সমললৈ যাওক

১৬ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ১৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

১৬ ছেপ্টেম্বৰ (ইংৰাজী: 16 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৯তম (অধিবৰ্ষত ২৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৬টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬১৬ - ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰো ভাৰতৰ চুৰাটত উপস্থিত হৈছিল। ইংলেণ্ডৰ ৰজা জেমছৰ দূত হিচাপে মোগল সম্ৰাট জাহাংগীৰৰ ৰাজত্ব কালত তেওঁ ভাৰতত কাৰ্যনিৰ্বাহ কৰে।
  • ১৮২১ - মেক্সিক'ৱে স্বাধীনতা লাভ কৰে।
  • ১৯৪০ - আমেৰিকাত ২১-৩৫ বছৰীয়া পুৰুষসকলক সৈন্য-বাহিনীত যোগদান কৰাটো বাধ্যতামূলক কৰা হয়।
  • ১৯৫৩ - বিশ্বৰ প্ৰথমখন চিনেমা স্কোপ ছবি দা ৰোব আমেৰিকাৰ ৰক্সি থিয়েটাৰত প্ৰদৰ্শিত হয়।
  • ১৯৭৫ - পাপুৱা-নিউগিনিয়ে স্বাধীনতা লাভ কৰে।
  • ১৯৭৮ - ইৰাণৰ টাবাছত (Tabas earthquake) ৭.৭ প্ৰাবল্যৰ ভূমিকম্প হৈছিল। প্ৰায় ২৫০০০ লোকৰ মৃত্যু হৈছিল।
  • ১৮৫৮ - ব'নাৰ ল' (Bonar Law), ব্ৰিটিছ প্ৰধানমন্ত্ৰী।
  • ১৮৫৯ - ইউৱান শ্বিকাই (Yuan Shikai), টাইৱান বা ৰিপাব্লিক অৱ চাইনাৰ ৰাষ্ট্ৰপতি আছিল।
  • ১৯২৩ - লি কুৱান ইঅ' (Lee Kuan Yew), চিংগাপুৰৰ প্ৰথম প্ৰধান মন্ত্ৰী, আধুনিক চিংগাপুৰৰ প্ৰতিষ্ঠাপক পিতৃ পুৰুষ।
  • ১৯৩১ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী আৰু টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক।

১৯৩৮- সমাজ প্ৰাণ বেণুধৰ নেওগ, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী(মাকুম)

  • মেক্সিকোৰ স্বাধীনতা দিৱস।
  • পাপুৱা-নিউগিনিৰ স্বাধীনতা দিৱস।
  • আন্তঃৰাষ্ট্ৰীয় অ'জ'ন স্তৰ সংৰক্ষণ দিৱস।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]