৭ মে'
অৱয়ব
(মে' ৭ৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৫ |
৭ মে' (ইংৰাজী: 7 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৩২ - গ্ৰীচ সাম্ৰাজ্য স্বাধীন সাম্ৰাজ্যত পৰিণত হয়।
- ১৮৪৯ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু জন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
- ১৯৮৯ - জৰ্জ ইষ্টমেনে আধুনিক কেমেৰা নিৰ্মাণ কৰে। এই কেমেৰাটো বৰ্তমান ‘কোডাক’ নামে জনাজাত।
- ২০০৫ - অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৮১২ - ৰবাৰ্ট ব্ৰাউনিং, ইংৰাজ কবি।
- ১৮৬১ - ৰবীন্দ্ৰনাথ ঠাকুৰ, ভাৰতীয় কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক। গীতাঞ্জলি কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল। (মৃত্যু: ৭ আগষ্ট, ১৯৪১)
- ১৮৬৭ - ৱাদেইশ্লাফ ষ্টেনিশ্লাফ ৰেইমণ্ট, পোলেণ্ডৰ সাহিত্যিক। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৮৮০ - পাণ্ডুৰাংগ বমন কানে, ভাৰতীয় শিক্ষাবিদ।
- ১৮৯২ - মাৰ্শ্বেল টিটো, যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি।
- ১৯৪৯ - ৰাধিকা ৰয়, ভাৰতীয় সাংবাদিক।
- ১৯৯৭ - যমুনা বড়ো, ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১২৬৬ - বাবা ফৰিদ, ভাৰতীয় চুন্নী মুছলমান প্ৰচাৰক আৰু ৰহস্যবাদী।
- ১৯৭৪ - বাসন্তী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ২০১৫ - ড॰ অমলেন্দু গুহ, অসমীয়া ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ। (জন্ম: ৩০ জানুৱাৰী, ১৯২৪)
দিৱস
[সম্পাদনা কৰক]- ৰেডিঅ’ দিৱস (ৰাছিয়া)
|