১০ মাৰ্চ
অৱয়ব
<< | মাৰ্চ | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১০ মাৰ্চ (ইংৰাজী: 10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯২২ - ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়।
- ১৯৩৫ - প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী (১৯৩৫ চলচ্চিত্ৰ) মুক্তি দিয়া হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৯৩২ - উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
- ১৯৪৫ - মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫৭ - ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
- ১৯৫৭ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
- ১৯৮১ - ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৯৬ - প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৯৭ - সাৱিত্ৰীবাই ফুলে, ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি।
- ২০০৯ - সবিতা বেহেন, ভাৰতীয় ৰাজনীতিবিদ আৰু শিক্ষাবিদ।
দিৱস
[সম্পাদনা কৰক]- মাৰিঅ’ দিৱস
- তিব্বতীৰ উত্থান দিৱস (তিব্বত)
- ৰাষ্ট্ৰীয় মহিলা আৰু ছোৱালীৰ এইসআইভি/এইডছ সজাগতা দিৱস (যুক্তৰাষ্ট্ৰ)
- পুৰুষ দিৱস (পোলেণ্ড)
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১০ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|