সমললৈ যাওক

নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নবেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

নৱেম্বৰ গ্ৰেগৰীয় বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ একাদশ মাহ। এই মাহত মুঠ ৩০ দিন।

জানুৱাৰী আৰু ফেব্ৰুৱাৰী সংযোজনৰ আগতে নৱেম্বৰ মাহটো নৱম মাহ আছিল। নৱেম্বৰ মাহটো নামৰ উৎপত্তি হয় লেটিন novem অৰ্থাৎ নৱমৰ পৰা।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]