ৱিকিপিডিয়াবোৰৰ বাবে ইয়াত কিছুমান দেশক অধিক প্ৰাধন্য দিয়া হৈছে।
- আফগানিস্তান (en:Afghanistan)
- আলজেৰিয়া (en:Algeria)
- আৰ্জেণ্টিনা (en:Argentina)
- অষ্ট্ৰেলিয়া (en:Australia)
- অষ্ট্ৰিয়া (en:Austria)
- বাংলাদেশ (en:Bangladesh)
- ব্ৰাজিল (en:Brazil)
- কানাডা (en:Canada)
- চীন (en:China)
- কংগো গণৰাজ্য (en:Democratic Republic of the Congo)
- কিউবা (en:Cuba)
- ইজিপ্ত (en:Egypt)
- ইথিঅ'পিয়া (en:Ethiopia)
- ফ্ৰান্স (en:France)
- জাৰ্মানী (en:Germany)
- ভাৰত (en:India)
- ইণ্ডোনেছিয়া (en:Indonesia)
- ইৰান en:Iran)
- ইৰাক (en:Iraq)
- ইজৰাইল (en:Israel)
- ইটালী (en:Italy)
- জাপান (en:Japan)
- মেক্সিকো (en:Mexico)
- নেডাৰলেণ্ডচ (en:Netherlands)
- নিউজিলেণ্ড (en:New Zealand)
- নাইজেৰিয়া (en:Nigeria)
- পাকিস্তান (en:Pakistan)
- পোলেণ্ড (en:Poland)
- পৰ্টুগাল (en:Portugal)
- ৰাছিয়া (en:Russia)
- চৌদি আৰৱ (en:Saudi Arabia)
- ছিংগাপুৰ (en:Singapore)
- দক্ষিণ আফ্ৰিকা (en:South Africa)
- দক্ষিণ কোৰিয়া (en:South Korea)
- স্পেইন (en:Spain)
- ছুদান (en:Sudan)
- ছুইজাৰলেণ্ড (en:Switzerland)
- তাঞ্জানিয়া (en:Tanzania)
- থাইলেণ্ড (en:Thailand)
- তুৰস্ক (en:Turkey)
- ইউক্ৰেইন (en:Ukraine)
- যুক্তৰাজ্য (en:United Kingdom)
- আমেৰিকা যুক্তৰাষ্ট্ৰ (en:United States)
- ভেটিকান চিটি (en:Vatican City)
- ভেনিজুৱেলা (en:Venezuela)
- ভিয়েটনাম (en:Vietnam)
নগৰ
[সম্পাদনা কৰক]- আমষ্টাৰডাম (en:Amsterdam)
- এথেনছ (en:Athens)
- বাগদাদ (en:Baghdad)
- বেংকক (en:Bangkok)
- বেইজিং (en:Beijing)
- বাৰ্লিন (en:Berlin)
- বগোটা (en:Bogotá)
- ব্ৰুচেলছ (en:Brussels)
- ব্যুনেচ আইৰিচ (en:Buenos Aires)
- কাইৰো (en:Cairo)
- কেপ টাউন (en:Cape Town)
- ডামাস্কাছ (en:Damascus)
- দিল্লী (en:Delhi)
- ঢাকা (en:Dhaka)
- ডুবাই (en:Dubai)
- হংকং (en:Hong Kong)
- ইষ্টানবুল (en:Istanbul)
- জাকাৰ্টা (en:Jakarta)
- জেৰুজালেম (en:Jerusalem)
- কৰাচী (en:Karachi)
- কিনাশাচা (en:Kinshasa)
- কলকাতা (en:Kolkata)
- লাগ'চ (en:Lagos)
- লণ্ডন (en:London)
- লচ এঞ্জেলচ (en:Los Angeles)
- মাড্ৰিড (en:Madrid)
- মক্কা (en:Mecca)
- মেক্সিকো চিটি (en:Mexico City)
- মস্কো (en:Moscow)
- মুম্বাই (en:Mumbai)
- নাইৰোবি (en:Nairobi)
- নিউয়ৰ্ক মহানগৰ (en:New York City)
- পেৰিছ (en:Paris)
- ৰিঅ' ডি জেনেৰ' (en:Rio de Janeiro)
- ৰোম (en:Rome)
- চেণ্ট পিটাৰছবাৰ্গ (en:Saint Petersburg)
- চাও পাওল' (en:São Paulo)
- ছিউল (en:Seoul)
- ছাংহাই (en:Shanghai)
- ছিডনী (en:Sydney)
- তেহৰাণ (en:Tehran)
- টকিঅ' (en:Tokyo)
- ভিয়েনা (en:Vienna)
- ৱাশ্বিংটন ডি.চি. (en:Washington, D.C.)
জলাঞ্চল
[সম্পাদনা কৰক]- আমাজান নদী (en:Amazon River)
- উত্তৰ মহাসাগৰ (en:Arctic Ocean)
- আটলাণ্টিক মহাসাগৰ (en:Atlantic Ocean)
- বাল্টিক সাগৰ (en:Baltic Sea)
- কৃষ্ণ সাগৰ (en:Black Sea)
- কেৰিবিয়ান সাগৰ (en:Caribbean Sea)
- কাস্পিয়ান সাগৰ (en:Caspian Sea)
- কংগো নদী (en:Congo River)
- ডানয়ুব নদী (en:Danube)
- গঙ্গা নদী (en:Ganges)
- বৃহৎ প্ৰবাল প্ৰাচীৰ (en:Great Barrier Reef)
- বৃহৎ হ্ৰদসমূহ (en:Great Lakes)
- ভাৰত মহাসাগৰ (en:Indian Ocean)
- সিন্ধু নদী (en:Indus River)
- বৈকাল হ্ৰদ (en:Lake Baikal)
- টাংগান্যিকা হ্ৰদ (en:Lake Tanganyika)
- ভিক্টোৰিয়া হ্ৰদ (en:Lake Victoria)
- ভূমধ্য সাগৰ (en:Mediterranean Sea)
- মিছিছিপি নদী (en:Mississippi River)
- নাইজাৰ নদী (en:Niger River)
- নীল নদী (en:Nile)
- উত্তৰ সাগৰ (en:North Sea)
- প্ৰশান্ত মহাসাগৰ (en:Pacific Ocean)
- পানামা খাল (en:Panama Canal)
- ৰাইন (en:Rhine)
- ছুৱেজ খাল (en:Suez Canal)
- দক্ষিণ মহাসাগৰ (en:Southern Ocean)
- ভল্গা নদী (en:Volga River)
- য়াংজে নদী (en:Yangtze River)
- হোৱাংহো নদী (en:Yellow River)
পৰ্বত আৰু মৰুভূমি
[সম্পাদনা কৰক]- এল্পছ (en:Alps)
- এণ্ডিছ (en:Andes)
- হিমালয় (en:Himalayas)
- মাউণ্ট কিলিমাঞ্জাৰ' (en:Mount Kilimanjaro)
- ৰকি পৰ্বতমালা (en:Rocky Mountains)
- চাহাৰা মৰুভূমি (en:Sahara)
|