২৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
Justabot123 (আলোচনা | বৰঙণি) অ র-ৰ পেট কাটি ৰ কৰা হ'ল |
||
7 নং শাৰী: | 7 নং শাৰী: | ||
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয় । |
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয় । |
||
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে |
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয় । |
||
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় |
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক [[ভি শান্তাৰাম]]ৰ মৃত্যু হয় । |
||
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয় । |
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয় । |
||
17 নং শাৰী: | 17 নং শাৰী: | ||
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয় । |
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয় । |
||
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী |
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা [[প্ৰদীপ কুমাৰ]]ৰ মৃত্যু হয় । |
||
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয় । |
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয় । |
14:17, 11 June 2015ৰ সংস্কৰণ
২৭ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০০ তম (অধিবৰ্ষত ৩০১ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ জন্ম হয় ।
২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হয় ।
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ জন্ম হয় ।
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয় ।
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু হয় ।
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু হয় ।
৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু হয় ।
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয় ।
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা প্ৰদীপ কুমাৰৰ মৃত্যু হয় ।
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ জন্ম হয় ।
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ২৭ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|